• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজি নলবাৰী ৰাসত উপস্থিত থাকিব বলীউডৰ ড্ৰীম গাৰ্ল হেমা মালিনী

নিউজ ডেস্ক by নিউজ ডেস্ক
November 14, 2022
in মনোৰঞ্জন, অসম, সংস্কৃতি
1 min read
0
আজি নলবাৰী ৰাসত উপস্থিত থাকিব বলীউডৰ ড্ৰীম গাৰ্ল হেমা মালিনী
Share on FacebookShare on Twitter

আজি নলবাৰী ৰাসত উপস্থিত থাকিব বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী, ড্ৰীম গাৰ্ল হেমা মালিনী। ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছেহি বলীউদৰ ড্ৰীম গাৰ্লগৰাকী। বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে হোটেল ৰেডিছন ব্লুলৈ আহে অভিনেত্ৰীগৰাকী। ৰেডিছন ব্লুত কিছু সময় জিৰণি লৈ তেওঁ যাব নলবাৰী ৰাসলৈ।

হেমা মালিনীক সংগ দিছে অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰাই। নলবাৰীৰ ৰাস মহোৎসৱত অংশ ল’বলৈ অহা বলীউডৰ ড্ৰীম গাৰ্লক আদৰিবলৈ সাজু নলবাৰীৰ ৰাস পৰিচালনা সমিতি।

বিশাল ৰেলীৰে অভিনেত্ৰীগৰাকীক আদৰিবলৈ সাজু কৰা হৈছে বিশেষ পুষ্পসজ্জিত ভিণ্টেজ বাহন। গণেশ মন্দিৰ চ’কৰ পৰা হৰিমন্দিৰলৈ বাহনখনৰে আদৰি নিয়া হ’ব অভিনেত্ৰীগৰাকীক।

নিশা কলাক্ষেত্ৰৰ উদ্যোগত আয়োজিত ৰাসলীলাৰ শুভ উদ্বোধন কৰিব অভিনেত্ৰীগৰাকীয়ে। ড্ৰীম গাৰ্ল হেমামালিনীক ওচৰৰ পৰা এবাৰ চাবলৈ উৎসুকতা দেখা গৈছে নলবাৰীবাসীৰ মাজত।

Previous Post

ভাৰত জোড়ো যাত্ৰা এৰি গুজৰাটত নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে!

Next Post

তিনিচুকীয়াৰ পেঙেৰীত গুলী চালনাৰ ঘটনা!

Related Posts

আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
Next Post
তিনিচুকীয়াৰ পেঙেৰীত গুলী চালনাৰ ঘটনা!

তিনিচুকীয়াৰ পেঙেৰীত গুলী চালনাৰ ঘটনা!

মুক্তি পালে বহু প্ৰতীক্ষিত সংগীত ভিডিঅ’ ‘সুৰ তুমি’

মুক্তি পালে বহু প্ৰতীক্ষিত সংগীত ভিডিঅ’ ‘সুৰ তুমি’

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত তৰ্ক প্ৰতিযোগিতা সম্পন্ন

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত তৰ্ক প্ৰতিযোগিতা সম্পন্ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8