• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

লক্ষ্মী পূজাৰ সোণালী জয়ন্তীত “চক্ৰবেহু” নাট মঞ্চস্থ

নিউজ ডেস্ক by নিউজ ডেস্ক
October 11, 2022
in মনোৰঞ্জন, অসম
1 min read
0
লক্ষ্মী পূজাৰ সোণালী জয়ন্তীত “চক্ৰবেহু” নাট মঞ্চস্থ
Share on FacebookShare on Twitter

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত অগ্ৰণী সামাজিক , সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন খানামুখ মিলন সংঘই ৯ অক্টোবৰৰ নিশা মঞ্চস্থ কৰে বাস্তৱধৰ্মী পূৰ্ণাংগ সামাজিক নাট “চক্ৰবেহু”। খানামুখ শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ সোণালী জয়ন্তী উৎসৱৰ সৈতে সংগতি ৰাখি খানামুখৰে নাট্যকাৰ চন্দন কলিতাৰ ৰচিত আৰু অৱনী ডেকা পৰিচালিত নাটখনৰ সফল মঞ্চায়নে উপস্থিত সহস্ৰাধিক দৰ্শকক আপ্লুত কৰি তোলে।

বৰ্তমান সমাজত ঘটি থকা হানি ট্ৰেপিং,সহজলভ্য ধনৰ পিছত দৌৰি ফুৰা,আৰক্ষী-সাংবাদিকৰ অশুভ মিতিৰালি আদি ঘটনাক লৈ ৰচিত নাটখনত মনপৰশা অভিনয় কৰে ক্ৰমে উৎপল বৰ্মন, বদন ৰঞ্জন কলিতা, অমল কলিতা, চন্দন কলিতা, অৱনী ডেকা, প্ৰফুল্ল বৰুৱা, মকুণ্ড মহন্ত, কংকন দাস, গীতাঞ্জলী কলিতা, ননীশ্ৰী দাস, প্ৰদীপ কলিতা, বীৰেন্দ্ৰ নাথ ঠাকুৰীয়া, গৌতম কলিতা আৰু ময়ুখনীল কলিতাই। সংগীত পৰিচালনা হিতেশ-সত্যজিতৰ। নৃত্য বুবুল বৈশ্য আৰু গৰিমা দাসৰ। দৃশ্যসজ্জা বিমল কুমাৰৰ। মেকআপ মন্টু। মঞ্চসজ্জা প্ৰাণজিৎ, সীমান্ত, দেবসী, অৰুণ, চিন্ময়। গ্ৰাফিকছ ভৱেশ ঠাকুৰীয়াৰ।

উল্লেখযোগ্য যে কভিডৰ দুটা বছৰ বাদ দি বিগত প্ৰায় চাৰি দশক ধৰি খানামুখ মিলন সংঘৰ উদ্যোগত স্থানীয় শিল্পী সকলে শ্ৰী শ্ৰী লক্ষ্মী পূজা বা তাৰ আগে – পাছে খানামুখ স্কুল খেলপথাৰত পূৰ্ণাংগ সামাজিক নাট মঞ্চস্থ কৰি আহিছে ।

Previous Post

বৰঝাৰ বিমানকোঠত যাত্ৰীয়ে ঘূৰাই পালে হেৰুৱা টকাসহ মূল্যবান নথিপত্ৰ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰিব ‘পৰম কামৰূপা’ আৰু ‘সমীৰ’

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰিব 'পৰম কামৰূপা' আৰু 'সমীৰ'

কৰুণ! ৪০ ঘন্টা নদীত পৰি থকা আহত হাতীৰ মৃত্যু

কৰুণ! ৪০ ঘন্টা নদীত পৰি থকা আহত হাতীৰ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8