• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পহিলা ডিচেম্বৰৰ পৰা ডিডি অসমৰ সন্ধিয়াৰ বাতৰি বুলেটিনৰ নতুন সময়সূচী

দৃষ্টি আৰু যুক্তি-টু-দ্য-পইণ্ট শীৰ্ষক এক নতুন কাৰ্যসূচী আৰম্ভ

নিউজ ডেস্ক by নিউজ ডেস্ক
November 30, 2022
in মনোৰঞ্জন, অসম, সংবাদ
1 min read
0
পহিলা ডিচেম্বৰৰ পৰা ডিডি অসমৰ সন্ধিয়াৰ বাতৰি বুলেটিনৰ নতুন সময়সূচী
Share on FacebookShare on Twitter

জনসাধাৰণৰ নিৰন্তৰ দাবীৰ প্ৰতি সঁহাৰি জনাই দূৰদৰ্শন, অসমে বৰ্তমানৰ ১৫ মিনিটৰ সন্ধিয়াৰ বুলেটিনৰ পৰিৱৰ্তে ৩০ মিনিটৰ বুলেটিন সম্প্ৰচাৰ কৰিব। দূৰদৰ্শন, অসমে ১৯৮৫ চনৰ ২৪ মাৰ্চত অসমীয়া ভাষাত আঞ্চলিক বাতৰি বুলেটিন সন্ধিয়াৰ বাতৰি মুকলি কৰি যাত্ৰা আৰম্ভ কৰিছিল।দৈনিক সন্ধিয়া ৬.৩০ বজাত প্ৰচাৰিত হোৱা এই ১৫ মিনিটৰ সন্ধিয়াৰ বাতৰি বুলেটিন এক বহুল প্ৰচাৰিত অনুষ্ঠান হিচাপে বিবেচিত হৈছে।বিগত বছৰ বোৰত দৰ্শকৰ মাজত এই জনপ্ৰিয়তাৰ বাবে, বুলেটিনখন এতিয়া ১ ডিচেম্বৰ,  ২০২২-ৰ পৰা ৩০ মিনিটৰ বাবে সম্প্ৰচাৰ কৰা হ’ব। সোমবাৰৰ পৰা শুকুৰবাৰে, বুলেটিনখন সন্ধিয়া ৬.১৫ বজাৰ পৰা সন্ধিয়া ৬.৪৫ বজালৈ সম্প্ৰচাৰিত হ’ব, আনহাতে সপ্তাহান্তত, সন্ধিয়া ৬.৩০ বজাৰ পৰা ১৫ মিনিটৰ বাবে সম্প্ৰচাৰিত হৈ থাকিব।

এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰি কৰি দূৰদৰ্শন, অসমৰ আৰ এনইউৰ মুৰব্বী অংকুৰ লাহটিয়ে কয় যে “ডিডি অসমৰ সন্ধিয়া ৬:৩০ বজাৰ বুলেটিন হৈছে সকলো বাতৰি চেনেল সমূহৰ ভিতৰত সৰ্বাধিক সম্প্ৰচাৰিত বুলেটিন সমূহৰ ভিতৰত এখন। দৰ্শকৰ চাহিদা বিশ্লেষণ কৰি এতিয়া সোমবাৰৰ পৰা শুকুৰবাৰৰ ভিতৰত সন্ধিয়া ৬:১৫ বজাৰ পৰা আৰম্ভ কৰি আধা ঘণ্টাৰ বুলেটিন প্ৰস্তুত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।”

তেওঁ লগতে জনায় যে ডিডি নিউজ অসমে ডিচেম্বৰৰ মাজভাগৰ পৰা দৃষ্টি আৰু যুক্তি-টু-দ্য-পইণ্ট শীৰ্ষক এক ৩০ মিনিটৰ আলোচনা কাৰ্যসূচী আৰম্ভ কৰিব।তেওঁ কয়, “ডিডি অসম ৰাজহুৱা সম্প্ৰচাৰক হোৱাৰ বাবে সম্প্ৰচাৰ আৰু বাতৰি প্ৰচাৰৰ সৰ্বোচ্চ মানদণ্ডৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। বিভিন্ন নীতি আৰু সামাজিক-সাংস্কৃতিক বিষয়ত শেহতীয়া উন্নয়ন আৰু অগ্ৰগতিৰ সৈতে অসমৰ জনসাধাৰণক তথ্যৰে অৱগত কৰি ৰখাৰ প্ৰচেষ্টাত এই ধৰণৰ আলোচনা কাৰ্যসূচীয়ে এনে এক স্থান দখল কৰিব য’ত নীতি নিৰ্ধাৰণ কৰোঁতা, মুখ্য বিশেষজ্ঞ, ৰাজনৈতিক নেতাসকলক জনসাধাৰণৰ গুৰুত্বপূৰ্ণ বিভিন্ন বিষয়ৰ সৈতে সম্পৰ্কিত আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা হ’ব।” এই অনুষ্ঠানটো মঙলবাৰে আৰু শুকুবাৰে নিশা ৮ বজাত ডিডি অসমত সম্প্ৰচাৰিত হোৱাৰ লগতে শনিবাৰে আৰু দেওবাৰে ইয়াৰ পুনৰাবৃত্তি হ’ব।

Previous Post

২০২৩ ত থাকিব ৩৮ টা চৰকাৰী বন্ধ!

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

আজি গুজৰাটত প্রথম পর্যায়ৰ নির্বাচন অনুষ্ঠিত

আজি গুজৰাটত প্রথম পর্যায়ৰ নির্বাচন অনুষ্ঠিত

ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাৰ আজি অস্ত্ৰোপচাৰ

ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাৰ আজি অস্ত্ৰোপচাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8