• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

প্ৰতিগৰাকী ভাৰতীয়ই চাব লাগে ‘The Kashmir Files’

নিউজ ডেস্ক by নিউজ ডেস্ক
March 21, 2022
in মনোৰঞ্জন, ৰাষ্ট্ৰীয়
1 min read
0
প্ৰতিগৰাকী ভাৰতীয়ই চাব লাগে ‘The Kashmir Files’
Share on FacebookShare on Twitter

‘দ্যা কাশ্মীৰ ফাইলচ’ ছবিখনৰ মুক্তিৰ পাছতেই বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এইবাৰ ছবিখনৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বলিউড অভিনেতা আমিৰ খানে।

এই সন্দৰ্ভত আমিৰ খানে কয় যে, তেওঁ এতিয়ালকৈ The Kashmir Files ছবিখন চোৱা নাই কিন্তু অতি সোনকালেই চাব। তেওঁ কয় যে, এয়া আমাৰ ইতিহাসৰ এনে এক অংশ যিয়ে আমাক দুখ দিয়ে। কাশ্মীৰত পণ্ডিতসকলৰ লগত যি হৈছিল সেয়া অত্যন্ত দুখজনক। এনেকুৱা এটা বিষয় বস্তুৰ ওপৰত ছবিখন নিৰ্মাণ হৈছে যে, প্ৰতিগৰাকী ভাৰতীয়ই এই ছবিখন চাব লাগে আৰু মনত ৰাখিব লাগে যে, কাৰোবাৰ ওপৰত অত্যাচাৰ হলে তেওঁৰ ওপৰত কি প্ৰত্যাহ্বান আহি পৰে”।

খানে লগতে কয় যে যি সকল লোকে মানবীয়তাৰ ওপৰত বিশ্বাস ৰাখে তেনে প্ৰতিগৰাকী লোকৰ হৃদয় চুইছে এই ছবিখনে। মই এই ছবিখন নিশ্চয় চাম। মই সুখী যে ছবিখনে সফালতা লাভ কৰিছে।

Previous Post

কলিয়াভোমোৰাৰ দ্বিতীয়খন দলং মুকলি হ’ব জুনত

Next Post

নৃশংস! গণপ্ৰহাৰত মৃত্যু এজনৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
Next Post
নৃশংস! গণপ্ৰহাৰত মৃত্যু এজনৰ

নৃশংস! গণপ্ৰহাৰত মৃত্যু এজনৰ

নিউজ বুলেটিন

নিউজ বুলেটিন

পেলনীয়া ইলেক্ট্ৰনিকছ সামগ্ৰীৰে হিমন্ত বিশ্ব শৰ্মা, অক্ষয়ৰ প্ৰতিকৃতি

পেলনীয়া ইলেক্ট্ৰনিকছ সামগ্ৰীৰে হিমন্ত বিশ্ব শৰ্মা, অক্ষয়ৰ প্ৰতিকৃতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8