৬৩সংখ্যক Grammy Awardsৰ ঘোষণা কৰা হৈছে।
এই বছৰ এই এৱাৰ্ডৰ আয়োজন Los Angeles Convention Centerত অনুষ্ঠিত হয়।
ক’ভিড মহামাৰীৰ বাবে এই বছৰ এই সমাৰোহৰ আয়োজন পলমকৈ কৰা হয়।
এই এৱাৰ্ড শ্ব’টো ৩১ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া আছিল।
বিজয়ীসকলৰ ঘোষণা কৰা হৈছে আৰু এইবাৰ Beyonceয়ে ৰচিলে ইতিহাস।
এই কণ্ঠশিল্পীগৰাকীয়ে ২৮ বাৰ Grammy এৱাৰ্ড জয় কৰিবলৈ সক্ষম হৈছে।
এইগৰাকীয়ে প্ৰথম মহিলা কণ্ঠশিল্পী যিয়ে ধাৰাবাহিকভাৱে ২৮ বাৰ এই এৱাৰ্ড নিজৰ দখললৈ কৰিবলৈ সক্ষম হৈছে।
এইবাৰ বিয়নচে ২টা গ্ৰেমী এৱাৰ্ড নিজৰ দখললৈ আনে।
তলত দিয়া আছে বিজয়ীৰ সম্পূৰ্ণ তালিকা-
বেষ্ট পাৰ্ফমেঞ্চঃ “Black Parade,” Beyoncé
বেষ্ট পপ ভোকেল এলবমঃ “Future Nostalgia,” Dua Lipa
বেষ্ট ৰেপ ছংঃ “Savage,” Megan Thee Stallion, featuring Beyoncé
ছং অব দ্যি ইয়াৰ (songwriter’s award): “I Can’t Breathe,” H.E.R., Dernst Emile II and Tiara Thomas
বেষ্ট পপ ছলো পাৰ্ফমেঞ্চঃ “Watermelon Sugar,” Harry Styles
বেষ্ট কাণ্ট্ৰি(Country)এলবমঃ “Wildcard,” Miranda Lambert
বেষ্ট নিউ আৰ্টিষ্টঃ Megan Thee Stallion
বেষ্ট ট্ৰেডিছনেল পপ ভকেল এলবমঃ “American Standard,” James Taylor
বেষ্ট ডাঞ্চ/ইলেকট্ৰ’নিক এলবমঃ “Bubba,” Kaytranada
বেষ্ট ৰক এলবমঃ “The New Abnormal,” the Strokes
বেষ্ট Alternative এলবমঃ “Fetch the Bolt Cutters,” Fiona Apple
বেষ্ট প্ৰগ্ৰেছিভ R&B এলবমঃ “It Is What It Is,” Thundercat
বেষ্ট R&B এলবমঃ “Bigger Love,” John Legend
বেষ্ট ৰেপ এলবমঃ “King’s Disease,” Nas
বেষ্ট জেজ ভকেল এলবমঃ “Secrets Are the Best Stories,” Kurt Elling featuring Danilo Pérez
বেষ্ট Jazz Instrumental এলবমঃ “Trilogy 2,” Chick Corea, Christian McBride and Brian Blade
বেষ্ট স্পকেন ৱৰ্ড এলবমঃ “Blowout: Corrupted Democracy, Rogue State Russia, and the Richest, Most Destructive Industry on Earth,” Rachel Maddow
বেষ্ট কমেডী এলবমঃ “Black Mitzvah,” Tiffany Haddish
বেষ্ট স্কোৰ ছাউণ্ড ট্ৰেক ফৰ ভিজুৱেল মিডিয়ামঃ “Joker”
বেষ্ট মিউজিক ভিডিঅ’: “Brown Skin Girl,” Beyoncé with Blue Ivy
বেষ্ট মিউজিক ফিল্মঃ “Linda Ronstadt: The Sound of My Voice,” Linda Ronstadt
Photo: Google