• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘এজন হ’লেও বয়ফ্ৰেণ্ড থাকিব লাগিব, তেতিয়াহে কৰিব পাৰিব প্ৰৱেশ’- এখন বিশ্ববিদ্যালয়ৰ জাননী

Manoranjan Majumder by Manoranjan Majumder
February 9, 2021
in ক্ৰাইম, মনোৰঞ্জন, ৰাষ্ট্ৰীয়
1 min read
0
Gujrat
Share on FacebookShare on Twitter

ক’ৰোনা মহামাৰীৰ বাবে প্ৰায় ১১ মাহ ধৰি বন্ধ হৈ থকা স্কুল-কলেজ এতিয়া খুলিবলৈ আৰম্ভ কৰিছে।

ইয়াৰ মাজতে গুজৰাটৰ এখন বিশ্ববিদ্যালয়ৰ চাৰ্কুলাৰ ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে।

এই চাৰ্কুলাৰত কোৱা হৈছে যে যিসকল যুৱতীৰ এজন হ’লেও বয়ফ্ৰেণ্ড থাকে, তেওঁলোকেহে কলেজত প্ৰৱেশ কৰিব পাৰিব।

ঘটনাটোৰ বিষয়ে জানিবল পোৱাৰ পিছত বিশ্ববিদ্যালয়ত হুলস্থুল পৰিৱেশৰ সৃষ্টি হয় আৰু ঘটনাটোৰ বিষয়ে আৰক্ষীক জানিবলৈ দিয়ে।

চাৰ্কুলাৰক লিখা হৈছিল এই কথাটো
জানিবলৈ দিয়া অনুসৰি, এই চাৰ্কুলাৰ বডোদৰাৰ মহাৰাজা ছয়াজীৰাব বিশ্ববিদ্যালয়ৰ নামেৰে ভাইৰেল কৰা হৈছে।

এই চাৰ্কুলাৰত বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলক ভেলেণ্টাইন উইকত এজন প্ৰেমিক বনোৱাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে।
এই চাৰ্কুলাৰত কোৱা হৈছে যে,

কোনো যুৱতীক বয়ফ্ৰেণ্ড নোহাৱাকৈ কলেজত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰা নহ’ব।

চাৰ্কুলাৰত ৰখা হৈছিল এইকেইটা চৰ্ত
এই চাৰ্কুলাৰৰ শীৰ্ষক হ’ল মহাৰাজা ছয়াজীৰাও বিশ্ববিদ্যালয়ত অধ্যয়নৰত যুৱতীসকলৰ বাবে পৰিপত্ৰ।

তাত লিখা আছে যে যিসকল যুৱতীয়ে কলেজলৈ আহিব বিচাৰে, ৭ ফেব্ৰুৱাৰীলৈ এজন হ’লেও প্ৰেমিক থকাটো প্ৰয়োজন।

ইয়াৰ উদ্দেশ্য তেওঁলোকৰ সুৰক্ষা বুলি কোৱা হৈছে।

চাৰ্কুলাৰত লিখা আছে যে অকলশৰীয়া যুৱতীক কলেজ পৰিসৰৰ ভিতৰত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰা নহ’ব।

শ্ৰেণীত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰতিগৰাকী ছাত্ৰীয়ে প্ৰমাণ দিব লাগিব যে তাইৰ প্ৰেমিক আছে।

આ ફેક ન્યુઝ છે,MSU દ્વારા આવો કોઈ જ સર્ક્યુલર બહાર પડાયો નથી.

વડોદરા શહેર પોલીસે આ બાબતની ગંભીરતાપૂર્વક નોંધ લીધી છે અને અમારાં સાયબર પોલીસ સ્ટેશને તપાસ હાથ ધરેલ છે.#SayNotoFakeNews#VadodaraCityPolice pic.twitter.com/gRJkihTNlu

— Vadodara City Police (@Vadcitypolice) February 7, 2021

বিশ্ববিদ্যালয়ত হুলস্থুল
উল্লেখ্য, এই চাৰ্কুলাৰ ভাইৰেল হোৱাৰ পিছত বিশ্ববিদ্যালয় প্ৰশাসন জাগ্ৰত হৈ উঠে।

ইফালে, এই সন্দৰ্ভত বডোদৰা আৰক্ষীয়ে এটা টুইট কৰে।

টুইটটোত লিখিলে যে এই চাৰ্কুলাৰ ভুৱা হয়, যিখন বিশ্ববিদ্যালয়খনে জাৰি কৰা নায়।

Photo: Google

Tags: fake newsGujratUniversityগুজৰাটবিশ্ববিদ্যালয়ভুৱা বাতৰি
Previous Post

কংগ্ৰেছী নেতাই শোৱাৰ পৰা উঠালৈ ধুতি-লুঙিৰ কথাই চিন্তা কৰেঃ হিমন্ত বিশ্ব শৰ্মা

Next Post

BREAKING: আই চি ইউলৈ স্থানান্তৰিত অখিল গগৈৰ মাতৃক

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
akhil gogoi

BREAKING: আই চি ইউলৈ স্থানান্তৰিত অখিল গগৈৰ মাতৃক

modi

আমেৰিকাৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন ভাৰতৰ

assam mizoram border clash

অসম-মিজোৰাম সীমান্তত উত্তেজনা, ২০টা অসমীয়া পৰিয়ালৰ ঘৰ জ্বলালে মিজো দুৰ্বৃত্তই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8