• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মই ৰাজহুৱাকৈ ক্ষমা বিচাৰিছো ক্ৰিছ: উইল স্মিথ

নিউজ ডেস্ক by নিউজ ডেস্ক
March 29, 2022
in মনোৰঞ্জন, আন্তৰ্জাতিক
1 min read
0
মই ৰাজহুৱাকৈ ক্ষমা বিচাৰিছো ক্ৰিছ: উইল স্মিথ
Share on FacebookShare on Twitter

অলপতে অনুষ্ঠিত হৈ যোৱা ‘অস্কাৰ ২০২২’ এক বিশষ কাৰণত চৰ্চাত আছে। অনুষ্ঠান চলি থকাৰ মাজতেই অভিনেতা উইল স্মিথে চৰিয়াইছিল কমেডিয়ান ক্ৰিছ ৰকক। কমেডিয়ান ৰাকীয়ে স্মিথৰ পত্নীক লৈ কৰা মন্তব্যৰ বাবেই এই কাণ্ড কৰে স্মিথে।

লগে লগে সমগ্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই ভিডিঅ’। বহুতেই ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ মাজতেই নিজৰ দোষ স্বীকাৰ কৰে স্মীথে।

স্মীথে কয় অনুষ্ঠানত কৰা ‘মোৰ কাৰ্য স্বীকাৰ কৰিব নোৱাৰি আৰু তাৰ বাবে কোনো ধৰণৰ অজুহাত নিদিও। মোৰ মতে ধেমালি আমাৰ কামৰে এটা অংশ। কিন্তু মোৰ পত্নীৰ স্বাস্থ্য সম্পৰ্কীয় মন্তব্য কৰাত মই নিজকে ৰখাব নোৱাৰিলো আৰু ভাৱনাত দগ্ধ হৈ প্ৰতিক্ৰিয়া কৰিলো। মই ৰাজহুৱা ভাৱে ক্ষমা বিচাৰিছো ক্ৰিছ। মই সীমা অতিক্ৰম কৰি পেলাইছিলো আৰু সেয়া ভুল আছিল। মই লজ্জিত মই তেনে মানুহ নহয় যি মই কৰিলো। মৰম আৰু দয়াৰে ভৰা এই পৃথিৱীত হিংসাৰ কোনো ঠাই নাই’।

Previous Post

অনাস্থা প্ৰস্তাৱঃ গাদী ৰক্ষাৰ বাবে ইমৰানৰ হাতত ৬ দিন!

Next Post

বালিমাহী কবি ধনেশ্বৰ ইংতিলৈ পদ্মশ্রী

Related Posts

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!
ক্ৰাইম

শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!

January 24, 2023
নিশা ২ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ফোন শ্বাহৰুখ খানৰ
মনোৰঞ্জন

নিশা ২ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ফোন শ্বাহৰুখ খানৰ

January 22, 2023
ভ্ৰাম্যমাণৰ জনপ্ৰিয় অভিনেতা প্ৰাণজিত দাসৰ দেহাৱসান
মনোৰঞ্জন

ভ্ৰাম্যমাণৰ জনপ্ৰিয় অভিনেতা প্ৰাণজিত দাসৰ দেহাৱসান

January 22, 2023
এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনীৰ আয়োজন প্লাষ্টিণ্ডিয়া ফাউণ্ডেচনৰ
ব্যৱসায়

এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনীৰ আয়োজন প্লাষ্টিণ্ডিয়া ফাউণ্ডেচনৰ

January 13, 2023
ডিগবৈ জুবিন গাৰ্গে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্তি
মনোৰঞ্জন

ডিগবৈ জুবিন গাৰ্গে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্তি

January 3, 2023
Next Post
বালিমাহী কবি ধনেশ্বৰ ইংতিলৈ পদ্মশ্রী

বালিমাহী কবি ধনেশ্বৰ ইংতিলৈ পদ্মশ্রী

অপৰিস্কাৰ হৈছে টুইটাৰঃ ন্যায়ালয়

অপৰিস্কাৰ হৈছে টুইটাৰঃ ন্যায়ালয়

৫ কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী

৫ কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8