• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পিয়ানো কিডছৰ অন্তৰংগ মঞ্চ ‘জীৱকৃষ্ণ’ উদ্বোধন

নিউজ ডেস্ক by নিউজ ডেস্ক
October 24, 2022
in মনোৰঞ্জন, গুৱাহাটী
1 min read
0
পিয়ানো কিডছৰ অন্তৰংগ মঞ্চ ‘জীৱকৃষ্ণ’ উদ্বোধন
Share on FacebookShare on Twitter

পিয়ানো বাদক কুশল কৃষ্ণ দেৱ গোস্বামীৰ দীৰ্ঘদিনীয়া সপোন ‘জীৱকৃষ্ণ’ৰ উদ্বোধনৰ লগতে ‘স্কেল অধ্যয়ন’ নামৰ পশ্চিমীয়া সংগীতৰ ওপৰত এখন ইম্প্ৰুভাইজড কিতাপ মুকলি কৰা হয়। ৰাজ্যখনৰ আগশাৰীৰ সংগীত প্ৰতিষ্ঠান পিয়ানো কিডছৰ এক অনুষ্ঠানত পিয়ানো কিডছ ৱেবছাইট এটিও আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।

অনুষ্ঠানটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধবদেৱৰ ভক্তিমূলক সুৰ ‘মুক্তিটো নিস্প্ৰীহা জিতু’ৰ দ্বাৰা আৰম্ভ হৈছিল, যাক কুশল কৃষ্ণ দেৱ গোস্বামীয়ে স্বৰলিপিলৈ ৰূপান্তৰ কৰা আৰু পিয়ানো কিডছৰ শিক্ষাৰ্থীসকলে সংগীত দিছিল। ইয়াৰ পিছতে অসমৰ বিশিষ্ট সংগীতজ্ঞ সূৰ্য গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰে। কুশল কৃষ্ণ দেৱ গোস্বামীৰ স্বৰ্গীয় পিতৃৰ স্মৃতিত স্থাপিত অন্তৰংগ মঞ্চ উদ্বোধন কৰাৰ পিছত গোস্বামীয়ে কয়, “এই সংহত মঞ্চই ৰাজ্যখনত বহুতো প্ৰতিভা ৰক্ষা কৰাত যথেষ্ট সহায় কৰিব।” এই স্বকীয় আৰু আকৰ্ষণীয় মঞ্চটো পিয়ানো কিডছৰ সকলো শিক্ষাৰ্থীৰ বাবে সংগীত প্ৰতিভাৰ পৰীক্ষাগাৰ হ’ব আৰু জীৱকৃষ্ণ অন্তৰংগ পৰ্যায়ত অংশগ্ৰহণকাৰীসকলৰ সৃজনশীলতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দি বিভিন্ন কাৰ্যকলাপ অন্তৰ্ভুক্ত থাকিব।
‘জীৱকৃষ্ণ’ অন্তৰংগ মঞ্চটো সকলোৰে বাবে সঁচাকৈয়ে এক অনন্য আৰু অতুলনীয় অভিজ্ঞতা হ’ব বুলি আশা কৰা হৈছে।

‘স্কেল ষ্টাডি’ নামৰ এখন পশ্চিমীয়া সংগীতৰ স্বৰলিপিৰ ওপৰত ইম্প্ৰুভাইজড কিতাপ – ড০ ৰিপু কুমাৰ গগৈ আৰু ড০ দেৱব্ৰত খনিকাৰে মুকলি কৰি কুশল কৃষ্ণ দেৱ গোস্বামীৰ পিয়ানো সংগীতৰ কাৰণে কৰা অপৰিসীম অৱদানৰ বাবেও প্ৰশংসা কৰে। ডেৰ বছৰতকৈও অধিক সময় ধৰি গৱেষণা কৰি কুশল কৃষ্ণ দেৱ গোস্বামীয়ে এই কিতাপখন সৃষ্টি কৰিছে আৰু ইয়াত স্বৰলিপিৰ বহু গুৰুত্বপূৰ্ণ সংগ্ৰহেৰে পৰিপূৰ্ণ আচে, যিবোৰ পৰৱৰ্তী কালত বজাব, উপভোগ কৰিব আৰু শুনিব পাৰি। এই পদক্ষেপে ভৱিষ্যতৰ শিক্ষাৰ্থী, সংগীতজ্ঞ আৰু পিয়ানো উৎসাহী সকলৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিব।
উক্ত অনুষ্ঠানতে ৰিতুৰাজ মহন্তৰ দ্বাৰা নিৰ্মাণ কৰা পিয়ানো কিডছৰ ৱেবছাইটটো কুশল কৃষ্ণ দেৱ গোস্বামীয়ে আনুষ্ঠানিক ভাৱে মুকলি কৰে। অনুষ্ঠানটোত অষ্টম বাৰ্ষিক দিৱস উদযাপন সমিতিৰ বিষয় ববীয়া  ড০ ৰিপু কুমাৰ গগৈ, ড০ দেৱব্ৰত খনিকাৰ, প্ৰজ্ঞান দুৱৰা, ৰূপৰেখা দত্ত, পৰাগ কুমাৰ গোঁহাই, কাজল গোস্বামী, ৰূপংকৰ বৰুৱা আৰু ৰিতুৰাজ মহন্তকো সম্বৰ্ধনা জনোৱা হয়।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

শিৱসাগৰত ক্ৰিকেট খেল উপভোগ কৰি থকাৰ মাজতেই যুৱকৰ মৃত্যু!

Related Posts

মহানগৰীত ক’কেইনসহ গ্রেপ্তাৰ ৩ জন
সংবাদ

মহানগৰীত ক’কেইনসহ গ্রেপ্তাৰ ৩ জন

September 30, 2023
চাইবাৰ যুদ্ধ! ৰাছিয়াৰ দ্বাৰা ইউক্ৰেইনৰ অফিচিয়েল ৱেবছাইট হেক
ক্ৰাইম

ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল চাইবাৰ অপৰাধীৰ!

September 29, 2023
সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত
গুৱাহাটী

নিশা মহানগৰীৰ গণেশগুৰিত ভয়ংকৰ দুৰ্ঘটনা

September 28, 2023
বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীৰ আঠগাঁৱত মৃতদেহ উদ্ধাৰ!

September 28, 2023
নতুন দিল্লীত গণৰাজ্য দিৱসৰ ব্ৰাছ বেণ্ডত উত্তৰ-পূবক প্ৰতিনিধিত্ব কৰিব গুৱাহাটীৰ NCCৰ ২০ জনী গাৰ্লছ কেডেটে
সংবাদ

নতুন দিল্লীত গণৰাজ্য দিৱসৰ ব্ৰাছ বেণ্ডত উত্তৰ-পূবক প্ৰতিনিধিত্ব কৰিব গুৱাহাটীৰ NCCৰ ২০ জনী গাৰ্লছ কেডেটে

September 26, 2023
গুৱাহাটী বিমানকোঠৰ অন্তৰ্দেশীয় কাৰ্গো ভৱনৰ পৰা যোৱা তিনিমাহত প্ৰায় ১০০০ মেট্ৰিকটন সামগ্ৰীৰ আমদানি-ৰপ্তানি
সংবাদ

গুৱাহাটী বিমানকোঠৰ অন্তৰ্দেশীয় কাৰ্গো ভৱনৰ পৰা যোৱা তিনিমাহত প্ৰায় ১০০০ মেট্ৰিকটন সামগ্ৰীৰ আমদানি-ৰপ্তানি

September 26, 2023
Next Post
শিৱসাগৰত ক্ৰিকেট খেল উপভোগ কৰি থকাৰ মাজতেই যুৱকৰ মৃত্যু!

শিৱসাগৰত ক্ৰিকেট খেল উপভোগ কৰি থকাৰ মাজতেই যুৱকৰ মৃত্যু!

কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!

মাজবাটত অগ্নিকাণ্ড! ভষ্মীভূত হ'ল বহু লাখ টকাৰ সামগ্ৰী

আজি পোহৰৰ উৎসৱ দিপাৱলী

আজি পোহৰৰ উৎসৱ দিপাৱলী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8