• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

এইবাৰ নতুন ৰূপত প্ৰিয়ংকাঃ মুক্তি পালে জয় বৰুৱা আৰু প্ৰিয়ংকা ভৰালীৰ নতুন গীত

নিউজ ডেস্ক by নিউজ ডেস্ক
September 23, 2021
in অসম, মনোৰঞ্জন, সংবাদ
1 min read
0
এইবাৰ নতুন ৰূপত প্ৰিয়ংকাঃ মুক্তি পালে জয় বৰুৱা আৰু প্ৰিয়ংকা ভৰালীৰ নতুন গীত
Share on FacebookShare on Twitter

এইবাৰ নতুন ৰূপত জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী।” The Radio Guy”ৰ অভূতপূৰ্ব সফলতাৰ পিছতে ১৬ ছেপ্তেম্বৰত মুক্তি পালে ছবিখনৰ শীৰ্ষক গীত “কৈ দিয়া না”।

গীতটিত কণ্ঠদান কৰিছে জয় বৰুৱাই,গীতটি লিখিছে শশাংক সমীৰ, পৰিচালনা আৰু সম্পাদনা কৰিছে হৰজীত দিয়াজে। পোন প্ৰথমবাৰৰ বাবে কণ্ঠদান নকৰি গীতটিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে।

এই বিশেষ গীতটি KC Digital Film ইউটিউব চেনেলটিত উপলব্ধ হৈছে। ছবিখনৰ মুক্তিৰ পিছতে শেহতীয়াকৈ মুক্তি লাভ কৰিছে “কৈ দিয়া না” শীৰ্ষক গীতটোৱে ইউটিউবত ২১ হাজাৰতকৈ অধিক ভিউৱাৰ্ছ লাভ কৰিছে।

 

Tags: assamese filmassamese film industryAssamese Short FilmThe Radio Guy
Previous Post

নুনমাটি বাছ আস্থানৰ সমীপত বৃহৎ অগ্নিকাণ্ড…

Next Post

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিঙিত গামোচা পিন্ধি ৰাষ্ট্ৰপতি জ’ বাইডেনক লগ কৰিবলৈ গ’ল আমেৰিকালৈ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিঙিত গামোচা পিন্ধি ৰাষ্ট্ৰপতি জ’ বাইডেনক লগ কৰিবলৈ গ’ল আমেৰিকালৈ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিঙিত গামোচা পিন্ধি ৰাষ্ট্ৰপতি জ' বাইডেনক লগ কৰিবলৈ গ'ল আমেৰিকালৈ

চোৰাং চিকাৰীলৈ উপহাৰ:আত্মসমৰ্পণ কৰা ৫৭টা চোৰাং চিকাৰীলৈ নগদ পঞ্চাশ হেজাৰ

চোৰাং চিকাৰীলৈ উপহাৰ:আত্মসমৰ্পণ কৰা ৫৭টা চোৰাং চিকাৰীলৈ নগদ পঞ্চাশ হেজাৰ

৬ শতাধিক মাটিৰ দালালক গ্রেপ্তাৰ

৬ শতাধিক মাটিৰ দালালক গ্রেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8