• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

৯০ৰ দশকৰ দূৰদৰ্শনৰ বিজ্ঞাপন পুনৰ নিৰ্মাণ কৰিলে কৰিশ্মা কাপুৰে

নিউজ ডেস্ক by নিউজ ডেস্ক
March 28, 2022
in মনোৰঞ্জন, ৰাষ্ট্ৰীয়
1 min read
0
৯০ৰ দশকৰ দূৰদৰ্শনৰ বিজ্ঞাপন পুনৰ নিৰ্মাণ কৰিলে কৰিশ্মা কাপুৰে
Share on FacebookShare on Twitter

‘৯০ৰ দশকৰ দূৰদৰ্শনৰ এটা ক্লাছিক বিজ্ঞাপন এইবাৰ পুনৰ নিৰ্মাণ কৰিছে বলীউডৰ অভিনেত্ৰী কৰিশ্মা কাপুৰে। ‘য়েহ নহী, ৱো… লেকিন আপতো হমেছা য়েহী লেতী থী.’. মনত পৰিছেনে? এই বিজ্ঞাপন উপভোগ কৰি অনুৰাগীসকল নষ্টালজিক হৈ পৰিছে। সেইটোকে ইনষ্টাগ্ৰামত প্ৰকাশ কৰি সকলোকে আকৌ এবাৰ প্ৰায় ৩০ বছৰ আগৰ পুৰণি দিনলৈ ওভোতাই নিছে কৰিশ্মাই।

ধকধকীয়া বগা শাড়ী পিন্ধি গাড়ীৰ পৰা নামি দোকানলৈ গৈ দিপীকা চিখলিয়াই নিৰ্মা ছুপাৰ ডিটাৰজিণ্ট বিচৰা জনপ্ৰিয় বিজ্ঞাপনটো সময়ৰ লগে লগে মানুহে পাহৰিছিল। সেইটোকে পুনৰ নিৰ্মাণ কৰা হৈছে এইবাৰ ক্ৰেডিটকাৰ্ড মেনেজমেণ্ট প্লেটফ’ৰ্ম ক্ৰেডৰ বিজ্ঞাপনৰ বাবে। নিৰ্মাৰ মূল বিজ্ঞাপনটোৰ সেই গোটেই পৰিৱেশ, বাক্য, ধাৰা একেই ৰখা হৈছে নতুন বিজ্ঞাপনটোত। সেইটো দেখি কোনেও স্মৃতিকাতৰ নোহোৱাকৈ নোৱাৰে।

Previous Post

অস্কাৰঃ ছবিজগতৰ শ্ৰেষ্ঠ পুৰষ্কাৰ ঘোষণা

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

অনুষ্ঠান চলি থকাৰ মাজতেই গুলীবৰ্ষণ, নিহত ১৯ গৰাকী

অনুষ্ঠান চলি থকাৰ মাজতেই গুলীবৰ্ষণ, নিহত ১৯ গৰাকী

বিধানসভাত কেনেকৈ আহিল ভেনিটি ভান?

বিধানসভাত কেনেকৈ আহিল ভেনিটি ভান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8