• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

লতা মংগেশকাৰৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি

নিউজ ডেস্ক by নিউজ ডেস্ক
January 17, 2022
in মনোৰঞ্জন, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
লতা মংগেশকাৰৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি
Share on FacebookShare on Twitter

লতা মংগেশকাৰৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি। এসপ্তাহৰ পূৰ্বে হাস্পতালত ভৰ্তি কৰোৱা কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ খবৰ আহিছে। সোমবাৰে পুৱাৰে পৰা স্বাস্থ্য অধিক অৱনতি ঘটিছে বিশিষ্ট গায়িকা লতা মংগেশকাৰৰ। ক’ভিডৰ লগতে নেউমোনিয়াত আক্ৰান্ত হৈ বৰ্তমান মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত চিকিৎ‍সাধীন হৈ আছে কোকীলকণ্ঠী গায়িকা লতা মংগেশকাৰ। বৰ্তমান চিকিৎ‍সকৰ এটা দলে তৎপৰতাৰে লতা মংগেশকাৰক সুস্থ কৰি তোলাৰ চেষ্টা কৰি আছে। অনুৰাগীসকলক প্ৰাৰ্থনাৰ বাবে আহ্বান কৰিলে চিকিৎসকে।

Previous Post

আইন ভংগকাৰী বাহনৰ বিৰুদ্ধে কঠোৰ কামৰূপ মহানগৰ; ৯ মাহত জৰিমনাৰ বাবদ সংগ্ৰহ ১৪ কোটি

Next Post

গুৱাহাটীত আটাছুৰ নৱনিৰ্মিত কেন্দ্ৰীয় কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
গুৱাহাটীত আটাছুৰ নৱনিৰ্মিত কেন্দ্ৰীয় কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটীত আটাছুৰ নৱনিৰ্মিত কেন্দ্ৰীয় কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জনপ্ৰতিনিধিৰ ফোন ৰেকৰ্ডিং কৰাটো অনৈতিকঃ মুখ্যমন্ত্ৰী

জনপ্ৰতিনিধিৰ ফোন ৰেকৰ্ডিং কৰাটো অনৈতিকঃ মুখ্যমন্ত্ৰী

পৰীক্ষাগৃহতে হ’ব মেট্রিক উচ্চতৰ মাধ্যমিক পৰীক্ষাঃ ৰণোজ পেগু

পৰীক্ষাগৃহতে হ’ব মেট্রিক উচ্চতৰ মাধ্যমিক পৰীক্ষাঃ ৰণোজ পেগু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8