• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মুক্তি পালে বহু প্ৰতীক্ষিত সংগীত ভিডিঅ’ ‘সুৰ তুমি’

নিউজ ডেস্ক by নিউজ ডেস্ক
November 15, 2022
in মনোৰঞ্জন, অসম
1 min read
0
মুক্তি পালে বহু প্ৰতীক্ষিত সংগীত ভিডিঅ’ ‘সুৰ তুমি’
Share on FacebookShare on Twitter

অলপতে ইউটিউব চেনেলত মুক্তি পোৱা অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই কণ্ঠদান কৰা ‘সুৰ তুমি’ নামৰ ৰোমাণ্টিক ভিডিঅ গীতটিয়ে দৰ্শকৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। তীৰ্থাংক নাথৰ কথা, প্ৰদ্যুৎ বৰুৱাৰ কম্প’জিচন, বিভূতি গগৈৰ সংগীত পৰিচালনা আৰু ৰবি শৰ্মাৰ কণ্ঠ মিলি এক শ্ৰুতিমধুৰ পৰিবেশৰ সৃষ্টি কৰিছে। ৰবি শৰ্মাই নিয়ন্ত্ৰিত কণ্ঠৰে গীতটোৰ আৱেগ সঠিক মাত্ৰাত ফুটাই তুলিছে, আৰু নিজৰ গায়কীৰে হাজাৰজনক নিজৰ অনুৰাগী কৰি তুলিলে। গীতিকাৰ তীৰ্থাংক নাথৰ বিগত বৰ্ষটো ‘সোঁৱৰণি’ নামৰ গীতটিয়ে যথেষ্ট সফলতা আৰু প্ৰশংসা লাভ কৰিছিল আৰু উক্ত গীতটো জুবিন গাৰ্গে পৰিৱেশন কৰিছিল আৰু প্ৰদ্যুত বৰুৱাই ৰচনা কৰিছিল।
ইতিমধ্যে প্ৰণতি সংগীত নিবেদিত, ‘সুৰ তুমি‘য়ে শ্ৰোতাদৰ্শকক আৱেগিকভাৱে সন্মোহিত কৰাৰ লগতে ইউটিউব চেনেলত অনুৰাগী আৰু সংগীত প্ৰেমীসকলৰ পৰা ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। গীতটিত প্ৰাণঢালি কণ্ঠ নিগৰাই অভিনেতা ৰবি শৰ্মাই নিজৰ আন এক স্বকীয় প্ৰতিভাৰ পূৰ্ণ পৰিচয় দিয়াৰ লগতে দৰ্শক তথা শ্ৰুতাক অভিভূত কৰি তুলিছে। ইউটিউবৰ মন্তব্য চ’ৰাতো এই বিষয়ে কিছু চৰ্চা হৈছে। গীতটিৰ সৈতে জড়িত সকলোৰে সহযোগিতামূলক প্ৰচেষ্টাই নিশ্চিত ভাৱে ইয়াৰ সফলতাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
‘সুৰ তুমি’ সংগীত ভিডিঅটোৰ চিনেমাটোগ্ৰাফী কৰিছে ৰূপম ৰয় চৌধুৰী আৰু জয়ন্ত ডেকাই আৰু প্ৰডাকচন ডিজাইনাৰ হল সুৰজিৎ ডেকা আৰু বিনোদ নাথ। লগতে সম্পাদনা কৰিছে হৃষীকেশে। গীতটো গুৱাহাটীৰ জিৰো ডিবি ষ্টুডিঅ’ত ৰেকৰ্ড কৰা হৈছিল।

Previous Post

তিনিচুকীয়াৰ পেঙেৰীত গুলী চালনাৰ ঘটনা!

Next Post

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত তৰ্ক প্ৰতিযোগিতা সম্পন্ন

Related Posts

সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি
সংবাদ

গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি

November 24, 2023
আজি লাচিত দিৱস
সংবাদ

আজি লাচিত দিৱস

November 24, 2023
Viksit Bharat Sankalp Yatra reaches Darrang District of Assam
News

Viksit Bharat Sankalp Yatra reaches Darrang District of Assam

November 23, 2023
GMC ৰ বোকা নিষ্কাশন কেলেংকাৰীৰ অভিযুক্ত ঠিকাদাৰ মিঠু আগৰৱালাক গ্ৰেপ্তাৰ
ক্ৰাইম

কাকপথাৰৰ বিস্ফোৰণৰ পিছতে আটক আলফা (স্বাঃ)ৰ কেডাৰ

November 23, 2023
Next Post
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত তৰ্ক প্ৰতিযোগিতা সম্পন্ন

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত তৰ্ক প্ৰতিযোগিতা সম্পন্ন

‘খেতিৰ মাটি চন পেলাই নাৰাখিব; সমবায় ভিত্তিত হলেও খেতি কৰক’

'খেতিৰ মাটি চন পেলাই নাৰাখিব; সমবায় ভিত্তিত হলেও খেতি কৰক'

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8