নিউজ ডেস্কঃ যোৱা ২৪ অক্টোবৰত ৰোপনপ্ৰীতৰ সৈতে বিয়া পাশত আবদ্ধ হোৱা বলিউডৰ কণ্ঠশিল্পী নেহা কক্কাৰৰ সুখৰ উভৈনদী হৈ পৰিছে বৈবাহিক জীৱন ৷ ইনষ্টাগ্ৰাম যোগে কণ্ঠশিল্পী নেহা কক্কাৰে তেওঁৰ শুভকাংশীক জনাই যে তেওঁ মা হ’বলৈ ওলোৱা খবৰ ৷
View this post on Instagram
উল্লেখ্য যে স্বামী ৰোহনৰ সৈতে এখন সুন্দৰ ছবি শ্বেয়াৰ কৰিছে নেহাই ইনষ্টাগ্ৰামত। ফ’টোখনৰ কেপচনত নেহাই লিখিছে, ‘খেয়াল ৰখা কৰ। সেই ফটোতে ৰোহনপ্ৰীতৰ কমেণ্ট, ‘‘এব তো কুছ জাদা হী খেয়াল ৰখনা পড়েগা।প্ৰিয় গায়িকাগৰাকীক শুভকাংশীয়ে শুভেচ্ছা, মৰমেৰে ওপচাই পেলাইছে ছ’চিয়েল মিডিয়াত ৷
বৰ্তমান নেহাৰ এই ফ’টোখন ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷