• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

স্বামীয়ে এৰিলেও জীয়ৰীয়ে নেৰে এসময়ৰ এইগৰাকী সুন্দৰী অভিনেত্ৰীক

Manoranjan Majumder by Manoranjan Majumder
February 11, 2021
in মনোৰঞ্জন
1 min read
0
sara ali khan
Share on FacebookShare on Twitter

বিবাহৰ পিছতো মাতৃ অমৃতাৰ সৈতে থাকিব বিচাৰে অভিনেত্ৰী ছাৰা আলি খানে ।

এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ।

মাতৃ অমৃতাৰ সৈতে কটোৱা অন্তৰংগ মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত ।

জীৱনৰ অধিক সময় মাতৃৰ সৈতে অতিবাহিত কৰা ছাৰা ডাঙৰ হৈছে মাতৃৰ আদৰ্শতেই ।

পিতৃ ছেইফ আলি খানৰ সৈতে অমৃতাৰ বিবাহ বিচ্ছেদ হোৱাৰ সময়ত ছাৰাৰ বয়স আছিল মাত্ৰ ৯ বছৰ ।

তেতিয়াৰে পৰা মাতৃৰ তত্বাবধানতেই ডাঙৰ হৈছে ছাৰা আলি খান ।

মাতৃ অমৃতা সিঙৰ মৰমেৰে আবৃত ছাৰাৰ জীৱন ।

এক সাক্ষাৎকাৰত ছাৰাই কয়, ‘মই গোটেই জীৱন মাৰ সৈতে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।

এই কথাষাৰ ক’লে মায়ে মোক খং কৰে ।

কাৰণ মোৰ বিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিছে ।’

কিন্তু মাতৃক অকলশৰীয়া কৰি যাবলৈ প্ৰস্তুত নহয় ছাৰা ।

মাকৰ সৈতে সময় অতিবাহিত কৰি ভাল পায় ছাৰাই ।

অমৃতা আৰু ছাৰাৰ মাজৰ মাক-জীয়েকৰ সম্পৰ্কতকৈ বেছি দুয়োগৰাকী অন্তৰংগ বান্ধৱী ।

সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে ছাৰাই ।

কিন্তু মাকলৈ আটাইতকৈ বেছি ভয় কৰে বুলিও উল্লেখ কৰিছে ছাৰাই ।

পৰিয়ালৰ সৈতে নিজকে ওতঃপ্ৰোতভাৱে জড়িত কৰি ৰাখে অভিনেত্ৰীগৰাকীয়ে ।

ব্যস্ত ৰুটিনত সুবিধা পালেই মাতৃ আৰু ভাতৃৰ সৈতে সময় অতিবাহিত কৰে ছাৰাই ।

কিছুদিন পূৰ্বেও তেওঁলোকৰ সৈতে মালদ্বীপলৈ গৈছিল অভিনেত্ৰীগৰাকী ।

photo: google

 

Tags: actoramrita singhBollywoodsara ali khan
Previous Post

‘জয় শ্ৰী ৰাম পশ্চিমবংগত নকয় কি পাকিস্তানত ক’ব লাগে নেকি?’- মমতা বেনাৰ্জীলৈ অমিত শ্বাহৰ প্ৰশ্ন

Next Post

মেধাৱী ছাত্ৰসকল সাজু হৈ থাকক; মামাই বোলে বুলেট দিব!

Related Posts

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!
ক্ৰাইম

শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!

January 24, 2023
নিশা ২ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ফোন শ্বাহৰুখ খানৰ
মনোৰঞ্জন

নিশা ২ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ফোন শ্বাহৰুখ খানৰ

January 22, 2023
ভ্ৰাম্যমাণৰ জনপ্ৰিয় অভিনেতা প্ৰাণজিত দাসৰ দেহাৱসান
মনোৰঞ্জন

ভ্ৰাম্যমাণৰ জনপ্ৰিয় অভিনেতা প্ৰাণজিত দাসৰ দেহাৱসান

January 22, 2023
ডিগবৈ জুবিন গাৰ্গে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্তি
মনোৰঞ্জন

ডিগবৈ জুবিন গাৰ্গে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্তি

January 3, 2023
ৰীলড্ৰামাত মুক্তি পালে নতুন অসমীয়া ৱেব ছিৰিজ ‘ৰুদ্ৰনীল : উত্তৰপুৰুষ’
মনোৰঞ্জন

ৰীলড্ৰামাত মুক্তি পালে নতুন অসমীয়া ৱেব ছিৰিজ ‘ৰুদ্ৰনীল : উত্তৰপুৰুষ’

December 31, 2022
Next Post
Himanta Biswa Sarma

মেধাৱী ছাত্ৰসকল সাজু হৈ থাকক; মামাই বোলে বুলেট দিব!

পুনৰ ২৫০টা টুইটাৰ একাউন্ট বন্ধ…

কেন্দ্ৰই কৰে কিন্তু টুইটাৰ কৰ্তৃপক্ষই নকৰে, প্ৰসংগ কি ?

Black Buck

কৃষ্ণমৃগ চিকাৰ প্ৰসংগঃ যোধপুৰ জিলা আৰু সত্ৰ আদালতৰ পৰা চলমান খানৰ ৰেহাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8