• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নৰ্থ-ইষ্ট ষ্টাইল আইকন ২০২২ সম্পন্ন

নিউজ ডেস্ক by নিউজ ডেস্ক
May 9, 2022
in মনোৰঞ্জন, অসম, গুৱাহাটী
1 min read
0
নৰ্থ-ইষ্ট ষ্টাইল আইকন ২০২২ সম্পন্ন
Share on FacebookShare on Twitter

মহানগৰীৰ ভবেন্দ্ৰ নাথ শইকীয়া (আৰোহণ)ত নিশিতা প্ৰডাক্‌চনৰ উদ্যোগত যোৱা ৩০ এপ্ৰিলত অনুষ্ঠিত নৰ্থ-ইষ্ট ষ্টাইল আইকন ২০২২ অতি জাকজমকতাৰে সম্পন্ন হয়৷ সঞ্চালক ৰুবী কলিতাই অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত মুখ্য বিচাৰক হিচাপে উপস্থিত থাকে মুন দেউৰী আৰু সান্তনা বৰুৱা৷ পাঁচটা শাখাত অনুষ্ঠিত হোৱা নৰ্থ-ইষ্ট ষ্টাইল আইকন ২০২২ প্ৰতিযোগিতাখনত কিড্‌চ, টিন, মিচ আৰু মিচেছ, শাখাত অনুষ্ঠিত হয়৷ আনহাতে ‘কিড্‌চ’ৰ ছোৱালী শাখাত মেঘা কলিতাই উইনাৰৰ খিতাপটি অৰ্জন কৰিবলৈ সক্ষম হয়৷

ফাৰ্ষ্ট ৰানাৰ্চ আপ হিচাপে স্বস্তিকা দে আৰু চেকেণ্ড ৰানাৰ্চ আপ হিচাপে আৰোচি শৰ্মাই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়৷ ল’ৰাৰ ‘কিড্‌চ’ৰ শাখাত কৃতাৰ্থ কান্ত বৰুৱাই উইনাৰৰ খিতাপটি আজুৰি আনিবলৈ সক্ষম হোৱাৰ লগতে ফাৰ্ষ্ট ৰানাৰ্চ আপ হিচাপে জিষ্ণু কাশ্যপ, চেকেণ্ড ৰানাৰ্চ আপৰ খিতাপটি জ্যোতিষ্মান কাশ্যপে দখল কৰিবলৈ সক্ষম হয়৷

‘টিন’ত উইনাৰ হিচাপে অন্তৰা তালুকদাৰ, ফাৰ্ষ্ট ৰানাৰ্চ আপ হিচাপে কস্তুৰী ডেকা আৰু চেকেণ্ড ৰানাৰ্চ আপ হিচাপে মধুস্মীতা বৰাই স্থান দখল কৰিবলৈ সক্ষম হয়৷

মিছৰ শাখাত শতাব্দী হাজং উইনাৰ হিচাপে, এম্বেছেদৰ হিচাপে তৃষ্ণা বড়োয়ে স্থান দখল কৰিবলৈ সক্ষম হয়৷ তদুপৰি মিচেছৰ শাখাত নন্দিতা সিংহা উইনাৰ হিচাপে, চেকেণ্ড ৰানাচ আপ হিচাপে অনিতা ৰাজ আৰু ব্ৰেণ্ড এম্বেছেদৰ হিচাপে মাইনু বৰুৱাই স্থান দখল কৰিবলৈ সক্ষম হয়৷ তদুপৰি মিষ্টাৰ কেটেগুৰিত সুনিল বাছফৰ ফাৰ্ষ্ট ৰানাৰ্চ আপ হিচাপে আৰু ৰোমিঅ চোৱেল চেকেণ্ড ৰানাৰ্চ আপ হিচাপে আৰু অসীম সুত্ৰধৰে উইনাৰৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়৷

Previous Post

শিৱসাগৰ জ্ঞানজ্যোতি চিনিয়ৰ চেকেন্ডেৰী স্কুল গড়মুৰৰ উদ্যোগত ভাওনা অনুষ্ঠান

Next Post

CAA বিৰোধী আন্দোলনৰ অভিকেন্দ্র শ্বাহিনবাগত উচ্ছেদ অভিযান

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
CAA বিৰোধী আন্দোলনৰ অভিকেন্দ্র শ্বাহিনবাগত উচ্ছেদ অভিযান

CAA বিৰোধী আন্দোলনৰ অভিকেন্দ্র শ্বাহিনবাগত উচ্ছেদ অভিযান

আহি আছে অছানিঃ অসমকে ধৰি চাৰিখন ৰাজ্যত হ’ব পাৰে প্ৰৱল ধুমুহা

আহি আছে অছানিঃ অসমকে ধৰি চাৰিখন ৰাজ্যত হ'ব পাৰে প্ৰৱল ধুমুহা

পূৱ ইউক্ৰেইনৰ বিদ্যালয়ত ৰাছিয়াৰ আক্ৰমণ! ৬০ জন নিহত

পূৱ ইউক্ৰেইনৰ বিদ্যালয়ত ৰাছিয়াৰ আক্ৰমণ! ৬০ জন নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8