• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অস্কাৰঃ ছবিজগতৰ শ্ৰেষ্ঠ পুৰষ্কাৰ ঘোষণা

নিউজ ডেস্ক by নিউজ ডেস্ক
March 28, 2022
in মনোৰঞ্জন, আন্তৰ্জাতিক
1 min read
0
অস্কাৰঃ ছবিজগতৰ শ্ৰেষ্ঠ পুৰষ্কাৰ ঘোষণা
Share on FacebookShare on Twitter

২০২২ বৰ্ষৰ ৯৪ সংখ্যক অস্কাৰ পুৰষ্কাৰ ঘোষণা কৰা হ’ল। আমেৰিকাৰ লছ এঞ্জেলছস্থিত ডালবী থিয়েটাৰত আয়োজিত সমাৰোহত চিনেমা জগতৰ সকলোতকৈ প্ৰতিষ্ঠিত আৰু শ্ৰেষ্ঠ পুৰষ্কাৰ প্ৰদান কৰা হয়। শ্ৰেষ্ঠ ছবিৰ পুৰষ্কাৰ লাভ কৰিলে ‘কোডা’ নামৰ ছবিখনে। উইল স্মিথক ‘কিং ৰিছাৰ্ড’ ছবিখনৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আৰু জেছিকা ছেষ্টনে শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে একাডেমীৰ মঞ্চত উজলিছে।

 

জেন কেম্পিয়নে ‘দ্য পাৱাৰ অৱ ডগ’ ছবিখনৰ বাবে সৰ্বশ্ৰেষ্ঠ পৰিচালকৰ পুৰষ্কাৰ লাভ কৰিলে। ইপিনে, সৰ্বশ্ৰেষ্ঠ আন্তৰ্জাতিক ছবিৰ শিতানত পুৰষ্কাৰ লাভ কৰিলে জাপানী ভাষাৰ ছবি ‘ড্ৰাইভ মাই কাৰ’ নামৰ ছবিখনে আৰু ‘এনকাণ্টো’ ছবিখনক শ্ৰেষ্ঠ এনিমেটেড ছবি বুলি সন্মানিত কৰা হৈছে।

Previous Post

সোণাপুৰত শুভমুক্তি পালে ‘তোমাৰে ভাৱনাত’

Next Post

৯০ৰ দশকৰ দূৰদৰ্শনৰ বিজ্ঞাপন পুনৰ নিৰ্মাণ কৰিলে কৰিশ্মা কাপুৰে

Related Posts

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!
ক্ৰাইম

শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!

January 24, 2023
নিশা ২ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ফোন শ্বাহৰুখ খানৰ
মনোৰঞ্জন

নিশা ২ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ফোন শ্বাহৰুখ খানৰ

January 22, 2023
ভ্ৰাম্যমাণৰ জনপ্ৰিয় অভিনেতা প্ৰাণজিত দাসৰ দেহাৱসান
মনোৰঞ্জন

ভ্ৰাম্যমাণৰ জনপ্ৰিয় অভিনেতা প্ৰাণজিত দাসৰ দেহাৱসান

January 22, 2023
এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনীৰ আয়োজন প্লাষ্টিণ্ডিয়া ফাউণ্ডেচনৰ
ব্যৱসায়

এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনীৰ আয়োজন প্লাষ্টিণ্ডিয়া ফাউণ্ডেচনৰ

January 13, 2023
ডিগবৈ জুবিন গাৰ্গে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্তি
মনোৰঞ্জন

ডিগবৈ জুবিন গাৰ্গে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্তি

January 3, 2023
Next Post
৯০ৰ দশকৰ দূৰদৰ্শনৰ বিজ্ঞাপন পুনৰ নিৰ্মাণ কৰিলে কৰিশ্মা কাপুৰে

৯০ৰ দশকৰ দূৰদৰ্শনৰ বিজ্ঞাপন পুনৰ নিৰ্মাণ কৰিলে কৰিশ্মা কাপুৰে

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

অনুষ্ঠান চলি থকাৰ মাজতেই গুলীবৰ্ষণ, নিহত ১৯ গৰাকী

অনুষ্ঠান চলি থকাৰ মাজতেই গুলীবৰ্ষণ, নিহত ১৯ গৰাকী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8