১. ৰণথম্বোৰৰ ঘটনা
ফটোগ্ৰাফাৰ শ্ৰীধৰ শিৱাৰাম (Sridhar Sivaram) নিজৰ গাইড ববীৰ সৈতে জংগললৈ ফটো ল’বলৈ ওলাল, কিন্তু সেই সময়তে এটা নাহৰফুটুকীক খুন্দা মাৰে বাইকখনে।
২. নাহৰফুটুকীটোৰ ওপৰতে পৰিল বাইক
বাইকখনত বহি আছিল ৩জন লোক। হঠাৎ ৰাস্তাত নাহৰফুটুকীটো আহি যোৱা বাবে বাইকখন অনিয়ন্ত্ৰিয় হৈ পৰে আৰু বাইকখন নাহৰফুটুকীটোৰ ওপৰত বাগৰি পৰে।
এই দুৰ্ঘটনাটোত তিনিও জন লোক সামান্যভাৱে আঘাতপ্ৰাপ্ত হয়, ইফালে ঘটনাটোৰ পিছতে নাহৰফুটুকীটো তাৰ পৰা পলায়ন কৰে।
৩. সেই স্থানতে বিভিন্নজনে লৈ আছিল ছেলফি
শ্ৰীধৰ শিৱাৰামে জানিবলৈ দিয়া অনুসৰি, ৰণথাম্বৰ নেচনেল পাৰ্কৰ ভিতৰেৰে যোৱা লোকসকলে লৈ আছিল ছেলফি।
এইটো এলেকাত বাঘ উপস্থিত থকা সম্ভাৱনাত এই কাণ্ড যথেষ্ট বিপজ্জনক।
৪. ঘটনাস্থলীতে লোৱা হৈছিল এই ফটো
ফটোগ্ৰাফাৰ শ্ৰীধৰে এনে ফটো কেনেদৰে ক্লিক কৰিব পাৰিলে, ইয়াৰ সম্পূৰ্ণ তথ্য তেওঁ নিজৰ ইনষ্টাগ্ৰাম পোষ্টত লিখি দিলে।
শ্ৰীধৰ শিৱাৰামে আৰম্ভণিৰ পৰা অন্তলৈ প্ৰতিটো ছেকেণ্ডৰ বিযয়ে জানিবলৈ দিয়ে, আচলতে ফটো কেইখন কেনেদৰে লোৱা হ’ল।
৫. হোলীৰ এদিন পূৰ্বৰ এই ঘটনা
এই ঘটনাটো হোলীৰ এদিন পূৰ্বৰ। যাৰ বাবে অন্য দিনৰ তুলনাত সেই দিনটোত জনসমাগম যথেষ্ট আছিল।
এই ঘটনাটোত কোনো লোকৰে ক্ষতি হোৱা নায়।
৬. সাধাৰণ লোকৰ প্ৰৱেশত নিষেধাজ্ঞা
এই ঘটনাটো সংঘটিত হোৱাৰ পিছতে, তাত থকা মন্দিৰ দৰ্শনৰ বাবে সাধাৰণ লোকৰ বিনামূলীয়া প্ৰৱেশত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে।
ঘটনাটো তদন্ত কৰা হ’ব।
Photo Credit: Sridhar Sivaram