• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

এগৰাকী অভিনেত্ৰীৰ পাইজামাৰ মূল্য আপোনাৰ এটা লেপটপৰ সমান

Manoranjan Majumder by Manoranjan Majumder
February 13, 2021
in মনোৰঞ্জন
2 min read
0
priyanka chopra
Share on FacebookShare on Twitter

বলীউদ-হলীউদৰ ফেশ্বন ডিভা প্ৰিয়ংকা চোপ্ৰাই ভালদৰে জানে যে মানুহক আকৰ্ষণ কৰিবলৈ কিদৰে সাজ-সজ্জা কৰিব লাগে।

বৰ্তমান সময়ত অভিনেত্ৰী গৰাকী এটা চুলিৰ ব্ৰেণ্ডৰ লগতে নিজৰ কিতাপ ” Unfinished”ৰ সৈতে ব্যস্ত হৈ আছে।

শেহতীয়াকৈ প্ৰিয়ংকাই নিজ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা এটি সৰু ভিডিঅ’ত নিজৰ কিতাপ খনৰ বিষয়ে প্ৰকাশ কৰিছে।

ভিডিঅ’টিত প্ৰিয়ংকা চোপ্ৰাই পৰিধান কৰিছে এটি প্ৰিণ্টেড পাইজামা ।

যাক লৈ এতিয়া ছ’চিয়েল মিডিয়াৰ সৰ্বত্ৰে চৰ্চিত বিষয় হৈ পৰিছে।

এতিয়া আপোনাৰ মনত নিশ্চয় পাইজামাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

দৰাচলতে ভিডিঅ’টিত প্ৰিয়ংকা চোপ্ৰাই পৰিধান কৰা প্ৰিণ্টেড পাইজামাটো ইটালীৰ জনপ্ৰিয় এটি ব্ৰেণ্ড “ডলচ আৰু গাব্বানা”ৰ।

এই পাজামাৰ সৈতে মিলাকৈ আছে এখন মাক্স।এই দামী পাইজামা যোৰ কভিড’ৰ সময়ত তৈয়াৰ কৰা হৈছিল।

ডিজাইনাৰ লেবেলৰ এই পাইজামা যোৰৰ দাম ১,১৫০ ইউৰো,ভাৰতীয় মুল্যত প্ৰায় ১,০১,২০০ টকা।

 

View this post on Instagram

 

A post shared by Priyanka Chopra Jonas (@priyankachopra)

কটন পপলিন কাপোৰেৰে তৈয়াৰী পাইজামা যোৰ হাতত পাইপিন দিয়া হৈছে আৰু টাইগাৰ প্ৰিণ্টৰ ওপৰত ৰঙা গোলাপেৰে সুন্দৰকৈ তৈয়াৰ কৰাৰ লগতে সন্মুখৰ ভাগত মুকুতাৰ বুটাম দিয়া হৈছে।

বিশ্ব সুন্দৰী অভিনেত্ৰী গৰাকীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টিত সামান্য মাস্কাৰা আৰু পাতল ব্ৰাউন ৰঙৰ লিপষ্টিক পৰিধান কৰি নিজক ধুনীয়াকৈ সজাই তুলিছে।

photo: google

Tags: Bollywood superstarPriyanka ChopraUnfinishedপ্ৰিয়ংকা চোপ্ৰাফেশ্বন ডিভা
Previous Post

অসমৰ চলচ্চিত্ৰ উদ্যোগলৈ ১ কোটি টকাৰ ৰাজসাহায্য মুখ্যমন্ত্ৰীৰ

Next Post

পুনৰ ঠন ধৰি উঠিব পৰম্পৰাগত উদ্যোগে

Related Posts

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!
ক্ৰাইম

শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!

January 24, 2023
নিশা ২ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ফোন শ্বাহৰুখ খানৰ
মনোৰঞ্জন

নিশা ২ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ফোন শ্বাহৰুখ খানৰ

January 22, 2023
ভ্ৰাম্যমাণৰ জনপ্ৰিয় অভিনেতা প্ৰাণজিত দাসৰ দেহাৱসান
মনোৰঞ্জন

ভ্ৰাম্যমাণৰ জনপ্ৰিয় অভিনেতা প্ৰাণজিত দাসৰ দেহাৱসান

January 22, 2023
ডিগবৈ জুবিন গাৰ্গে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্তি
মনোৰঞ্জন

ডিগবৈ জুবিন গাৰ্গে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্তি

January 3, 2023
ৰীলড্ৰামাত মুক্তি পালে নতুন অসমীয়া ৱেব ছিৰিজ ‘ৰুদ্ৰনীল : উত্তৰপুৰুষ’
মনোৰঞ্জন

ৰীলড্ৰামাত মুক্তি পালে নতুন অসমীয়া ৱেব ছিৰিজ ‘ৰুদ্ৰনীল : উত্তৰপুৰুষ’

December 31, 2022
Next Post
vinai kumar saxena

পুনৰ ঠন ধৰি উঠিব পৰম্পৰাগত উদ্যোগে

FASTag

১৫ ফেব্ৰুৱাৰীৰ পৰা বাধ্যতামূলক ফাষ্টটেগ, অন্যথা ভৰিব দুগুণ জৰিমনা

road accident

মৰ্মান্তিক! ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ১৬গৰাকী শ্ৰমিকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8