• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মাতৃ দিৱসৰ দিনাই ঘৰলৈ আহিল প্ৰিয়ংকা-নিকৰ সন্তান মালতী

নিউজ ডেস্ক by নিউজ ডেস্ক
May 9, 2022
in মনোৰঞ্জন, News, সংবাদ
1 min read
0
মাতৃ দিৱসৰ দিনাই ঘৰলৈ আহিল প্ৰিয়ংকা-নিকৰ সন্তান মালতী
Share on FacebookShare on Twitter

মাতৃ দিৱসৰ দিনাই জীয়ৰী মালতী মেৰীৰ প্ৰথম আভাস দিলে গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰাই । নিওনেটাল ইনটেনচিভ কেয়াৰ ইউনিটত ১০০ দিন ভৰ্তি হৈ থকাৰ পিছত প্ৰিয়ংকা-নিকে প্ৰথমবাৰলৈ ঘৰলৈ আনিছে সন্তানটিক ।

প্ৰিয়ংকাই শ্বেয়াৰ কৰা ইনষ্টাগ্ৰাম পোষ্টটোত লিখিছে, “এই মাতৃ দিৱসৰ ক্ষণত আপোনালোকৰ সন্মুখত আমি বিগত মাহকেইটাত সন্মুখীন হোৱা অভিজ্ঞতা আৰু অনুভৱৰ বাহিৰে আন একো উপস্থাপন কৰিব নোৱাৰো ৷

প্ৰিয়ংকাই লগতে কয় যে, প্ৰতিটো পৰিয়ালৰে যাত্ৰা অনন্য আৰু তেনেদৰে চলি যাবলৈ এক নিৰ্দিষ্ট স্তৰৰ বিশ্বাসৰ প্ৰয়োজন ৷ আমাৰ প্ৰত্যাহ্বানজনক মাহকেইটালৈ উভতি চালে এতিয়া স্পষ্ট হৈ পৰে যে প্ৰতিটো মুহূৰ্ত কিমান মূল্যৱান আৰু নিখুঁত আছিল” । প্ৰিয়ংকাই মালতীৰ সঠিক যত্ন লোৱাৰ বাবে চিকিৎসকসকলকো ধন্যবাদ জনাই পোষ্টটোৰ জৰিয়তে । প্ৰিয়ংকাই শ্বেয়াৰ কৰা ফটোখনত অভিনেত্ৰীগৰাকীয়ে সন্তানটিক কোলাত লৈ থকা দেখা গৈছে আৰু নিকে হাত এখনত ধৰি একেথৰে চাই আছে মালতীক ৷ অৱশ্যে বগা ৰঙৰ হাৰ্ট ইম’জিৰে সন্তানটিৰ মুখ ঢাকি দিয়ে প্ৰিয়ংকাই ৷

Previous Post

ধনজিৎ, সঞ্জীৱ আৰু পৰেশ বৰুৱাৰ আদালত…

Next Post

মালাইকা আৰোৰাৰ সুস্বাস্থ্যৰ মূল চাবিকাঠি

Related Posts

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
Marico organises the biggest pan India clean up drive, cleans over 500 kgs of waste on ‘Marico Impact Day’
News

Marico organises the biggest pan India clean up drive, cleans over 500 kgs of waste on ‘Marico Impact Day’

June 7, 2023
Next Post
মালাইকা আৰোৰাৰ সুস্বাস্থ্যৰ মূল চাবিকাঠি

মালাইকা আৰোৰাৰ সুস্বাস্থ্যৰ মূল চাবিকাঠি

প্ৰত্যেকটো উগ্ৰপন্থী গোটৰ লগতে আলোচনা কৰি অসমত শান্তি স্থাপন কৰা হৈছেঃ শ্বাহ

প্ৰত্যেকটো উগ্ৰপন্থী গোটৰ লগতে আলোচনা কৰি অসমত শান্তি স্থাপন কৰা হৈছেঃ শ্বাহ

ম’বাইলৰ আসক্তিৰ পৰা সন্তানক আঁতৰাই ৰখাৰ কেইটামান সহজ উপায়

ম'বাইলৰ আসক্তিৰ পৰা সন্তানক আঁতৰাই ৰখাৰ কেইটামান সহজ উপায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8