• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

৩দিনত RRRৰ উপাৰ্জন ১, ২৩৫কোটিঃ বাহুবলী-২কো পেলালে চেৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
March 28, 2022
in মনোৰঞ্জন, ৰাষ্ট্ৰীয়
1 min read
0
৩দিনত RRRৰ উপাৰ্জন ১, ২৩৫কোটিঃ বাহুবলী-২কো পেলালে চেৰ
Share on FacebookShare on Twitter

ভাৰতীয় ছবিজগতৰ সকলো ৰেকৰ্ড ভংগ কৰিলে RRRএ বোলছবিখনে। মুক্তিৰ ৩টা দিনত ছবিখনে মুঠ উপাৰ্জন কৰিলে ১,২৩৫কোটিৰা অধিক টকা। উল্লেখ্য যে, RRR ছবিখনে বাহুবলী-২ৰ ৰেকৰ্ডো ভংগ কৰিলে। ছবিখনে মুক্তিৰ প্ৰথম দিনাই বাহুবলী-২ৰ ৰেকৰ্ড ভংগ কৰিছিল। বাহুবলী-২ৰ প্ৰথম দিনৰ উপাৰ্জন আছিল ২১৫কোটি। ইয়াৰ পৰিৱৰ্তে RRRএ প্ৰথম দিনাৰ উপাৰ্জন হৈছে ২৩৫কোটি টকা। আজিলৈকে ভাৰতৰ কোনো এখন চিনেমাই এদিনতে ইমান টকা উপাৰ্জন কৰা নাছিল।

উল্লেখ্য যে, RRRএ প্ৰথমদিনা ২৩৫কোটি, দ্বিতীয় দিনা ৩০০কোটি আৰু তৃতীয়া দিন প্ৰায় ৭০০কোটি টকা উপাৰ্জন কৰে। বাহুবলীৰ পৰিচালক ৰাজামুৰলীয়ে পৰিচালনা কৰা এই ছবিখনৰ বাজেট আছিল প্ৰায় ৪০০কোটি। ছবিখনত অভিনয় কৰা অভিনেতাসকলকো উচ্চ পৰ্যায়ৰ মাননি প্ৰদান কৰা হৈছিল। মুখ্য চৰিত্ৰত অভিনয় কৰা জুনিয়ৰ এন টি আৰ আৰু ৰামচৰণক ৫০-৫০কোটি টকা মাননি প্ৰদান কৰা হৈছিল। ইয়াৰ বিপৰীতে আলিয়াক ২০কোটি আৰু এটা সৰু চৰিত্ৰত অভিনয় কৰা অজয় দেৱগনক ৩০কোটি টকা প্ৰদান কৰা হৈছিল।

Previous Post

মোৰ ল’ৰাক সহায় কৰকঃ চিত্ৰশিল্পী নীলম মহন্তৰ মাতৃৰ কাতৰ আহ্বান

Next Post

এটা ন’ বলে কাঢ়িলে ভাৰতৰ বিশ্বকাপৰ সপোন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
Next Post
এটা ন’ বলে কাঢ়িলে ভাৰতৰ বিশ্বকাপৰ সপোন

এটা ন’ বলে কাঢ়িলে ভাৰতৰ বিশ্বকাপৰ সপোন

পাণ্ডুত আবকাৰী অভিযানত চুলাই মদসহ ২মহিলাক আটক

পাণ্ডুত আবকাৰী অভিযানত চুলাই মদসহ ২মহিলাক আটক

AUDI সহ ২৮খন বাহন জব্দ পৰিবহণ বিভাগৰ

AUDI সহ ২৮খন বাহন জব্দ পৰিবহণ বিভাগৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8