• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ভ্ৰাম্যমান থিয়েটাৰৰ বাবে এছঅ’পি

Satabdi Saikia by Satabdi Saikia
December 10, 2021
in অসম, মনোৰঞ্জন, সংবাদ
1 min read
0
Share on FacebookShare on Twitter

ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰাই কাৰ্যকৰী হোৱাকৈ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰদৰ্শন সন্দৰ্ভত এখন এছঅ’পি জাৰি কৰা হৈছে।

ভ্ৰাম্যমান থিয়েটাৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত জিলা/মহকুমা প্ৰশাসনৰ দায়িত্ব:

  • ক’নটেইনমেণ্ট জ’ন নথকা বা শেহতীয়াকৈ যথেষ্ট সংখ্যক লোকৰ ক’ভিড সংক্ৰমন পৰিলক্ষিত নোহোৱা এলেকাতহে ভ্ৰাম্যমান থিয়েটাৰ প্ৰদৰ্শনৰ অনুমতি
  • থিয়েটাৰ আমন্ত্ৰণ কৰা স্থানীয় আয়োজক সমিতিৰ সকলো বিষয়ববীয়া, সদস্যই দুয়োপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো উপায়ুক্ত/মহকুমাধিপতিয়ে সুনিশ্চিত কৰিব
  • অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (এএছডিএমএ)ই জাৰি কৰা ক’ভিড বিধিৰ আধাৰত থিয়েটাৰ পাতিবলৈ চৰ্তসাপেক্ষ অনুমতি প্ৰদান কৰিব
  • থিয়েটাৰ থলীত ক’ভিড বিধি আৰু ভ্ৰাম্যমান থিয়েটাৰৰ বাবে প্ৰযোজ্য কৰা মানক সঞ্চালন প্ৰক্ৰিয়াৰ নিয়মসমূহ পালন হৈছে নে নাই, সেয়া প্ৰশাসনে যিকোনো সময়তে পৰীক্ষা কৰিব।
  • উলংঘন ধৰা পৰিলে থিয়েটাৰ প্ৰদৰ্শনৰ অনুমতি তাৎক্ষণিক ভাৱে বাতিল কৰিব আৰু আয়োজক সমিতি, থিয়েটাৰ গোষ্ঠীৰ বিৰুদ্ধে আইনগত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব।
  • প্ৰয়োজন সাপেক্ষে জিলা/মহকুমা প্ৰশাসনে থিয়েটাৰ থলীৰ সমীপৱৰ্তী এলেকাত প্ৰথম পালি বা দ্বিতীয় পালি ক’ভিড প্ৰতিষেধক ল’বলৈ বাকী থকা লোকসকলক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিব।

◆ ভ্ৰাম্যমান থিয়েটাৰৰ স্থানীয় আয়োজক সমিতিৰ দায়িত্ব:

  • আয়োজক সমিতিয়ে ক’ভিড বিধি আৰু ভ্ৰাম্যমানৰ এছঅ’পিৰ নিয়মসমূহ সম্পূৰ্ণ ভাৱে পালন কৰিব বুলি লিখিত নিশ্চয়তা প্ৰদান কৰি জিলা/মহকুমা প্ৰশাসনৰ পৰা লিখিত অনুমতি ল’ব লাগিব।
  • আয়োজক সমিতিৰ সকলো বিষয়ববীয়া, সদস্য আৰু স্বেচ্ছাসেৱকে দুয়োপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক।
  • থিয়েটাৰ চাবলৈ মাস্ক অবিহনেই অহা দৰ্শকক আয়োজকৰ ফালৰ পৰাই মাস্কৰ ব্যৱস্থা কৰি দিহে প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিবলৈ দিব পাৰিব। প্ৰত্যেক প্ৰৱেশদ্বাৰতে হেণ্ড ছেনিটাইজাৰৰ ব্যৱস্থা কৰিব লাগিব।
  • আয়োজকে টিকটত সহজেই চকুত পৰাকৈ ডাঙৰ আখৰেৰে ‘সকলোৱে ক’ভিড বিধি মানি চলক’ আৰু ‘সকলোৱে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰক’ বুলি ছপা কৰিব লাগিব।
  • আয়োজক সমিতিয়ে থিয়েটাৰ থলীৰ লগতে আশ-পাশৰ এলেকাত ৰাইজক ক’ভিড বিধি মানি চলাৰ লগতে ক’ভিড প্ৰতিষেধক গ্ৰহণৰ বাবে আহ্বান জনাই সঘনাই মাইকেৰে ঘোষণা কৰিব লাগিব।
  • আয়োজক সমিতিয়ে প্ৰতি নিশা সান্ধ্য আইন আৰম্ভ হোৱাৰ পূৰ্বেই দৰ্শকসকল নিজ ঘৰলৈ ঘূৰি যাব পৰাকৈ সান্ধ্য আইনৰ যথেষ্ট পূৰ্বেই নাট প্ৰদৰ্শন বন্ধ কৰিব লাগিব।
  • প্ৰেক্ষাগৃহত দৰ্শকসকলৰ মাজত ন্যূনতম সামাজিক দূৰত্ব ৰক্ষা হোৱাকৈ নিৰ্দিষ্ট দূৰত্বত আসনৰ ব্যৱস্থা কৰিব লাগিব।
  • প্ৰতি দুসপ্তাহৰ মূৰত থিয়েটাৰৰ প্ৰতিগৰাকী সদস্যৰ RAT/RTPCR ক’ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক। জিলা/মহকুমা প্ৰশাসনে বিচাৰিলে থিয়েটাৰৰ সদস্যসকলে শেহতীয়া ক’ভিড নিগেটিভ প্ৰমাণপত্ৰ দেখুৱাব লাগিব।
  • প্ৰেক্ষাগৃহত নাট প্ৰদৰ্শনৰ পূৰ্বে, মাজত আৰু শেষত দৰ্শক-ৰাইজৰ বাবে ক’ভিড প্ৰতিষেধক গ্ৰহণ আৰু ক’ভিড বিধি সঠিক ভাৱে পালনৰ বাবে আহ্বান জনাই ঘোষণা আদি আগবঢ়াব।
  • প্ৰতিনিশাই সান্ধ্য আইনৰ যথেষ্ট পূৰ্বেই সেই নিশাৰ নাট প্ৰদৰ্শন সামৰিব লাগিব। দৰ্শকসকলে যাতে সান্ধ্য আইন আৰম্ভ হোৱাৰ পূৰ্বেই নিজৰ ঘৰ গৈ পায়, তাৰ বাবে আগতীয়াকৈ নাট প্ৰদৰ্শন সামৰণি পেলাব।
  • ভ্ৰাম্যমান থিয়েটাৰৰ বাবে নিৰ্ধাৰিত ‘মানক সঞ্চালন প্ৰক্ৰিয়া’ (এছঅ’পি) আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (এএছডিএমএ)ৰ ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনাৰ উলংঘন হ’লে স্বত্ত্বাধিকাৰীসহ থিয়েটাৰ গোষ্ঠী আৰু আয়োজকৰ বিৰুদ্ধে আইনগত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব।
  • ক’ভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি পৰৱৰ্তী সময়ত এই মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ’পি)ত প্ৰয়োজনীয় সাল-সলনি ঘটোৱা হ’ব।
Tags: AssamCovid 19Keshab Mahantaভ্রাম্যমাণ থিয়েটাৰ
Previous Post

ধুমপানে হেৰুৱাই পেলাব আপোনাৰ যৌন ক্ষমতাঃ কেনেকৈ এৰিব ধুমপান…..

Next Post

শাৰদীয় দুৰ্গোৎসৱঃ গুৱাহাটীত হ’ব প্ৰায় ৪০০ খন দুৰ্গা পূজা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post

শাৰদীয় দুৰ্গোৎসৱঃ গুৱাহাটীত হ’ব প্ৰায় ৪০০ খন দুৰ্গা পূজা

মাজুলীবাসীৰ হাহাকাৰঃ মাজৰাতিৰ পৰাই ফেৰী ঘাটত বোন্দাপৰ দিছে যাত্রীয়ে

আজি মহাষ্টমীঃ ঢাক আৰু দেৱী বন্দনাৰে মুখৰিত হৈছে গোটেই ৰাজ্য...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8