• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দ্য কাশ্মীৰ ফাইলছঃ সত্য নম্ৰতাৰে প্ৰকাশ কৰা উচিত

নিউজ ডেস্ক by নিউজ ডেস্ক
March 21, 2022
in মনোৰঞ্জন, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
দ্য কাশ্মীৰ ফাইলছঃ সত্য নম্ৰতাৰে প্ৰকাশ কৰা উচিত
Share on FacebookShare on Twitter

বহু বিতৰ্কিত ছবি ‘দ্য কাশ্মীৰ ফাইলছে’ ১০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰিলে। একাংশই এই ছবিখনক মোদী চৰকাৰৰ প্ৰচাৰমূলক ছবি বুলিও অভিহিত কৰিব খুজিছে।

উল্লেখ্য যে, ৯০ ৰ দশকত কাশ্মীৰী পণ্ডিতসকলক কেনেকৈ কাশ্মীৰৰ পৰা উৎখাত কৰা হৈছিল, কেনেদৰে পৰিয়ালৰ ওপৰত অত্যাচাৰ সংঘটিত হৈছিল তাৰে ছবি চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে। ছবিখনৰ মুক্তিৰ পাছৰে পৰা পৰিচালক বিবেক অগ্নিহোত্ৰীৰ শত্ৰুৰ সংখ্যা বৃদ্ধি পাইছে বুলি শুনিবলৈ পোৱা গৈছে আৰু সেয়েহে পৰিচালকজনৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বিবেক অগ্নিহোত্ৰীক কেন্দ্ৰীয় চৰকাৰে ৱাই শ্ৰেণীৰ সুৰক্ষা প্ৰদান কৰিছে।

ইফালে, ছবিখনৰ প্ৰসংগত মুখ খুলিছে নানা পাটেকাৰে। অভিনেতাজনে কয় যে, হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকল এই ভাৰতৰ। দুয়োটা সম্প্ৰদায় শান্তিত থাকিব লাগে। এওঁলোকৰ এজনৰ আনজনৰ প্ৰয়োজনীয়তা আছে। পৰস্পৰে পৰস্পৰৰ অবিহনে জীয়াই থাকিব নোৱাৰে। এখন চলচ্চিত্ৰৰ বাবে বিভাজনৰ পৰিস্থিতি সৃষ্টি হোৱাতো উচিত নহয়। সকলোৱে যেন শান্তিত থাকে।

বলিউদৰ এজন প্ৰখ্যাত অভিনেতা আদিল হুছেইনে দ্যা কাশ্মীৰ ফাইলছ ছবিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আদিল হুছেইনে তেওঁৰ টুইটাৰ হেণ্ডেলত লিখিছিল, ‘সঁচা কথা ক’ব লাগে! ইয়াত কোনো সন্দেহ নাই। কিন্তু নম্ৰতাৰে প্ৰকাশ কৰা উচিত। অন্যথা, সত্য কোৱাৰ উদ্দেশ্যই ইয়াৰ সৌন্দৰ্য হেৰুৱায় আৰু ইয়াৰ প্ৰভাৱ বিৰূপ হৈ পৰে’।

Previous Post

কংগ্ৰেছৰ মিটিঙত কি কি হয়, মই সকলো খবৰ পাওঁঃ হিমন্ত বিশ্ব শৰ্মা

Next Post

নকল সামগ্ৰী বিক্ৰীৰ অভিযোগত আটক ছয়জন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
নকল সামগ্ৰী বিক্ৰীৰ অভিযোগত আটক ছয়জন

নকল সামগ্ৰী বিক্ৰীৰ অভিযোগত আটক ছয়জন

কলিয়াভোমোৰাৰ দ্বিতীয়খন দলং মুকলি হ’ব জুনত

কলিয়াভোমোৰাৰ দ্বিতীয়খন দলং মুকলি হ’ব জুনত

প্ৰতিগৰাকী ভাৰতীয়ই চাব লাগে ‘The Kashmir Files’

প্ৰতিগৰাকী ভাৰতীয়ই চাব লাগে ‘The Kashmir Files'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8