• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সোণাপুৰত শুভমুক্তি পালে ‘তোমাৰে ভাৱনাত’

নিউজ ডেস্ক by নিউজ ডেস্ক
March 28, 2022
in মনোৰঞ্জন, গুৱাহাটী
1 min read
0
সোণাপুৰত শুভমুক্তি পালে ‘তোমাৰে ভাৱনাত’
Share on FacebookShare on Twitter

ৰবিবাৰে ৬১ নং সোণাপুৰ গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত মুক্তি দিয়া হয় “তোমাৰে ভাৱনাত” শীৰ্ষক নতুন অসমীয়া গীতটি। ডিমৰীয়াৰ উদীয়মান সাংবাদিক তথা কন্ঠশিল্পী পংকজ ডেকাৰ দ্বাৰা ৰচিত আৰু কন্ঠদান কৰা গীতটি জনপ্ৰিয় কন্ঠশিল্পী ৰূপালী কাশ্যপে শুভমুক্তি দিয়ে।

গীতটিত পংকজ ডেকাৰ লগত কন্ঠদান কৰিছে বন্দিতা দাসে। আনহাতে সোণাপুৰ মহাবিদ্যালয়ৰ লগতে ডিমৰীয়াৰ কেইবাটাও লোকেশ্যনত দৃশ্যগ্ৰহণ কৰা গীতটিত মুখ্য চৰিত্ৰত অভিনয় কৰিছে শ্যায়ম সঞ্জিত আৰু ভাগ্যশ্ৰী গোস্বামীয়ে। গীতটিৰ প্ৰযোজনা নুৰ আহমেদ লস্কৰৰ আৰু পৰিচালনা চফিকুৰ ৰহমানৰ লগতে গীতটিৰ সৈতে জড়িত আছে ডিমৰীয়াৰ অন্যান্য কেইবাগৰাকীও কলা-কুশলী।
পোন প্ৰথমবাৰৰ বাবে উদীয়মান কন্ঠশিল্পী পংকজ ডেকাৰ কন্ঠত মুক্তি দিয়া গীতটি ৰাইজে আদৰি ল’ব বুলি আশাবাদী গীতটিৰ সৈতে জড়িত কলা-কুশলী।

Previous Post

নিবনুৱাৰ পৰা কোটি কোটি টকা সংগ্ৰহৰ লক্ষ্য অসম চৰকাৰৰ!

Next Post

অস্কাৰঃ ছবিজগতৰ শ্ৰেষ্ঠ পুৰষ্কাৰ ঘোষণা

Related Posts

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড
ক্ৰাইম

কামৰূপৰ পলাশবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

January 25, 2023
কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!
অসম

কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ
সংবাদ

নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ

January 24, 2023
পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি
শিক্ষা

পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি

January 24, 2023
Next Post
অস্কাৰঃ ছবিজগতৰ শ্ৰেষ্ঠ পুৰষ্কাৰ ঘোষণা

অস্কাৰঃ ছবিজগতৰ শ্ৰেষ্ঠ পুৰষ্কাৰ ঘোষণা

৯০ৰ দশকৰ দূৰদৰ্শনৰ বিজ্ঞাপন পুনৰ নিৰ্মাণ কৰিলে কৰিশ্মা কাপুৰে

৯০ৰ দশকৰ দূৰদৰ্শনৰ বিজ্ঞাপন পুনৰ নিৰ্মাণ কৰিলে কৰিশ্মা কাপুৰে

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8