• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মাইম একাডেমীত “মায়া বৰুৱা কিয় আহিছিল” নাট মঞ্চস্থ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 22, 2022
in মনোৰঞ্জন, গুৱাহাটী
1 min read
0
মাইম একাডেমীত “মায়া বৰুৱা কিয় আহিছিল” নাট মঞ্চস্থ
Share on FacebookShare on Twitter

গুৱাহাটিৰ হেদায়েৎপুৰস্থিত মাইম একাডেমীৰ প্ৰেক্ষাগৃহত ১৮ ডিচেম্বৰত সন্ধিয়া দুটাকৈ দর্শনীত মঞ্চস্থ কৰা হয় আই এ এছ বিষয়া, অসমৰ ৰাজ্যপালৰ সচিব স্বপ্না দত্ত ডেকা ৰচিত আৰু ৰূপান্তৰ বৰপাত্ৰ গোঁহাই পৰিচালিত নাটক ‘মায়া বৰুৱা কিয় আহিছিল’। আৰম্ভণিতে মঞ্চ উদ্ধোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ পোনা মহন্তই। এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত ডঃ পোনা মহন্তই ৰাজ্যপালৰ সচিবৰ দৰে দায়িত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰিও তাৰ মাজতে এনে ধৰণৰ উচ্চমান বিশিষ্ট নাট দৰ্শকক উপহাৰ দিয়া বাবে স্বপ্না দত্ত ডেকাৰ শলাগ লয়।

অনুষ্ঠানত সিদ্ধাৰ্থ মুখাৰ্জী , উৎপল দত্ত , অনুপজ্যোতি চৌধুৰী, হৰেশ চন্দ্ৰ দত্তকে ধৰি সাংস্কৃতিক জগতৰ লগত জড়িত কেবাগৰাকী পুৰোধা ব্যক্তি উপস্থিত থাকে। ইফালে কিছুদিন আগতে সংঘটিত এক সত্য ঘটনাৰ আলমত স্বপ্না দত্ত ডেকাৰ ৰচিত নাটকৰ বিষয়বস্তু আৰু উপস্থাপনে দর্শকৰ হৃদয় চুই যাবলৈ সক্ষম হৈছে। নাটখনৰ পৰিচালনাত আংগিকৰ প্ৰয়োগ, পোহৰ প্ৰক্ষেপন, সংগীত আৰু অন্যান্য কলা কৌশলৰ সফল প্ৰয়োগেৰে পৰিচালকৰ প্ৰচেষ্টা শলাগিবলগীয়া। এখন বলিষ্ঠ অথচ সহজ পাণ্ডুলিপিৰ মঞ্চত উপস্থাপনত অভিনয়ৰ ক্ষেত্ৰত এমেচাৰ শিল্পীসকলৰ প্ৰচেষ্টা প্ৰশংসনীয়। দুই এজন নতুন শিল্পীৰ অভিনয়, উচ্চাৰণ আদিৰ উন্নীতকৰণৰ অবশ্যেই থল আছে। দুয়োটা দৰ্শনীতে ভৰপূৰ প্ৰেক্ষাগৃহৰ সংবেদনশীল মান্য দৰ্শকৰ উপস্থিতিয়ে স্বাভাবিকতেই নাট্যদলটিক অনুপ্রাণিত কৰে। ব্যক্তিৰ বিকাশত মানুহৰ প্ৰেম, সাহচৰ্য্য, বন্ধুত্ব, মমকে আদিকৰি আৱেগিক নিৰাপত্তাৰ চিৰন্তন প্ৰয়োজনীয়তা আৰু বৈষয়িক সম্পৰ্কত থকা এই অভাবৰ অবস্থিতিৰ প্ৰকাশৰ নাট্যকাৰৰ প্ৰয়াস শলাগিবলগীয়া।

উল্লেখযোগ্য যে পথাৰ – গুৱাহাটীয়ে প্ৰায় কুৰি বছৰ ধৰি নাট্যকর্মত নিয়োজিত আৰু দুলীয়াজানত অৱস্থিত “পথাৰ”ৰ এটি শাখা। ২০২০ বৰ্ষৰ পৰা গুৱাহাটীত জন্ম হোৱা এই শাখাৰ এইখন তৃতীয় নাটক। আনহাতে সাংস্কৃতিক কর্মী হিচাপে নীৰৱে নাট্য সাহিত্যৰ চৰ্চা কৰি অহা স্বপ্না দত্ত ডেকাই ছাত্রবস্থাৰে পৰা নাটক ৰচনা কৰাৰ উপৰিও মাজে সময়ে মঞ্চত বলিষ্ঠ আৰু জীৱন্ত অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আনকি ৰাজ্যপালৰ সচিবৰ দৰে অতি গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হলেও তাৰ মাজতো স্বপ্না দত্ত ডেকাই নাট্য চৰ্চা অব্যাহত ৰাখিছে।

Previous Post

অৰুণাচলত নিৰ্মাণ হ’ব ১,৮৫৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ফ্ৰণ্টিয়াৰ হাইৱে

Next Post

পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তৰ উমশ্ৰু চোৰাং গৰু, বাহন জব্দ

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
কৃতি শিক্ষক বঁটা প্ৰাপক মামণি কলিতাক নৱাৰুণ সাহিত্য সভাৰ সম্বৰ্দ্ধনা
সংবাদ

কৃতি শিক্ষক বঁটা প্ৰাপক মামণি কলিতাক নৱাৰুণ সাহিত্য সভাৰ সম্বৰ্দ্ধনা

September 20, 2023
চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত শিপিনীয়ে তাতশালত বইছে গামোচা, মেখেলা – চাদৰ
গুৱাহাটী

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত শিপিনীয়ে তাতশালত বইছে গামোচা, মেখেলা – চাদৰ

September 20, 2023
টপচেম চিমেন্ট আৰু গুৱাহাটী স্কুটাৰ এণ্ড মটৰ চাইকেল গেৰাজ অ’নাৰ্ছ এচোছিয়েশ্যনে আয়োজন কৰিছে বিশ্বকৰ্মা আইডল বিসৰ্জন অভিযান-২০২৩
সংবাদ

টপচেম চিমেন্ট আৰু গুৱাহাটী স্কুটাৰ এণ্ড মটৰ চাইকেল গেৰাজ অ’নাৰ্ছ এচোছিয়েশ্যনে আয়োজন কৰিছে বিশ্বকৰ্মা আইডল বিসৰ্জন অভিযান-২০২৩

September 20, 2023
কেয়াৰভিষ্টাত সৌন্দৰ্য আৰু স্বাস্থ্য একেলগে: জুবিন গাৰ্গে অত্যাধুনিক ক্লিনিক উদ্বোধন কৰে
সংবাদ

কেয়াৰভিষ্টাত সৌন্দৰ্য আৰু স্বাস্থ্য একেলগে: জুবিন গাৰ্গে অত্যাধুনিক ক্লিনিক উদ্বোধন কৰে

September 19, 2023
Next Post
পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তৰ উমশ্ৰু চোৰাং গৰু, বাহন জব্দ

পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তৰ উমশ্ৰু চোৰাং গৰু, বাহন জব্দ

উত্তৰ পূৰ্বাঞ্চলৰ ছাত্র-ছাত্ৰীসকলৰ প্রথম পচণ্ডৰ শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হৈছে GNIOT

উত্তৰ পূৰ্বাঞ্চলৰ ছাত্র-ছাত্ৰীসকলৰ প্রথম পচণ্ডৰ শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হৈছে GNIOT

অবৈধ ভাৱে বাহনৰ পৰা ধন দাবী কৰি মহানগৰীত আটক এজন!

অৰুণাচলৰ টিৰাপত আলফা (স্বাঃ)ৰ কেডাৰ গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8