• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অস্কাৰৰ মঞ্চত ক্ৰিছ ৰকৰ গালত প্ৰচণ্ড চৰ সোধালে অভিনেতা উইল স্মিথে

নিউজ ডেস্ক by নিউজ ডেস্ক
March 28, 2022
in মনোৰঞ্জন, আন্তৰ্জাতিক
1 min read
0
অস্কাৰৰ মঞ্চত ক্ৰিছ ৰকৰ গালত প্ৰচণ্ড চৰ সোধালে অভিনেতা উইল স্মিথে
Share on FacebookShare on Twitter

২০২২ বৰ্ষৰ অস্কাৰ বঁটা প্ৰদান মঞ্চত ঘটিল এক অঘটন! শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰা উইল স্মিথে অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানৰ ঘোষক ক্ৰিছ ৰকৰ গালত শোধালে প্ৰচণ্ড চৰ। এই আকস্মিক ঘটনাত উপস্থিত সকলো হতবাক হৈ পৰে। উল্লেখ্য যে, ক্ৰিছ ৰকে উইল স্মিথৰ পত্নী জেডা পিংকেট স্মিথক লৈ তাচ্ছিল্য ভৰা মন্তব্য কৰাৰ বাবে খঙত তিঙিৰি তুলা হৈ পৰিল উইল স্মিথ।

তেওঁ উইল স্মিথৰ পত্নীৰ চুলিক লৈ কৌতুক কৰিছিল। ক্ৰিছ ৰকে কয় যে পৰৱৰ্তী ‘জি আই জেন’ ছবিত জেডা স্মিথে অভিনয় কৰিব। ‘জি আই জেন’ ছবিখনত ডেমি মুৰে অভিনয় কৰিছিল। ছবিখনত ডেমিৰ মুৰত চুলি নাছিল। ইপিনে, জেডাৰ মুৰতো চুলি নাই। কিন্তু সেয়া আন কাৰণত নহয়, জেডা এল’পেচিয়াত আক্ৰান্ত হোৱাৰ বাবেহে তেওঁৰ মূৰৰ চুলি নাই। ক্ৰিছৰ এনে কৌতুকত খঙত জ্বলি উঠে উইল স্মিথ। তেওঁ মঞ্চলৈ উঠি গৈ ক্ৰিছৰ গালত প্ৰচণ্ড চৰ শোধায়।

বহুতেই এয়া প্ৰথমতে স্ক্ৰীপ্টৰ অংশ বুলি ভাবিছিল যদিও পাছত দেখা যায় যে উইল স্মিথ সঁচাকৈয়ে খঙত অগ্নিশৰ্মা হৈ পৰিছে। তেওঁ ক্ৰিছক গালি দি কয় যে মোৰ পত্নীৰ নাম পুনৰ যাতে আপোনাৰ মুখৰ পৰা এনেধৰণৰ কথা নোলায়। ক্ৰিছে উত্তৰত কৈছিল যে, এয়া মাত্ৰ ধেমালিহে আছিল, আগলৈ তেওঁ এনে নকৰে।

উল্লেখ্য যে উইল স্মিথে ‘কিং ৰিচাৰ্ড’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰিছে। শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা গ্ৰহণ কৰি মঞ্চতে আৱেগিক হৈ কান্দি উঠিছিল উইল স্মিথ। উইলে ক্ৰিছ ৰকৰ গালত মৰা প্ৰচণ্ড চৰৰ ঘটনাটো বৰ্তমান টুইটাৰ ট্ৰেণ্ডিঙত আছে।

Previous Post

তেজপুৰত জুইত জাঁহ গ’ল ১৬ খনকৈ বিলাসী বাহন

Next Post

দেশৰ বহু ৰাজ্যত সংখ্যালঘুৰ মৰ্যাদা লাভ কৰিব পাৰে হিন্দুৱে!

Related Posts

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!
ক্ৰাইম

শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!

January 24, 2023
নিশা ২ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ফোন শ্বাহৰুখ খানৰ
মনোৰঞ্জন

নিশা ২ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ফোন শ্বাহৰুখ খানৰ

January 22, 2023
ভ্ৰাম্যমাণৰ জনপ্ৰিয় অভিনেতা প্ৰাণজিত দাসৰ দেহাৱসান
মনোৰঞ্জন

ভ্ৰাম্যমাণৰ জনপ্ৰিয় অভিনেতা প্ৰাণজিত দাসৰ দেহাৱসান

January 22, 2023
এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনীৰ আয়োজন প্লাষ্টিণ্ডিয়া ফাউণ্ডেচনৰ
ব্যৱসায়

এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনীৰ আয়োজন প্লাষ্টিণ্ডিয়া ফাউণ্ডেচনৰ

January 13, 2023
ডিগবৈ জুবিন গাৰ্গে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্তি
মনোৰঞ্জন

ডিগবৈ জুবিন গাৰ্গে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্তি

January 3, 2023
Next Post
দেশৰ বহু ৰাজ্যত সংখ্যালঘুৰ মৰ্যাদা লাভ কৰিব পাৰে হিন্দুৱে!

দেশৰ বহু ৰাজ্যত সংখ্যালঘুৰ মৰ্যাদা লাভ কৰিব পাৰে হিন্দুৱে!

মোৰ ল’ৰাক সহায় কৰকঃ চিত্ৰশিল্পী নীলম মহন্তৰ মাতৃৰ কাতৰ আহ্বান

মোৰ ল’ৰাক সহায় কৰকঃ চিত্ৰশিল্পী নীলম মহন্তৰ মাতৃৰ কাতৰ আহ্বান

৩দিনত RRRৰ উপাৰ্জন ১, ২৩৫কোটিঃ বাহুবলী-২কো পেলালে চেৰ

৩দিনত RRRৰ উপাৰ্জন ১, ২৩৫কোটিঃ বাহুবলী-২কো পেলালে চেৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8