• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

এপিয়লা ‘গ্ৰীণ টি’ পিয়ক আৰু কৰ্কট ৰোগৰ পৰা দূৰত থাকক

নিউজ ডেস্ক by নিউজ ডেস্ক
May 10, 2022
in জীৱনশৈলী
1 min read
0
এপিয়লা ‘গ্ৰীণ টি’ পিয়ক আৰু কৰ্কট ৰোগৰ পৰা দূৰত থাকক
Share on FacebookShare on Twitter
 ‘গ্ৰীণ টি’ ৰ সোৱাদ লৈ ভালপোৱাসকলৰ বাবে এটি সুখবৰ। শেহতীয়াকৈ সম্পন্ন হোৱা অধ্যয়নৰ জৰিয়তে এই কথা পোহৰলৈ আহিছে যে গ্ৰীণ টি মুখৰ কৰ্কট ৰোগ নিৰাময়ত সহায়ক হ’ব পাৰে।

পেনছিলভেনিয়া ষ্টেট ইউনিভাৰ্ছিটীৰ গৱেষক ডা: জোছুৱা লেম্বাৰ্ট আৰু তেওঁৰ সহযোগীসকলে কৰা অধ্যয়নত গ্ৰীণ টি ত এপিগেল’কেটচিন ৩ গেলেট (ই জি চি জি) নামৰ এবিধ পদাৰ্থ থকাৰ কথা জানিব পাৰে। এই ই জি চি জি ৰ কৰ্কট ধ্বংস কৰা অদ্ভুত ক্ষমতা আছে। অধ্যয়নৰ কালত গৱেষকসকলে জানিব পাৰিছে যে মুখৰ কৰ্কট ৰোগীয়ে গ্ৰীণ টি পান কৰা মাত্ৰেই এই ই জি চি জিয়ে কৰ্কট কোষ ধ্বংসৰ প্ৰক্ৰিয়া আৰম্ভ কৰি দিয়ে।

আশ্বৰ্যকৰ কথাটো হ’ল যে,  এই পদাৰ্থবিধে আকৌ সুস্থ কোষৰ কোনো অনিষ্ট সাধন নকৰে। গৱেষক ডা: লেম্বাৰ্টৰ মতে তেওঁলোকে অদ্যাপি এই কথা বুজিবলৈ সক্ষম হোৱা নাই যে, ই জি চি জি য়ে সুস্থ কোষক এৰি কৰ্কট কোষ ধ্বংসক কিয় লক্ষ্য হিচাপে লয়। সমান্তৰালকৈ গৱেষকৰ দলটোৱে এই কথাও জানিবলৈ অধ্যয়ন অব্যাহত ৰাখিছে যে ই জি চি জিয়ে কেৱল মুখৰ কৰ্কট কোষৰ ওপৰতে আক্ৰমণ চলায় নে শৰীৰৰ আন অংশৰ কৰ্কট কোষৰ ওপৰতো সমানেই আক্ৰমণ চলাবলৈ সক্ষম।

Previous Post

পতি-পত্নীয়ে হত্যা কৰিলে এজন যুৱকক

Next Post

জিন্স, টি-ছাৰ্ট নিপিন্ধিব! চৰকাৰী কৰ্মচাৰীলৈ নিৰ্দেশ মুখ্য সচিবৰ

Related Posts

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ
News

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ

December 14, 2022
ভয়াবহ ৰূপত ছিট্ৰাং
News

ভয়াবহ ৰূপত ছিট্ৰাং

October 25, 2022
১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক
News

১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক

October 24, 2022
পুনৰ টোলগেট
Exclusive

পুনৰ টোলগেট

October 20, 2022
সোমবাৰক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ঘোষণা
Exclusive

সোমবাৰক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ঘোষণা

October 19, 2022
আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ
Exclusive

আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ

October 19, 2022
Next Post
জিন্স, টি-ছাৰ্ট নিপিন্ধিব! চৰকাৰী কৰ্মচাৰীলৈ নিৰ্দেশ মুখ্য সচিবৰ

জিন্স, টি-ছাৰ্ট নিপিন্ধিব! চৰকাৰী কৰ্মচাৰীলৈ নিৰ্দেশ মুখ্য সচিবৰ

গৰমৰ দিনত কি ফল-মূল খাব জানো আহক

গৰমৰ দিনত কি ফল-মূল খাব জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰিব লগীয়া স্বাস্থ্যকৰ পানীয়

ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰিব লগীয়া স্বাস্থ্যকৰ পানীয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8