• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বাস্তু শাস্ত্র অনুসৰি এইসমূহ সামগ্ৰী ঘৰত ৰাখিলে হব পাৰে ভয়ংকৰ বিপদ!

নিউজ ডেস্ক by নিউজ ডেস্ক
May 14, 2022
in জীৱনশৈলী
1 min read
0
বাস্তু শাস্ত্র অনুসৰি এইসমূহ সামগ্ৰী ঘৰত ৰাখিলে হব পাৰে ভয়ংকৰ বিপদ!
Share on FacebookShare on Twitter

বাস্তু শাস্ত্র অনুসৰি ঘৰ এখন পৰিস্কাৰ কৰি ৰখাৰ লগতে কিছুমান কথাত গুৰুত্ব দিয়াটো বিশেষ প্ৰয়োজনীয়৷ আপোনাৰ ঘৰখন আৰু ঘৰৰ চৌহদত এনে কিছুমান সামগ্ৰী আছে, যাৰ দ্বাৰা বাস্তু শাস্ত্র অনুসৰি অমংগল হব পাৰে বুলি ভবা হয়। এনে সামগ্ৰীয়ে ঘৰখনত অভাৱ আৰু নাটনিয়ে নধৰা হোৱাৰ লগতে সকলোতে বিফলতা আৰু সমাজত সকলোৰে পৰা লাঞ্ছিত হব লগা হয়। এনে ছবিধ বস্তু যিসমূহ ঘৰত আৰু ঘৰৰ চৌহদত থাকিলে বেয়া –

  • বন্ধ কৰা পাছতো টোপটোপ কৈ পানী পৰি থকা পানীৰ টেপ নাৰাখিব। নহলে ঘৰখনলৈ দৰিদ্ৰতা আহিব। এনে বস্তু থকা ঘৰত টকা পইচা ধৰি ৰাখিব নোৱাৰিব। টোপ টোপকৈ হাতৰ পৰা ওলাই যাব। আৰু চেষ্টা কৰিলেও ঘৰখনৰ অশান্তি দূৰ নহয়।
  • ঘৰৰ দেৱাল বা চাদ যদি ফাটিছে বা এৰি গৈছে তেতিয়া হলে তেনেকৈ বহুদিন নাৰাখিব। সোনকালে মেৰামতি কৰাই লব। নহলে ঘৰখনত অশুভ শক্তিয়ে বাহ লব। ধন, অৰ্থ, গৃহক প্ৰৱেশ কৰাৰ পথ ৰুদ্ধ হৈ যাব। ঘৰখনত অপাই অমংগল, কাজিয়া পেচালেৰে ভৰি পৰিব।
  • ঘৰৰ চুকত বাদুলিৰ বাহ লোৱা আৰু বাহ নললেও ঘৰলৈ বাদুলিৰ আহ-যাহ অমংগল। এনে হলে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিব। ঘৰখনত সদায়ে বেমেজালি লাগি থাকিব বুলি কোৱা হয়।
  • ঘৰত ভঙা চিঙা আইনা বা কাচৰ টুকুৰা, ভাঙি যোৱা বাল্ব, বটল আদি নাৰাখিব। আইনা হৈছে আমাৰ চেহেৰাৰ প্ৰতিবিম্ব প্ৰতিফলন কৰা এবিধ পদার্থ। ইয়াক ভঙা অৱস্থাত ঘৰত ৰাখিলে, ঘৰখনত অশুভ শক্তিৰে ভৰি পৰিব৷
  • ঘৰত মকৰাৰ জাল বন্ধা অতি অশুভ। ঘৰখন মকৰা জালেৰে ভৰি থাকিলে, আহিব লগা ধন সম্পদ হাত লগাৰ আগেয়ে হেৰাই যাব। মকৰাই মেৰিয়াই মেৰিয়াই জাল দিয়াৰ দৰে, অশুভ শক্তিয়ে ঘৰখন মেৰিয়াই ধৰিব। এনে ঘৰত মা লক্ষ্মীৰ প্ৰৱেশ নঘটে।
  • মন্দিৰৰ থাপনাত ফুল তুলসী দিলে পিছদিনা ৰাতিপুৱাই চাফা কৰিব। মন্দিৰৰ থাপনা বাদেই, মন্দিৰৰ অইন ঠাইটো, মোনা আদিতো বাহি হোৱা ফুল নাৰাখিব। নহলে আপোনাৰ ঘৰলৈ অশুভ শক্তিৰ প্ৰভাৱ ঘটিব।
Previous Post

১৭ মে’লৈকে ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ!

Next Post

IPLৰ মাজতে অম্বাতি ৰায়ডুৰ টুইটক লৈ বিতৰ্ক

Related Posts

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ
News

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ

December 14, 2022
ভয়াবহ ৰূপত ছিট্ৰাং
News

ভয়াবহ ৰূপত ছিট্ৰাং

October 25, 2022
১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক
News

১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক

October 24, 2022
পুনৰ টোলগেট
Exclusive

পুনৰ টোলগেট

October 20, 2022
সোমবাৰক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ঘোষণা
Exclusive

সোমবাৰক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ঘোষণা

October 19, 2022
আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ
Exclusive

আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ

October 19, 2022
Next Post
IPLৰ মাজতে অম্বাতি ৰায়ডুৰ টুইটক লৈ বিতৰ্ক

IPLৰ মাজতে অম্বাতি ৰায়ডুৰ টুইটক লৈ বিতৰ্ক

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ পদত্যাগ

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ পদত্যাগ

১৫ জুলাইৰ ভিতৰত পুনৰ ৮ হাজাৰ যুৱকলৈ চৰকাৰী চাকৰি!

১৫ জুলাইৰ ভিতৰত পুনৰ ৮ হাজাৰ যুৱকলৈ চৰকাৰী চাকৰি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8