• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আপুনি নজনাকৈয়ে আপোনাৰ সন্তান মানসিক ৰোগত ভুগি আছে নেকি?

নিউজ ডেস্ক by নিউজ ডেস্ক
May 11, 2022
in জীৱনশৈলী
1 min read
0
আপুনি নজনাকৈয়ে আপোনাৰ সন্তান মানসিক ৰোগত ভুগি আছে নেকি?

Upset

Share on FacebookShare on Twitter

আপোনাৰ সন্তানটো মানসিক ৰোগত আক্ৰান্ত হৈছে নেকি? পঢ়াৰ বোজা তথা প্ৰবল প্ৰতিযোগিতাত টিকি থাকিবলৈ যাওঁতে কেতিয়াবা এনে সমস্যাত ভুগিবও পাৰে। কিন্তু আপুনি কেনেকৈ তাৰ এই সমস্যাৰ কথা জানিব। আপুনি শিশুটোক লক্ষ্য কৰি যদি নিম্নলিখিত লক্ষণসমুহ দেখে তেন্তে বুজিব যে আপোনাৰ শিশু মানসিক ৰোগত ভুগিছে।

লক্ষণসমূহ হ’ল –

বিদ্যালয়ত পাৰদৰ্শিতা দেখুৱাবলৈ অসমৰ্থ।

অহৰহ বিৰক্ত আৰু খিংখিঙীয়া হৈ থকা।

সঘনাই মুৰৰ বিষ, পেটৰ বিষ আদিৰ বিষয়ে অভিযোগ অনা।

দীৰ্ঘ সময়ৰ বাবে শুই থকা অথবা একেবাৰে শুবলৈ ইচ্ছা নকৰা বা নিশা টোপনিত খোজ কঢ়া।

বেছি খঙাল আৰু নিজৰ সুৰক্ষাৰ প্ৰতি উদাসীন হোৱা।

কেনেকৈ চিকিৎসা কৰিব?

শিশুৰ মানসিক ৰোগ চিনাক্ত কৰিব পাৰে মানসিক ৰোগ বিশেষজ্ঞই। তদুপৰি অনুজ্ঞা থকা মানসিক স্বাস্থ্য থেৰাপিষ্ট বা শিশু ৰোগ বিশেষজ্ঞ তথা মনোৰোগ বিশেষজ্ঞই শিশুৰ লগত কথা পাতি আৰু শাৰীৰিক পৰীক্ষা কৰি তেওঁলোকৰ ৰোগ চিনাক্ত কৰিব পাৰে। শিশুসকলৰ মানসিক ৰোগ অন্যান্য চিকিৎসাৰ ঔষধৰ পাৰ্শ্বক্ৰিয়াও হ’ব পাৰে। এক্সৰে, চিটিস্কেনৰ দ্বাৰা নিয়মীয়াকৈ পৰীক্ষা কৰা প্ৰয়োজন। এই পৰীক্ষাৰ সময়ত শিশুটোৰ লগতে মাক-দেউতাকক এলানি প্ৰশ্ন বিশেষজ্ঞই কৰিব পাৰে ৰোগটো বিশ্লেষণৰ বাবে। সেয়েহে শিশুৰ দৈনন্দিন ব্যৱহাৰৰ কোনো পৰিৱৰ্তন দেখিলে সাৱধান হৈ চিকিৎসকৰ কাষ চাপিব।

Previous Post

আকৌ বিটিআৰ প্ৰধান হ’ব নেকি হাগ্ৰামা মহিলাৰী ?

Next Post

ফল-মূলৰ বাকলিৰে ছাল আৰু চুলিৰ যতন লওঁ আহক

Related Posts

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ
News

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ

December 14, 2022
ভয়াবহ ৰূপত ছিট্ৰাং
News

ভয়াবহ ৰূপত ছিট্ৰাং

October 25, 2022
১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক
News

১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক

October 24, 2022
পুনৰ টোলগেট
Exclusive

পুনৰ টোলগেট

October 20, 2022
সোমবাৰক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ঘোষণা
Exclusive

সোমবাৰক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ঘোষণা

October 19, 2022
আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ
Exclusive

আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ

October 19, 2022
Next Post
ফল-মূলৰ বাকলিৰে ছাল আৰু চুলিৰ যতন লওঁ আহক

ফল-মূলৰ বাকলিৰে ছাল আৰু চুলিৰ যতন লওঁ আহক

সাংবাদিকক পশ্চিমবংগ আৰক্ষীৰ দুৰ্ব্যৱহাৰ, সৰ্বত্ৰে গৰিহণা

সাংবাদিকক পশ্চিমবংগ আৰক্ষীৰ দুৰ্ব্যৱহাৰ, সৰ্বত্ৰে গৰিহণা

নাবাৰ্ডে বিগত বৰ্ষত অসমক ৯৭০০ কোটি টকাৰ বিত্তীয় সাহাৰ্য প্ৰদান

নাবাৰ্ডে বিগত বৰ্ষত অসমক ৯৭০০ কোটি টকাৰ বিত্তীয় সাহাৰ্য প্ৰদান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8