• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আয়ুস বৃদ্ধি কৰিবলৈ খাওক ব্ৰাহ্মী শাক

নিউজ ডেস্ক by নিউজ ডেস্ক
December 10, 2021
in খাদ্যাভাস, জীৱনশৈলী
1 min read
0
Share on FacebookShare on Twitter

ব্ৰাহ্মী শাক আমাৰ সকলোৰে পৰিচিত।
গ্ৰাম্য অঞ্চলৰ প্ৰত্যেকঘৰতে ব্ৰাহ্মী শাক সহজলভ্য।
শাকত ভিতৰত ব্ৰাহ্মী শাক প্ৰসিদ্ধ শাক।
ব্ৰাহ্মী শাক সাধাৰণতে চেঁচুকীয়া অঞ্চলত তথা সেমেকা ঠাইত হয়।
ব্ৰাহ্মী শাক বিশেষকৈ শিশুক ঘিউৰ লগত ভাজি খুওৱা হয়।

ব্ৰাহ্মী শাকৰ উপকাৰিতাসমূহঃ

  • ব্ৰাহ্মী শাক শিশুক ভাজি খুৱালে স্মৃতিশক্তি বৃদ্ধি হয়।
  • ব্ৰাহ্মী শাক বসন্ত ৰোগত বৰ উপকাৰী।
  • মাত ভঙা বা স্বৰভংগ ৰোগত ব্ৰাহ্মী শাকৰ ৰস মৌজোলৰ লগত খাব লাগে।
  • প্ৰস্ৱাৱ বন্ধ হ’লে ব্ৰাহ্মী শাকৰ ৰস খাই দিলে প্ৰস্বাৱ খোলোচা হয়।
  • ব্ৰাহ্মী শাকত ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক।
  • স্নায়ুৰ দুৰ্বলতা থকা লোকে ব্ৰাহ্মী শাক প্ৰত্যেকদিনাই গ্ৰহণ কৰিব লাগে।
  • ধাতু দুৰ্বল ৰোগত ব্ৰাহ্মী শাকৰ ৰস খাব লাগে।
  • সৰু ল’ৰা-ছোৱালীৰ কাঁহ হৈ বুকু বিষ হ’লে ব্ৰাহ্মী শাকৰ ৰস মৌজোলৰ লগত খাব লাগে।
  • উচ্চ ৰক্তচাপ থকা ৰোগীৰ বাবে ব্ৰাহ্মী শাক উপকাৰী।
  • ব্ৰাহ্মী শাক মৃৰ্গী ৰোগৰ বাবে অতিকৈ উপকাৰী।
  • ব্ৰাহ্মী শাকে কোষ্ঠ কাঠিন্য ৰোগ নিৰ্ণয় কৰে।
  • ব্ৰাহ্মী শাক খালে আয়ুস বৃদ্ধি হয় বুলি কয়।

 

 

 

 

Tags: ব্ৰাহ্মী শাকস্বাস্থ্যৰ উপকাৰিতা
Previous Post

পূজাত কঠোৰ SOP বলৱৎ কৰিবলৈ নিৰ্দেশনা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ

Next Post

ধুমপানে হেৰুৱাই পেলাব আপোনাৰ যৌন ক্ষমতাঃ কেনেকৈ এৰিব ধুমপান…..

Related Posts

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ
News

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ

December 14, 2022
ভয়াবহ ৰূপত ছিট্ৰাং
News

ভয়াবহ ৰূপত ছিট্ৰাং

October 25, 2022
১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক
News

১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক

October 24, 2022
পুনৰ টোলগেট
Exclusive

পুনৰ টোলগেট

October 20, 2022
সোমবাৰক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ঘোষণা
Exclusive

সোমবাৰক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ঘোষণা

October 19, 2022
আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ
Exclusive

আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ

October 19, 2022
Next Post

ধুমপানে হেৰুৱাই পেলাব আপোনাৰ যৌন ক্ষমতাঃ কেনেকৈ এৰিব ধুমপান.....

ভ্ৰাম্যমান থিয়েটাৰৰ বাবে এছঅ'পি

শাৰদীয় দুৰ্গোৎসৱঃ গুৱাহাটীত হ’ব প্ৰায় ৪০০ খন দুৰ্গা পূজা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8