• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ধুমপানে হেৰুৱাই পেলাব আপোনাৰ যৌন ক্ষমতাঃ কেনেকৈ এৰিব ধুমপান…..

নিউজ ডেস্ক by নিউজ ডেস্ক
December 10, 2021
in খাদ্যাভাস, জীৱনশৈলী
1 min read
0
Share on FacebookShare on Twitter

ধুমপান স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক বুলি জানিও ইয়াৰ প্ৰতিদিনে ব্যৱহাৰ কৰা হয়। ভাৰতত ধপাত সেৱনৰ বাবেই ক্ৰমে ৫৬.৪ শতাংশ আৰু ৪৪.৯ শতাংশ পুৰুষ আৰু মহিলাৰ কেঞ্চাৰ ৰোগ হয়।ভাৰতত ধপাত সেৱনৰ বাবেই সকলোতকৈ অধিক সংখ্যক লোক মুখৰ ভিতৰ হোৱা কেঞ্চাৰ ৰোগত আক্ৰান্ত হয়। হাওঁফাওঁৰ কেঞ্চাৰৰ ৯০ শতাংশ ধুমপান কৰাৰ ফলত হোৱা দেখা যায়।

এক সমীক্ষা অনুসৰি ধপাত সেৱনৰ বাবে প্ৰতি ৮ ছেকেণ্ডত এজনৰ মৃত্যু হয়। ভাৰতত প্ৰতি বছৰে ধপাত সেৱনৰ ফলত হোৱা ৰোগত ৮,০০,০০০ৰ পৰা ৯,০০,০০০ লোকৰ মৃত্যু হয়। কৈশোৰ অৱস্থাত ধুমপান নকৰিলে এজন মানুহে ২০ বছৰ বেছি জীয়াই থাকিব পাৰে। কৈশোৰ অৱস্থাত ধপাত সেৱন কৰাসকলৰ চাৰিভাগৰ এভাগৰ মাজবয়সতে মৃত্যু হয় আৰু চাৰিভাগৰ এভাগ বৃদ্ধাৱস্থাত মৃত্যু হয়। দিনক দিনে ধপাত সেৱন জাতীয় ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা বিশ্বৰ ভিতৰতে প্ৰতিবছৰে ভাৰতত বাঢ়িব ধৰিছে।

ধুমপান সেৱন কৰিলে পুৰুষে যৌন ক্ষমতা হেৰুৱাই পেলাব পাৰে। মহিলাই ধপাত বা ধুমপান কৰাৰ ফলত শৰীৰত এষ্ট্ৰোজেনৰ পৰিমাণ কমি যায়। ফলত মহিলাগৰাকীৰ সময়তকৈ আগতে ঋতুস্ৰাৱ প্ৰক্ৰিয়া বন্ধ হৈ যায়।যিসকল মহিলাই গৰ্ভনিৰোধ ঔষধ খায়, তেনে মহিলাই ধুমপান কৰিলে ষ্ট্ৰক হোৱাৰ ভয় অতি বেছি থাকে।

ধুমপান কেনেকৈ এৰিবঃ

  • চিগাৰেট, পান, জৰ্দা, ঘুটকা চকুত নপৰাকৈ লুকুৱাই থব লাগে।
  • পান, চিগাৰেট খোৱাসকলৰ কাষত বাবে যদি খাবলৈ ইচ্ছা জন্মে তেন্তে তেনে লোকৰ পৰা আঁতৰি থাকিব লাগে।
  • অনবৰতে মুখত চুইংগাম, মিঠা লজেঞ্চ, পিপাৰমিন্ট আদি লৈ থকাৰ অভ্যাস কৰিব লাগে।
  • দীঘল উশাহ লৈ থাকিব লাগে।
  • এনে সামগ্ৰী খোৱাৰ ইচ্ছা হ’লেই এগিলাছ পানী বা সাধাৰণ ব্যায়াম কৰিলেও ইচ্ছাটো কমি যায়।
  • এনে সামগ্ৰী খোৱাৰ ইচ্ছা হ’লেই নিজৰ সন্তানৰ কথা চিন্তা কৰিব লাগে। ধপাতজনিত কিবা ডাঙৰ
  • ৰোগত মৃত্যু হ’লে সন্তান আৰু পৰিয়ালৰ কি অৱস্থা হ’ব চিন্তা কৰিব লাগে।
  • এটা নিৰ্দিষ্ট দিনৰপৰা এইবোৰ ত্যাগ কৰাৰ সিদ্ধান্ত লব লাগে।
  • এইবোৰ ত্যাগ কৰিবলৈ আনৰ সহায় লব লাগে।
  • নিজৰ যোগাত্মক কথা চিন্তা কৰা।
  • মন শান্ত ৰাখিবলৈ সদায় যোগ, খোজকঁঢ়া, ব্যায়াম, গান-বাজনা আদি কৰা।
  • চাহ, কফি আৰু মদ নিয়ন্ত্ৰণ কৰা।
  • সদাই কাৰ্য্যক্ষম আৰু স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰা।
Tags: ধুমপানযৌন ক্ষমতা
Previous Post

আয়ুস বৃদ্ধি কৰিবলৈ খাওক ব্ৰাহ্মী শাক

Next Post

ভ্ৰাম্যমান থিয়েটাৰৰ বাবে এছঅ’পি

Related Posts

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ
News

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ

December 14, 2022
ভয়াবহ ৰূপত ছিট্ৰাং
News

ভয়াবহ ৰূপত ছিট্ৰাং

October 25, 2022
১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক
News

১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক

October 24, 2022
পুনৰ টোলগেট
Exclusive

পুনৰ টোলগেট

October 20, 2022
সোমবাৰক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ঘোষণা
Exclusive

সোমবাৰক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ঘোষণা

October 19, 2022
আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ
Exclusive

আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ

October 19, 2022
Next Post

ভ্ৰাম্যমান থিয়েটাৰৰ বাবে এছঅ'পি

শাৰদীয় দুৰ্গোৎসৱঃ গুৱাহাটীত হ’ব প্ৰায় ৪০০ খন দুৰ্গা পূজা

মাজুলীবাসীৰ হাহাকাৰঃ মাজৰাতিৰ পৰাই ফেৰী ঘাটত বোন্দাপৰ দিছে যাত্রীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8