• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সুখ-সমৃদ্ধিৰ বাবে শীঘ্ৰেই পালন কৰক এই সমূহ নিয়ম

নিউজ ডেস্ক by নিউজ ডেস্ক
May 5, 2022
in জীৱনশৈলী
1 min read
0
সুখ-সমৃদ্ধিৰ বাবে শীঘ্ৰেই পালন কৰক এই সমূহ নিয়ম
Share on FacebookShare on Twitter

ফেংচুই শব্দৰ অৰ্থ হ’ল বায়ু আৰু পানী। আহক আমি জানো ফেংচুই বা বাস্তু -শাস্ত্ৰৰ কিছু উপায় বা পদ্ধতিৰ বিষয়ে।

চীন দেশত বাস্তু -শাস্ত্ৰক বহু মান্যতা দিয়া হয় আৰু বৰ্তমান বিশ্বৰ প্ৰায় সকলোবোৰ দেশতেই ফেংচুই বা বাস্তু -শাস্ত্ৰ জনপ্ৰিয় হৈ পৰিছে।  ঘৰ নিৰ্মাণ তথা ঘৰত ৰখা বস্তু সমূহৰ বিষয়ে  ইয়াত গুৰুত্ব দিয়া হয়। বাস্তু -শাস্ত্ৰ পঞ্চতত্বৰ ওপৰত আধাৰিত। বাস্তু শাস্ত্ৰৰ দৰে ফেংচুইতো ঘৰ আৰু ইয়াৰ আশে-পাশে থকা বস্তুসমূহৰ বিষয়ে কোৱা হয়।

ইয়াত সেইসমূহ বস্তুৰ বিষয়ে কোৱা হয় যিবোৰ ঘৰত ৰাখিলে ” গুড্ লাক্” ( ভাল দিন) আহি যায়। ফেংচুইৰ অনুসৰি কোনো ঘৰত ” চী” অৰ্থাৎ প্ৰাণ শক্তিৰ প্ৰৱেশ তেতিয়াহে হ’ব যেতিয়া তাৰ মূখ্য দোৱাৰ সঠিক ৰূপত থাকিব। ফেংচুইৰ দ্বাৰা কোৱা বিভিন্ন উপায়সমূহৰ পৰা আমি সৌভাগ্যৰ প্ৰাপ্তি কৰিব পাৰোঁ। ফেংচুইৰ মতে বায়ুত যেতিয়া বিম্ব চাইস্ম(সজোৱা বস্তু) বাজে তেতিয়া ঘৰখন সুখ -সমৃদ্ধিৰে পৰিপূৰ্ণ হৈ পৰে আৰু অনেক প্ৰকাৰৰ বাস্তু দুখ আঁতৰ হয়।

ফেংচুইত বিম্ব চাইস্ম, ক্ৰিস্টল, ড্ৰেগণ, লাফিং বৌদ্ধ, প্লাষ্টিকৰ ফুল, কাছ, জাহাজ, মুদ্ৰা আদিৰ বহুত মহত্ব আছে। ইয়াক নিজৰ ঘৰ বা অফিচৰ কোনো নিৰ্ধাৰিত ঠাইত ৰাখিলে সৌভাগ্যৰ প্ৰাপ্তি হোৱাৰ লগতে সুখ শান্তি লাভ কৰিবলৈ সক্ষম হ’ব পাৰি।

  • লাফিং বৌদ্ধঃ  লাফিং বৌদ্ধক ফেংচুইত বহুত শুভ বুলি গণ্য কৰা হয়। লাফিং বৌদ্ধৰ মূৰ্তি ড্ৰয়িংৰূমৰ ঠিক সন্মুখত ৰাখক, যাতে ঘৰত সোমায়েই প্ৰথম দৃষ্টি তাতেই পৰে। ই ঘৰলৈ সৌভাগ্য আনে বুলি বিশ্বাস কৰা হয়।

  • ডাইনিং টেবুলঃ ফেংচুইৰ কিছুমান উপায় ডাইনিং টেবুলতো কৰিব লাগে। গোলাকাৰ ডাইনিং টেবুল ফেংচুইত শুভ বুলি মনা হয়। গতিকে ঘৰলৈ এনে ধৰণৰ টেবুল আনিব লাগে কিন্তু চকীৰ সংখ্যা সমান হ’ব লাগে।

  • ফেংচুইৰ মুদ্ৰাঃ ঘৰৰ দৰ্জাৰ হেন্দেলত ফেংচুই মুদ্ৰা ওলমাই ৰাখিলে ঘৰলৈ ধন সম্পত্তি আৰু সৌভাগ্য আহে। তিনিটা পুৰণি ফেংচুই মুদ্ৰা ৰঙা ৰঙৰ সূতা বা ফীটাত বান্ধি ওলমাই থলে ঘৰৰ সকলো লোকেৰে লাভ হয়। মনত ৰাখিব যে, এই মুদ্ৰা ঘৰৰ ভিতৰৰ ফালে উলমাব লাগে,বাহিৰৰ ফালে নহয়।

  • মাছৰ একুৰিয়ামঃ ফেংচুইত মাছ সফলতাৰ প্ৰতীক। ফেংচুইৰ অনুসৰি ঘৰত মাছৰ একুৰিয়াম ৰাখিলে সুখ-সমৃদ্ধি আহে। ঘৰত এটা সৰু একুৰিয়ামত সোণালী ৰঙৰ মাছ ৰাখিলে সৌভাগ্যৰ অৰ্জন হয়।

  • বেম্বৌ ট্ৰী বা বাঁহ গছঃ ঘৰত নিগেটিভ শক্তিৰ সৈতে যুঁজিবলৈ বেম্বৌ ট্ৰীৰ ভূমিকা গুৰুত্বপূৰ্ণ। বেম্বৌ ট্ৰীয়ে ঘৰত সকৰাত্মক বা যোগাত্মক শক্তি বৃদ্ধি কৰে। ইয়াক আপুনি নিজৰ অফিচ বা ঘৰত থলে লাভৱান হ’ব পাৰিব।

  • নিমখ বা ফিটকিৰিঃ বাথৰূমত এটা পাত্ৰত নিমখ বা ফিটকিৰি ৰাখক। প্ৰত্যেক মাহে সেই পাত্ৰৰ নিমখখিনি সলনি কৰক। কোৱা হয় যে এই নিমখে বায়ুত থকা নকৰাত্মক শক্তিক দূৰ কৰি নিজৰ ভিতৰত সমাহিত কৰি লয়।

Previous Post

গৰমৰ দিনবোৰত শৰীৰ কেনেকৈ সুস্থ কৰি ৰাখিব ?

Next Post

ধমক নহয়! এইবাৰ হেণ্ডকাফ লগালে লেডী সিংঘমে

Related Posts

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ
News

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ

December 14, 2022
ভয়াবহ ৰূপত ছিট্ৰাং
News

ভয়াবহ ৰূপত ছিট্ৰাং

October 25, 2022
১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক
News

১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক

October 24, 2022
পুনৰ টোলগেট
Exclusive

পুনৰ টোলগেট

October 20, 2022
সোমবাৰক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ঘোষণা
Exclusive

সোমবাৰক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ঘোষণা

October 19, 2022
আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ
Exclusive

আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ

October 19, 2022
Next Post
ধমক নহয়! এইবাৰ হেণ্ডকাফ লগালে লেডী সিংঘমে

ধমক নহয়! এইবাৰ হেণ্ডকাফ লগালে লেডী সিংঘমে

লোকসভাৰ অধ্যক্ষৰ নামত সাংসদৰ পৰা ধন বিচাৰিলে দুৰ্বৃত্তই

লোকসভাৰ অধ্যক্ষৰ নামত সাংসদৰ পৰা ধন বিচাৰিলে দুৰ্বৃত্তই

জুনত হ’ব কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচন

জুনত হ’ব কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8