• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পইতা ভাতেৰে শৰীৰ নিৰোগী কৰি ৰাখো আহক…

নিউজ ডেস্ক by নিউজ ডেস্ক
May 17, 2022
in জীৱনশৈলী, স্বাস্থ্য
1 min read
0
পইতা ভাতেৰে শৰীৰ নিৰোগী কৰি ৰাখো আহক…
Share on FacebookShare on Twitter

পইতা ভাত প্ৰায় ১২ ঘণ্টা মান পানীত তিয়াই ৰাখি প্ৰস্তুত কৰা হয়। উখোৱা চাউলৰ পইতা ভাত খাবলৈ বেছি সোৱাদ হলেও আন সাধাৰণ চাউলৰ পৰাও পইতা ভাত বনাব পাৰি। ভাতৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যকেইখনৰ প্ৰায় সকলোৰে পৰিচিত এই পইতা ভাত। পইতা ভাতক ইংৰাজীত কোজি ৰাইচ বুলি কোৱা হয়। গৰমৰ দিনত পইতা ভাত খালে বহুত শীতল অনুভৱ হয়। এই ভাতৰ লগত সাধাৰণতে পুৰা, পিটিকা, আচাৰ, খৰিছা, ভাজি, নেমু টেঙা আদি লৈ খোৱা হয়।আমাৰ শৰীৰৰ বাবে উপকাৰী প্ৰায় সকলোখিনি উপদানেই থাকে। এই ভাতক প্ৰায় ১২ ঘণ্টা সময় তিয়াই থোৱা হয় বাবে ইয়াত বহুতো উপকাৰী বেক্টেৰিয়াৰ সংযোগ ঘটে। তাৰ উপৰিও শৰীৰৰ বাবে উপকাৰী লেক্টিক এচিড আৰু ভিটামিন— বি উৎপন্ন হয়। পানীত তিয়াই থোৱা বাবে ইয়াত পটাচিয়াম আৰু আয়ৰণৰ মাত্ৰও বৃদ্ধি হয়।

  • পইতা ভাত আমাৰ শৰীৰৰ বাবে বহু উপকাৰী।
  • শৰীৰত কেলৰি আৰু চৰ্বি জমা নহয়।
  • পইতা ভাতত লেক্টিক এচিড বেছি পৰিমাণে থাকে বাবে, এই ভাতে মাতৃদুগ্ধ বেছিকৈ নিঃসৰণ কৰাত সহায় কৰে।
  • পইতা ভাতত সৃষ্টি হোৱা বেক্টেৰিয়া আৰু লেক্টিক এচিডে কোষ্ঠ-কাঠিন্যৰ সমস্যা দূৰ কৰাটো সহায় কৰে।
  • এই ভাতে পাকস্থলীত হোৱা ঘা দূৰ কৰাটো সহায় কৰে।
  • পইতা ভাতে দেহত সোনকালে বয়সৰ প্ৰভাৱ পৰিব নিদিয়ে।
  • পইতা ভাতত পটাচিয়ামৰ পৰিমাণ বেছি থকাৰ বাবে এই ভাত খালে মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।
  • পইতা ভাতত লেক্টিক এচিড বেছি পৰিমাণে থাকে বাবে, এই ভাতে মাতৃদুগ্ধ বেছিকৈ নিঃসৰণ কৰাত সহায় কৰে।
  • পইতা ভাতত সৃষ্টি হোৱা বেক্টেৰিয়া আৰু লেক্টিক অচিডে কোষ্ঠ-কাঠিন্যৰ সমস্যা দূৰ কৰাটো সহায় কৰে।
  • এই ভাতে পাকস্থলীত হোৱা ঘা দূৰ কৰাটো সহায় কৰে।
  • পইতা ভাতে দেহত সোনকালে বয়সৰ প্ৰভাৱ পৰিব নিদিয়ে।
  • পইতা ভাতত পটাচিয়ামৰ পৰিমাণ বেছি থকাৰ বাবে এই ভাত খালে মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।
  • এই ভাত খালে লিভাৰো সুৰক্ষিত হৈ থাকে।
  • কেলচিয়াম কম থকা ব্যক্তিৰ বাবে পইতা ভাত অতি উপকাৰী।
  • এই ভাতত আয়ৰণৰ পৰিমাণ বেছিকৈ থকা বাবে ৰক্তহীনতাত ভোগা ৰোগীসকলৰ বাবে অতিকৈ উপকাৰী।
  • পইতা ভাতত চৰ্বীৰ পৰিমাণ কম থাকে বাবে এই ভাত খালে মানুহ শকত নহয়।
  • পইতা ভাত খালে পেট চাফা হোৱাৰ লগতে পেটৰ নানান সমস্যাও দূৰ হয়।
Previous Post

বিভিন্ন স্থানত পালন কৰা হ’ল সাংবাদিক পৰাগ কুমাৰ দাসৰ স্মৃতিচাৰণ অনুষ্ঠান

Next Post

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা বাতিল

Related Posts

Strengthening Healthcare in North East India
সংবাদ

Strengthening Healthcare in North East India

June 2, 2023
এছ.বি.আই. জেনেৰেলৰ দ্বাৰা স্বাস্থ্য সামগ্ৰী ‘হেল্থ এজ ইঞ্চিউৰেন্স’ মুকলি
স্বাস্থ্য

এছ.বি.আই. জেনেৰেলৰ দ্বাৰা স্বাস্থ্য সামগ্ৰী ‘হেল্থ এজ ইঞ্চিউৰেন্স’ মুকলি

April 25, 2023
ক’ভিডৰ প্ৰতিবিধ প্ৰতিষেধকৰ আছে বহু পার্শ্ব প্রতিক্রিয়া! শংকিত জনতা
স্বাস্থ্য

ক’ভিডৰ প্ৰতিবিধ প্ৰতিষেধকৰ আছে বহু পার্শ্ব প্রতিক্রিয়া! শংকিত জনতা

January 18, 2023
চিকিৎসকবিহীনভাৱে চলি আছে গাড়ীগাঁও ৰাজ্যিক চিকিৎসালয়; শীঘ্ৰে চিকিৎসক নিযুক্তিৰ দাবী
ৰাজনীতি

চিকিৎসকবিহীনভাৱে চলি আছে গাড়ীগাঁও ৰাজ্যিক চিকিৎসালয়; শীঘ্ৰে চিকিৎসক নিযুক্তিৰ দাবী

December 29, 2022
পুনৰ ক’ভিডঃ অসমত ক’ভিড সংক্ৰমণৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুগুণ
স্বাস্থ্য

দেশত জানুৱাৰী মাহত ক’ভিডৰ ঘটনা ভয়ংকৰ ভাৱে বৃদ্ধি পা’ব!

December 29, 2022
ক’ভিডৰ নোজেল ভেকচিনলৈ কেন্দ্ৰই দিলে অনুমতি!
স্বাস্থ্য

ক’ভিডৰ নোজেল ভেকচিনলৈ কেন্দ্ৰই দিলে অনুমতি!

December 23, 2022
Next Post
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা বাতিল

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা বাতিল

ক’ৰোনাৰ পিছত টমেট’ ফ্লু! কেৰেলাৰ জনস্বাস্থ্যলৈ ভাবুকি

ক'ৰোনাৰ পিছত টমেট’ ফ্লু! কেৰেলাৰ জনস্বাস্থ্যলৈ ভাবুকি

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8