• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ফল-মূলৰ বাকলিৰে ছাল আৰু চুলিৰ যতন লওঁ আহক

নিউজ ডেস্ক by নিউজ ডেস্ক
May 11, 2022
in জীৱনশৈলী
1 min read
0
ফল-মূলৰ বাকলিৰে ছাল আৰু চুলিৰ যতন লওঁ আহক
Share on FacebookShare on Twitter

মানুহৰ শৰীৰৰ বাবে প্রয়োজনীয় খাদ্য সম্ভাৰৰ ভিতৰত ফল-মূলৰ স্থান অপৰিহাৰ্য। দৈনন্দিন খাদ্য তালিকাত ফল-মূলৰ বাবে এটা সুকীয়া স্থান আছে৷ ফল-মূলৰ বাকলি অংশটো আমি সাধাৰণতে পেলাই দিওঁ যদিও বহুতে আকৌ বিভিন্ন ধৰণেৰে বাকলিবোৰ ব্যৱহাৰ কৰে৷ ফলৰ বাকলিত এনে বহু উপাদান নিহিত হৈ থাকে, যাক ছাল–চুলিৰ সৌন্দর্য ৰক্ষাত  ব্যৱহাৰ কৰিব পাৰি৷

ছাল–চুলিৰ উপকাৰ সাধিব পৰা কেইবিধমান ফলৰ বাকলিৰ বিষয়ে জানো আহক-

কমলাঃ কমলাৰ বাকলিত ভিটামিন চি, কেলচিয়াম, মেগনেচিয়াম, পটাচিয়ামকে ধৰি বহুকেইবিধ আৱশ্যকীয় উপাদান থাকে৷ কমলাৰ বাকলিত থকা চাইড্রিক এচিডে ছালৰ ৰং প্রাকৃতিকভাৱে উজ্জ্বল কৰি তোলে৷ ছালৰ অতিৰিক্ত তেলখিনি শুহি লয়৷ কমলাৰ বাকলিত থকা কেলচিয়ামে ছালৰ মৃতকোষ দূৰ কৰি ছালখন পৰিষ্কাৰ কৰি ৰাখে৷

আনাৰসঃ আনাৰসৰ বাকলি ছালত আলফুলে ঘঁহি কিছুপৰৰ বাবে ৰাখি ধুই পেলাব৷ আনাৰসৰ বাকলিয়ে ছালৰ আর্দ্র ভাৱ বজাই ৰখাত সহায় কৰে৷ ছালৰ জ্বলন-পোৰণ হোৱা ঠাইত আনাৰসৰ বাকলি লগাই দিলে আৰাম পোৱা যায়৷

তৰমুজঃ তৰমুজৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে বেছিভাগ মানুহেই অজ্ঞাত৷ তৰমুজৰ বাকলি অলপ সময় ফ্রীজত ৰাখি আলফুলে মুখমণ্ডলত ঘঁহি চাবচোন, ই ছালখনলৈ তৎক্ষণাৎ সজীৱতা কঢ়িয়াই আনিব৷ প্রদূষণে আমাৰ মুখমণ্ডলৰ ছালৰ নোমৰ গুৰিৰ ছিদ্রসমূহ বন্ধ কৰি দিয়াৰ ফলত ছালখনে উজ্জ্বলতা হেৰুৱাই দেখাত নির্জীৱ হৈ পৰে৷ তৰমুজৰ বাকলি নিয়মীয়াকৈ ছালত লগালে ছালখন পৰিষ্কাৰ হৈ থাকে আৰু ছালৰ আর্দ্রতা বর্তি থাকে৷

আমঃ আমৰ ৰং, গোন্ধ, সোৱাদ, মাখন কোমল শাহ আৰু উপকাৰিতাৰ লগতে ইয়াৰ বাকলিত মিহলি হৈ আছে নানানটা গুণ৷ বাকলিটো গুচাই মুখমণ্ডলত আলফুলে ঘঁহি পোন্ধৰ-বিশ মিনিটৰ পিছত ধুই পেলাব৷ আমৰ বাকলিত থকা ভিটামিন এ আৰু বিটা কেৰটিনে ছাললৈ প্রাকৃতিকভাৱে উজ্জ্বলতা কঢ়িয়াই আনে৷

কলঃ কলৰ বাকলি মুখ আৰু ডিঙিত ঘঁহি অলপ সময়ৰ পিছত ধুই দিব লাগে৷ ছালৰ বলিৰেখা আৰু শালমইনা দূৰ হোৱাৰ লগতে চকুৰ চাৰিওকাষৰ কলা দাগ আৰু চকু ফুলাৰ সমস্যাও লাঘৱ কৰে৷ তাৰ বাবে কলৰ বাকলি চকুৰ চাৰিওকাষে আলফুলে ঘঁহি অলপ সময় ৰাখি ধুই দিব৷ মহে কামোৰা ঠাইতো কলৰ বাকলি ঘঁহিলে খজুৱতিৰ পৰা আৰাম পোৱা যায়৷

আপেলঃ আপেলৰ বাকলিৰ পেষ্ট মুখমণ্ডলত লগাই পোন্ধৰ মিনিটৰ পিছত ধুই দিব৷ ই ছালৰ অতিৰিক্ত তৈলাক্ত ভাৱ নিয়ন্ত্ৰন কৰাত সহায় কৰাৰ লগতে শালমইনা দূৰ কৰে৷

ফলমূলৰ বাকলিবোৰ সৰু সৰুকৈ কাটি ৰদত ভালকৈ শুকুৱাই গুড়ি কৰি শুকান বটলত ভৰাই টানকৈ সাঁফৰ মাৰি ৰাখিলে বহু দিন ভালে থাকে৷

Previous Post

আপুনি নজনাকৈয়ে আপোনাৰ সন্তান মানসিক ৰোগত ভুগি আছে নেকি?

Next Post

সাংবাদিকক পশ্চিমবংগ আৰক্ষীৰ দুৰ্ব্যৱহাৰ, সৰ্বত্ৰে গৰিহণা

Related Posts

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ
News

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ

December 14, 2022
ভয়াবহ ৰূপত ছিট্ৰাং
News

ভয়াবহ ৰূপত ছিট্ৰাং

October 25, 2022
১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক
News

১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক

October 24, 2022
পুনৰ টোলগেট
Exclusive

পুনৰ টোলগেট

October 20, 2022
সোমবাৰক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ঘোষণা
Exclusive

সোমবাৰক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ঘোষণা

October 19, 2022
আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ
Exclusive

আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ

October 19, 2022
Next Post
সাংবাদিকক পশ্চিমবংগ আৰক্ষীৰ দুৰ্ব্যৱহাৰ, সৰ্বত্ৰে গৰিহণা

সাংবাদিকক পশ্চিমবংগ আৰক্ষীৰ দুৰ্ব্যৱহাৰ, সৰ্বত্ৰে গৰিহণা

নাবাৰ্ডে বিগত বৰ্ষত অসমক ৯৭০০ কোটি টকাৰ বিত্তীয় সাহাৰ্য প্ৰদান

নাবাৰ্ডে বিগত বৰ্ষত অসমক ৯৭০০ কোটি টকাৰ বিত্তীয় সাহাৰ্য প্ৰদান

OnePlus ৰ ৰোড ট্ৰিপ কেম্প অভিযান আৰম্ভ

OnePlus ৰ ৰোড ট্ৰিপ কেম্প অভিযান আৰম্ভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8