• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ম’বাইলৰ আসক্তিৰ পৰা সন্তানক আঁতৰাই ৰখাৰ কেইটামান সহজ উপায়

Leena Gogoi by Leena Gogoi
May 9, 2022
in জীৱনশৈলী
1 min read
0
ম’বাইলৰ আসক্তিৰ পৰা সন্তানক আঁতৰাই ৰখাৰ কেইটামান সহজ উপায়
Share on FacebookShare on Twitter

বৰ্তমান ইণ্টাৰনেট আৰু ম’বাইল ফোন মানুহৰ জীৱনত অপৰিহাৰ্য। ইয়াৰ দ্বাৰা দৈনন্দিন জীৱনৰ বস্তুবোৰ অতি সহজ হৈ পৰিছে যদিও ইয়াৰ বহু বেয়া প্ৰভাৱো আছে। কাম বা মনোৰঞ্জনৰ বাবে নিজৰ ম’বাইল ফোনৰ সৈতে জড়িত হৈ থকাৰ দৰে বৰ্তমান সময়ত সৰু ল’ৰা-ছোৱালীয়েও ফোনটোৰ প্ৰতি প্ৰয়োজনতকৈও অধিক আগ্ৰহী হৈ পৰা দেখা গৈছে। বহুসময়ত পিতৃ-মাতৃয়ে বাধ্যত পৰি তেওঁলোকৰ সন্তানক ম’বাইল ফোনটো ব্যৱহাৰ কৰিবলৈ দিয়ে আৰু লাহে লাহে শিশুটো স্মাৰ্টফোনৰ প্ৰতি আসক্ত হৈ পৰে আৰু গোটেই দিনটো ম’বাইলৰ লগতে লাগি থাকিবলৈ আৰম্ভ কৰে।

বহুসময়ত দেখা যায় যে, শিশুৱে ফোনটো নোচোৱাকৈ খাদ্য গ্ৰহণ নকৰে আৰু এয়া দেখি পিছত অভিভাৱকে নিজৰ ভুল অনুভৱ কৰে। কিন্তু ইয়াৰ মাজতে কিছুমান এনে উপায় আছে যাৰ সহায়ত অভিভাৱকে নিজৰ শিশুটোক পুনৰ ম’বাইলৰ আসক্তি আঁতৰ কৰি স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পাৰে।

শিশুসকলক ম’বাইলৰ পৰা আঁতৰ কৰাৰ উপায়ঃ

কিতাপৰ প্ৰতি আগ্ৰহী কৰা

ইণ্টাৰনেটৰ যুগত, কিতাপৰ পৰা আঁতৰি থকাটো সাধাৰণ কথা হৈ পৰিছে। শিশুৱেও আজিকালি কিতাপ পঢ়িবলৈ ভাল নাপায় কাৰণ অভিভাৱকসকলে নিজেই গোটেই দিনটো ম’বাইলত লাগি থাকে। যদি অভিভাৱকে নিজে শিশুসকলৰ সন্মুখত কিতাপ পঢ়িবলৈ লয়, তেতিয়া শিশুসকলেও অনুকৰণ কৰি কিতাপখন তুলি ল’ব, যেতিয়া শিশুৱে এনে কৰিব, তেতিয়া নিশ্চিতভাৱে অভিভাৱকে নিজৰ সন্তানৰ সৈতে বহি কিতাপৰ কথা আলোচনা কৰিব আৰু এনেদৰে শিশুৰ ম’বাইলৰ আসক্তি কিছু হলেও দূৰ হ’ব।

বাহিৰত খেলিবলৈ কওঁক

ক’ভিডৰ লকডাউন হোৱাৰ ফলত শিশুক দীৰ্ঘসময় ধৰি ঘৰত বন্দী কৰি ৰখা হৈছে, যাৰ বাব তেওঁলোকৰ ম’বাইলৰ প্ৰতি আসক্তি বহুগুণে বৃদ্ধি পালে। উক্ত সময়ছোৱাত, পাঠদানত ম’বাইল ফোনৰ ব্যৱহাৰ অপৰিহাৰ্য হৈ পৰাৰ লগতে শিশুসকলে বাহিৰত খেল-ধেমালি কৰাৰ অভ্যাসো হেৰুৱাই পেলালে। এনে পৰিস্থিতিত, বাহিৰত খেলৰ বাবে সন্তানক পুনৰ উৎসাহিত কৰাটো অভিভাৱকৰ দায়িত্ব হ’ব লাগে যাতে তেওঁলোকৰ মনোযোগ ম’বাইলৰ পৰা আঁতৰি থাকে।

প্ৰকৃতিৰ প্ৰতি প্ৰেম বৃদ্ধি কৰক

অভিভাৱকে শিশুসকলক প্ৰকৃতিৰ ওচৰলৈ লৈ গলে সিহঁতে ম’বাইল ফোনৰ পৰা আঁতৰি থাকিব। শিশু সন্তানক বুজাই দিব যে মানুহৰ জীৱনত প্ৰাকৃতিক বস্তুবোৰৰ গুৰুত্ব কিমান। প্ৰকৃতিৰ সৌন্দৰ্যৰ সৈতে পৰিচয় কৰাবলৈ সন্তানক পাৰ্ক, হ্ৰদ বা পাহাৰীয়া ঠাইলৈ লৈ যোৱাৰ পৰিকল্পনা কৰক। আপুনি ঘৰতো ফুলৰ টাব বা ঠাই থাকিলে গছ পুলি ৰোৱা আৰু তাৰ যতন লবলৈ শিকাওক। ফুল বা গছজোপা বাঢ়ি অহাৰ লগে লগে শিশুটিৰ গছজোপাৰ প্ৰতি মৰম আৰু হেঁপাহৰ লগতে আগ্ৰহ বাঢ়ি গৈ থাকিব। এইদৰেও অভিভাৱকে শিশুসকলক ম’বাইল ফোনৰ পৰা দূৰত ৰাখিবলৈ সক্ষম হব পাৰিব।

ম’বাইলত পাছৱৰ্ড দি ৰাখক

যদি এইসমূহ প্ৰচেষ্টাৰ কৰাৰ পিছতো, শিশুটোৱে ম’বাইল ফোন ব্যৱহাৰ কৰাৰ পৰা বিৰত নাথাকে, তেনেহ’লে কঠোৰ পদক্ষেপ লোৱা প্ৰয়োজন। অভিভাৱকে নিজৰ ম’বাইলত কঠিন পাছৱৰ্ড দি ৰাখিব লাগে যাতে শিশুৱে ফোনটো ব্যৱহাৰ কৰিব নোৱাৰে।

Previous Post

প্ৰত্যেকটো উগ্ৰপন্থী গোটৰ লগতে আলোচনা কৰি অসমত শান্তি স্থাপন কৰা হৈছেঃ শ্বাহ

Next Post

শিৱসাগৰ জ্ঞানজ্যোতি চিনিয়ৰ চেকেন্ডেৰী স্কুল গড়মুৰৰ উদ্যোগত ভাওনা অনুষ্ঠান

Related Posts

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ
News

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ

December 14, 2022
ভয়াবহ ৰূপত ছিট্ৰাং
News

ভয়াবহ ৰূপত ছিট্ৰাং

October 25, 2022
১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক
News

১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক

October 24, 2022
পুনৰ টোলগেট
Exclusive

পুনৰ টোলগেট

October 20, 2022
সোমবাৰক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ঘোষণা
Exclusive

সোমবাৰক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ঘোষণা

October 19, 2022
আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ
Exclusive

আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ

October 19, 2022
Next Post
শিৱসাগৰ জ্ঞানজ্যোতি চিনিয়ৰ চেকেন্ডেৰী স্কুল গড়মুৰৰ উদ্যোগত ভাওনা অনুষ্ঠান

শিৱসাগৰ জ্ঞানজ্যোতি চিনিয়ৰ চেকেন্ডেৰী স্কুল গড়মুৰৰ উদ্যোগত ভাওনা অনুষ্ঠান

নৰ্থ-ইষ্ট ষ্টাইল আইকন ২০২২ সম্পন্ন

নৰ্থ-ইষ্ট ষ্টাইল আইকন ২০২২ সম্পন্ন

CAA বিৰোধী আন্দোলনৰ অভিকেন্দ্র শ্বাহিনবাগত উচ্ছেদ অভিযান

CAA বিৰোধী আন্দোলনৰ অভিকেন্দ্র শ্বাহিনবাগত উচ্ছেদ অভিযান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8