• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পেটৰ গেছৰ সমস্যাৰ পৰা এই কেইবিধ ফলে আপোনাক দিব তাৎক্ষণিক সকাহ

নিউজ ডেস্ক by নিউজ ডেস্ক
May 16, 2022
in জীৱনশৈলী
1 min read
0
পেটৰ গেছৰ সমস্যাৰ পৰা এই কেইবিধ ফলে আপোনাক দিব তাৎক্ষণিক সকাহ
Share on FacebookShare on Twitter

অস্বাস্থ্যকৰ আহাৰ আৰু ব্যস্ততাপূৰ্ণ জীৱনশৈলীৰ বাবে বৰ্তমান সময়ত বহু সংখ্যক লোক গেছ আৰু এচিডিটিৰ দৰে সমস্যাৰ সন্মুখীন হয়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে প্ৰায়ে খালী পেটত গেছৰ ঔষধ গ্ৰহণ কৰে, দীৰ্ঘদিন ধৰি এনেধৰণৰ ঔষধ গ্ৰহণ কৰিলে শৰীৰৰ আন অংশৰ ক্ষতি হোৱাৰ আশংকা থাকে। ঔষধ গ্ৰহণ নকৰি আপুনি প্ৰাকৃতিক পদ্ধতিৰ দ্বাৰাও গেছৰ পৰা সকাহ পাব পাৰে।

দৰাচলতে এনে বহুতো ফল আছে, যাৰ ব্যৱহাৰে পেটৰ গেছৰ সমস্যা সহজে আঁতৰ হয়। ই কোষ্ঠকাঠিন্যৰ পৰাও সুৰক্ষা দিয়ে। বিশেষজ্ঞসকলে কয় যে, যদি গেছৰ সমস্যা হয়, আপুনি নেমুজাতীয় ফল খোৱা পৰিহাৰ কৰা উচিত। কিয়নো খালী পেটত নেমুজাতীয় ফল খালে অধিক গেছ হ’ব পাৰে। আনহাতে, গেছ প্ৰতিৰোধ কৰিবলৈ আহাৰ খোৱাৰ লগে লগে পানী খোৱা পৰিহাৰ কৰিব লাগে। গেছৰ পৰা সকাহ পাবলৈ কোনবোৰ ফল খাব লাগে আমি জানো আহক–

কলঃ-কেলচিয়াম, আঁহসমৃদ্ধ কল গেছৰ পৰা সকাহ পোৱাত যথেষ্ট উপকাৰী। কলে গেছ আৰু এচিডিটি দুয়োটাতে সকাহ দিয়ে। ইয়াত পোৱা আঁহে গেছ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

তৰমুজঃ-পানীসমৃদ্ধ তৰমুজ খোৱাৰ ফলত পাকস্থলীয়ে যথেষ্ট পানী আহৰণ কৰে। তৰমুজত থকা আঁহে খাদ্য হজম হোৱাত সহায় কৰে। যেতিয়া খাদ্য সঠিকভাৱে হজম হয়, গেছৰ কোনো সমস্যা নহয়। যদি আপুনি গেছ বা এচিডিটিৰ সমস্যাত ভুগি থাকে, আপুনি তৰমুজ খালে উপকাৰ পাব।

তিয়ঁহঃ-তৰমুজৰ দৰে তিয়ঁহো পানীৰে সমৃদ্ধ। তিয়ঁহ খালে পেটৰ জ্বলা-পোৰা প্ৰশমিত কৰে। তিয়ঁহত যথেষ্ট পৰিমাণে পানী থকাৰ বাবে ই গেছৰ পৰাও পৰিত্ৰাণ দিব পাৰে।

ষ্ট্ৰবেৰীঃ-আঁহ, পটাছিয়াম, ভিটামিন-চি, লো আৰু মেগনেছিয়ামসমৃদ্ধ ষ্ট্ৰবেৰীয়েও পাকস্থলীত গেছৰ সৃষ্টি হ’বলৈ নিদিয়ে। ষ্ট্ৰবেৰীত মিঠা ৰসৰ লগতে যথেষ্ট আঁহ থাকে, যি খাদ্য হজম কৰাত সহায় কৰে।

কিৱিঃ-ভিটামিন-‘চি’ৰে সমৃদ্ধ, কিৱিত যথেষ্ট পৰিমাণৰ আঁহ, পটাছিয়াম, কাৰ্বোহাইড্ৰেট থাকে। ই পাকস্থলীত সৃষ্টি হোৱা গেছৰ সমস্যাৰ পৰা অতি সহজে সকাহ দিয়ে।

ডিমৰুঃ-বহুতো পুষ্টিৰে সমৃদ্ধ ডিমৰুত মিঠা ৰস থাকে, যি গেছৰ পৰা পৰিত্ৰাণ দিয়ে। যদি আপুনি গেছৰ সমস্যাত অহৰহ ভুগি থাকে, তেনেহ’লে আহাৰত ডিমৰু ফল গ্ৰহণ কৰিব পাৰে।

Previous Post

আৰক্ষীত নিযুক্তিঃ ভুৱা প্ৰমাণ পত্ৰ সন্দৰ্ভত CIDত গোচৰ

Next Post

মহাপ্ৰতাপী পুটিন তেজৰ কৰ্কট ৰোগত আক্ৰান্ত!

Related Posts

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ
News

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ

December 14, 2022
ভয়াবহ ৰূপত ছিট্ৰাং
News

ভয়াবহ ৰূপত ছিট্ৰাং

October 25, 2022
১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক
News

১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক

October 24, 2022
পুনৰ টোলগেট
Exclusive

পুনৰ টোলগেট

October 20, 2022
সোমবাৰক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ঘোষণা
Exclusive

সোমবাৰক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ঘোষণা

October 19, 2022
আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ
Exclusive

আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ

October 19, 2022
Next Post
মহাপ্ৰতাপী পুটিন তেজৰ কৰ্কট ৰোগত আক্ৰান্ত!

মহাপ্ৰতাপী পুটিন তেজৰ কৰ্কট ৰোগত আক্ৰান্ত!

বুদ্ধ পূৰ্ণিমাৰ দিনাই নেপালৰ মহামায়া মন্দিৰ দৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ

বুদ্ধ পূৰ্ণিমাৰ দিনাই নেপালৰ মহামায়া মন্দিৰ দৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ

ইটানগৰত ভয়াৱহ ভূমিস্খলনঃ ৪ জন লোক আৱদ্ধ

ইটানগৰত ভয়াৱহ ভূমিস্খলনঃ ৪ জন লোক আৱদ্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8