নেচনেল ডেস্কঃ ২০ জুন ২০২০ তাৰিখ পৰ্যন্ত ইমাৰ্জেন্সী ক্ৰেডিট লাইন গেৰাণ্টী স্কীম (ইচিএলজিএছ)ৰ অধীনত মুঠ ৭৯,০০০ কোটি টকা আৱণ্টিত কৰা হৈছে৷ এই তথ্য প্ৰকাশ কৰিছে বিত্ত মন্ত্ৰালয়ে৷ আৱণ্টিত হোৱা ৭৯,০০০ কোটি টকাৰ ৪৪% অৰ্থাৎ ৩৫,০০০ কোটি টকা ইতিমধ্যেই যোগান ধৰা হৈছে৷ ইয়াৰ ফলত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংকসমূহৰ জৰিয়তে ১৯,০০০ত কৈও অধিক এমএছএমই উপকৃত হ’ব৷
এমএছএমইলৈ ৩ লাখ কোটি টকাৰ সাহায্যঃ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংকসমূহৰ জৰিয়তে ১৯,০০০ত কৈও অধিক এমএছএমই উপকৃত হ’ব
ইমাৰ্জেন্সী ক্ৰেডিট লাইন গেৰাণ্টী স্কীম (ইচিএলজিএছ)ৰ অধীনত মুঠ ৭৯,০০০ কোটি টকা আৱণ্টিত কৰা হৈছেঃ বিত্ত মন্ত্ৰী
এমএছএমইলৈ ৩ লাখ কোটি টকাৰ সাহায্যঃ আৱণ্টিত হোৱা ৭৯,০০০ কোটি টকাৰ ৪৪% অৰ্থাৎ ৩৫,০০০ কোটি টকা ইতিমধ্যেই যোগান ধৰা হৈছে