• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

১০ বছৰ মাতৃৰ মৃতদেহ ৰাখিছিল ফ্ৰীজত; যেতিয়া ৰহস্য ফাদিল হয়…তেতিয়া ওলাল?

Manoranjan Majumder by Manoranjan Majumder
January 30, 2021
in বিবিধ, ৰাষ্ট্ৰীয়
1 min read
0
১০ বছৰ মাতৃৰ মৃতদেহ ৰাখিছিল ফ্ৰীজত; যেতিয়া ৰহস্য ফাদিল হয়…তেতিয়া ওলাল?
Share on FacebookShare on Twitter

জাপানৰ এগৰাকী মহিলাই মাতৃৰ মৃতদেহ ১০ বছৰ ধৰি ফ্ৰীজত সোমাই ৰখাৰ অভিযোগ উত্থাপন হৈছে।

মাতৃৰ মৃতদেহ এনেদৰে লুকাই ৰখাৰ কাৰণ হ’ল- যাতে মাতৃৰ আৱণ্টিত ফ্লেটত আৰামত থাকিব পাৰে।

মৃত মাতৃৰ মৃতদেহটো কন্যাই ফ্ৰীজত লুকাই ৰাখিছিল।

যেতিয়া ইয়াৰ বিষয়ে মানুহে জানিব পাৰিলে তেতিয়া মহিলাগৰাকীয়ে ক’লে যে তেওঁ এই কাণ্ড এইকাৰণে কৰিলে যাতে তেওঁক কোনোৱে ঘৰৰ পৰা ওলিয়াই দিব নোৱাৰে আৰু মাতৃৰ ঘৰত থাকিব পাৰে।

জাপানৰ স্থানীয় সংবাদ মাধ্যমে শনিবাৰে ক’লে যে মহিলাগৰাকীয়ে মাতৃৰ মৃতদেহ এটা যুগ ধৰি এপাৰ্টমেণ্টৰ ফ্ৰীজত সোমাই ৰাখিছিল।

মহিলাগৰাকীৰ নাম হ’ল য়োছিনো।

য়োছিনোই ক’লে যে ১০ বছৰ পূৰ্বে মৃতদেহটো লুকাই থৈছিলো কাৰণ তেওঁ মাতৃৰ আৱণ্টিত ঘৰটো এৰি দিব নিবিচাৰে।

স্থানীয় সংবাদ মাধ্যমে জনোৱা অনুসৰি মাতৃৰ মৃত্যুৰ সময়ত কন্যাৰ বয়স ৬০ বছৰ বয়সৰ আশে-পাশে আছিল।

আৱাসটোৰ পট্টা সম্পূৰ্ণ হোৱাৰ পিছত নগৰ নিগমৰ দল এটাই যেতিয়া আৱাস পৰিসৰত ফ্লেটটো খালী কৰিবলৈ উপস্থিত হয় তেতিয়া এই ৰহস্যৰ ফাদিল হয়।

ৰিপৰ্টত জনোৱা অনুসৰি ভাড়া দিয়াৰ পিছত য়োছিনোক জানুৱাৰীৰ মাজৰ সময়ত এপাৰ্টমেণ্ট এৰিবৰ বাবে বাধ্য কৰাইছিল,

আৰু এজন ক্লিনাৰে এটা বন্ধ কোঠাৰ ভিতৰত লুকাই থোৱা এটা ফ্ৰীজত মৃতদেহটোৰ সন্ধান ওলাইছিল।

ৰিপৰ্ট অনুসৰি মহিলাগৰাকীৰ মৃত্যুৰ সময় আৰু মৃত্যুৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নায়।

Photo: Google

Tags: crimeDeadbodyJapanজাপানমৃতদেহ
Previous Post

তেলৰ ভাণ্ডাৰত লাগিল জুই; এই ঘটনা ছয়গাঁৱৰ

Next Post

বাইহাটা চাৰিআলিত মাৰোৱাৰী হাস্পতালৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
Next Post
health camp

বাইহাটা চাৰিআলিত মাৰোৱাৰী হাস্পতালৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’; কি ক’লে ৰাইজক…?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মন কী বাত'; কি ক'লে ৰাইজক...?

কাইলৈৰ পৰা সলনি হ’ব বহু নিয়ম! প্ৰভাৱ পৰিব আপোনাৰ পকেটটো

কাইলৈৰ পৰা সলনি হ'ব বহু নিয়ম! প্ৰভাৱ পৰিব আপোনাৰ পকেটটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8