• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

LPG মূল্যঃ ১ জানুৱাৰীৰ পৰা আজিপৰ্যন্ত কিমান বাঢ়িছে গেছৰ দাম? আপুনি জানেনে?

Manoranjan Majumder by Manoranjan Majumder
February 10, 2021
in জীৱনশৈলী, বিবিধ, ৰাষ্ট্ৰীয়
1 min read
0
LPG Gas
Share on FacebookShare on Twitter

চৰকাৰী তেল কোম্পানীসমূহে সাধাৰণ লোকৰ মূৰত পুনৰবাৰ মাধমাৰ শোধাইছে।

ইণ্ডিয়ান অইল কৰপৰেচন লিমিটেডৰ ৱেবছাইটৰ অনুসৰি, ৪ ফেব্ৰুৱাৰীত ১৪.২ কিলোগ্ৰামৰ ৰাজসাহাৰ্যবিহীন এলপিজি চিলিণ্ডাৰত ২৫ টকাকৈ বৃদ্ধি কৰিছে।

দিল্লী আৰু মুম্বাইত বৰ্তমান এই LPG চিলিণ্ডাৰ ৬৯৪ টকাৰ পৰা বৃদ্ধি হৈ ৭১৯ টকাত পাই আছে।

ইয়াৰোপৰি কলকাতাত বৰ্তমান এই চিলিণ্ডাৰ ৭২০.৫০ টকাৰ পৰা বৃদ্ধি হৈ ৭৪৫.৫০ টকাত উপলব্ধ।

উল্লেখ্য, বিগত বৰ্ষৰ ১৫ ডিচেম্বৰতো LPG গেছৰ মূল্য ৫০ টকালৈ বৃদ্ধি হৈছিল।

ইয়াৰ পূৰ্বে তেল কোম্পানীসমূহে ১ ফেব্ৰুৱাৰীত বাণিজ্যিক LPG চিলিণ্ডাৰ(১৯ কিলোগ্ৰাম)ৰ দাম ১৯০ টকাকৈ বৃদ্ধি কৰিছিল।

যিটো দিনত বাণিজ্যিক চিলিণ্ডাৰৰ দৰ বৃদ্ধি কৰা হৈছিল সেইটো দিনত ঘৰুৱা চিলিণ্ডাৰৰ দামৰ ক্ষেত্ৰত কোনোধৰণৰ বৃদ্ধি-হ্ৰাস হোৱা নাছিল।

২০২১ৰ প্ৰথমটো দিনত অৰ্থাৎ ১ জানুৱাৰীটো গেছৰ নতুন দাম নিৰ্ধাৰণ কৰা হৈছিল।

ইয়াৰ আধাৰত দিল্লীত ১৪.২ কিলোগ্ৰামৰ গেছ চিলিণ্ডাৰ ৬৯৪ টকা, কলকাতাত ৭২০.৫০ টকা, মুম্বাইত ৬৯৪ টকা আৰু চেন্নাইত ৭১০ টকা কৰা হৈছিল।

গেছ চিলিণ্ডাৰৰ বৃদ্ধি হোৱা দৰৰ বাবে ৰাইজৰ ওপৰত মূল্যবৃদ্ধিৰ যথেষ্ট প্ৰভাৱ পৰা দেখা গৈছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ২০২০ৰ ১৫ ডিচেম্বৰতো ১৪.২ কিলোগ্ৰাম ওজনৰ গেছ চিলিণ্ডাৰৰ মূল্যও বৃ্দ্ধি কৰা হৈছিল।

৫ মাহলৈ বৃদ্ধি হোৱা নাছিল দৰ
বিগত বৰ্ষৰ ২০২০ৰ জুলাইৰ পৰা ডিচেম্বৰৰ মাজলৈ LPG চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হোৱা নাছিল।

প্ৰথমে ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য জুলাইৰ পৰা প্ৰতিটো চিলিণ্ডাৰত ৫৯৪ টকাকৈ অব্যাহত আছিল।

এই মূল্য ৰাজসাহাৰ্য LPG চিলিণ্ডাৰৰ সমানে আছিল।

৫ মাহলৈ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৫৯৪ টকা থকাৰ পিছতো প্ৰায় ১৫ দিনৰ ভিতৰতে ইয়াৰ মূল্য ৬৯৪ টকা হৈছিল প্ৰতিটো চিলিণ্ডাৰত।

ৰন্ধন গেছৰ মূল্যৰ সমীক্ষা ১৫ দিনৰ ভিতৰত কৰা হয়।

এইদৰে কৰক LPG গেছৰ বুকিং
বৰ্তমান LPG চিলিণ্ডাৰ ৰিফিল বা বুকিং এটা মিছ কল দিয়ে কৰিব পাৰি।

তেল কোম্পানী ইণ্ডিয়ান অয়লে এলপিজি গ্ৰাহকসকলৰ চিলিণ্ডাৰ ভৰাবলৈ মিছ কলৰ সুবিধা আৰম্ভ কৰি দিছে।

এতিয়া দেশৰ যিকোনো প্ৰান্তৰ পৰা এটা মিছ কল দি চিলিণ্ডাৰ ৰিফিল কৰিব পাৰে।

গেছ ৰিফিল কৰিবলৈ গ্ৰাহকৰ ফোন নম্বৰ 8454 955 555ত মিছ কল দিব পাৰে।

Photo: Google

Tags: Gas CylinderLPG চিলিণ্ডাৰPrice Hikeগেছৰ মূল্য
Previous Post

পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰে পুনৰ দিছপুৰ দখল কৰিব পাৰিব নে কংগ্ৰেছে?

Next Post

এটা ভাল খবৰ! ১২ আৰু ১৩ ফেব্ৰুৱাৰীত নহয় ৪৮ ঘণ্টীয়া চকা বন্ধ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
Next Post
Chakka Bandha

এটা ভাল খবৰ! ১২ আৰু ১৩ ফেব্ৰুৱাৰীত নহয় ৪৮ ঘণ্টীয়া চকা বন্ধ

amit shah

পুনৰ এদিনীয়া  ভ্ৰমণ সূচীৰে অসমত উপস্থিত হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

Uttarakhand

বৰ্তমানো সন্ধানহীন অসমৰ ৩ যুৱক; মৃতকৰ সংখ্যা ৩২ গৰাকীৰ বিপৰীতে, এতিয়াও আৱদ্ধ ২০৬গৰাকী শ্ৰমিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8