নিউজ ডেস্কঃ আশাৰাম বাপুক মনত আছে নে? হয়, আমি সেইজন ভাৰতীয় সাধুৰ কথাই কৈছো যাক কংগ্ৰেছ চৰকাৰৰ আমোলত কিশোৰী যৌন নিৰ্যাতনৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল৷ আশাৰাম বাপুক আজীৱন কাৰাবাসৰ শাস্তি দিয়া হৈছিল৷
কিন্তু আজি সৰ্বত্ৰ আশাৰাম বাপু নিৰ্দোষী বুলি ছ’চিয়েল মিডিয়াত এক ঢৌৰ সৃষ্টি হৈছে৷ এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা ৰাম জেঠমালানীয়ে এইদৰে কৈছিল, ‘‘সন্ত আশাৰাম বাপুৰ ওপৰত মিছা অভিযোগ দাখিল কৰা হৈছে৷ কিশোৰীজনীৰ কাহিনী বিশ্বাসযোগ্য নহয়৷’’
আনহাতে প্ৰসিদ্ধ ন্যায়বিদ ড০ সুব্ৰমণিয়ম স্বামীয়ে এইদৰে কয়, ‘‘ধৰ্মান্তৰণ কাৰ্যৰ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সন্ত আশাৰাম সকলোতকৈ আগত৷ তেওঁৰ বিৰুদ্ধে দাখিল কৰা অভিযোগ সম্পূৰ্ণই মিছা৷ ’’
বিঃ হিঃ পঃৰ আন্তঃৰাষ্ট্ৰীয় সংৰক্ষক শ্ৰী অশোক সিংহলে এইদৰে কয়, ‘‘সন্ত আশাৰামজী সম্পূৰ্ণ নিৰ্দোষ৷ আগন্তুক সময়ত ধৰ্ষণৰ অভিযোগ দিয়া মহিলাসকলৰ সত্য সন্মুখলৈ আহিব৷’’
এক তথ্য অনুসৰি কিশোৰীগৰাকীৰ শৰীৰত ধৰ্ষণৰ কোনো চিহ্ন পৰিলক্ষিত হোৱা নাই৷ স্বাভাৱিকতেই এই সংবাদে ক্ষুব্ধ কৰি তুলিছে ভাৰতীয় সাধুগৰাকীৰ লক্ষ লক্ষ অনুগামীক৷ তেওঁলোকে সাধুগৰাকীৰ মুক্তি বিচাৰি ছ’চিয়েল মিডিয়াত এক জাগৰণৰ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছে৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট
450 Ashram
50+ Gurukul
17000 Bal Sanskar Kendra
Many Ayurvedic clinics
10,000+ Cow-shades
Crores of Volunteers
De-addiction camps are working for society’s welfare with Asharamji Bapu’s inspiration.Such a benevolent saint has been jailed in BOGUS case.#JusticeStillPending pic.twitter.com/DUj1wxoxN5
— #SaffronGirl (@SaffronRays) July 17, 2020
Yes Vikas ji Medical Report, FIR & Investigation… All clearly shows that there is no proof of rape in the case.
Yet, the innocent Sant Shri Asharamji Bapu is in jail from the past 7 years now. why?#JusticeStillPending !
Know the truth👇pic.twitter.com/shiHtoYWQr
— Anju Bala (@AnjuBal79548674) July 17, 2020