• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সুৰাপান কৰাৰ চেলেঞ্জত এজন বয়োজ্যেষ্ঠ লোকে সাৱটিলে মৃত্যুক; ইউটিউবাৰে দিছিল চেলেঞ্জ

Manoranjan Majumder by Manoranjan Majumder
February 6, 2021
in বিবিধ, ৰাষ্ট্ৰীয়
1 min read
0
সুৰাপান কৰাৰ চেলেঞ্জত এজন বয়োজ্যেষ্ঠ লোকে সাৱটিলে মৃত্যুক; ইউটিউবাৰে দিছিল চেলেঞ্জ
Share on FacebookShare on Twitter

আপুনি নিশ্চয় এই প্ৰবচন শুনিবলৈ পাইছে যে উৎসাহত জ্ঞান হেৰুৱালে নিজৰে ক্ষতি হয়।

ঠিক এনেধৰণৰ ঘটনাই সংঘটিত হৈছে ৰুছত।

য’ত এজন ৬০ বছৰীয়া লোকে এটা চেলেঞ্জৰ বাবে ১.৫ লিটাৰ Vodka(সুৰা) পান কৰে। ইয়াৰ পিছতে ঘটনাস্থলীতে মৃত্যুক সাৱটি লয় লোকজনে।

দৰাচলতে ৬০ বছৰীয়া এগৰাকী বয়োজ্যেষ্ঠ লোকে ইউটিউবত লাইভ ষ্ট্ৰীমিঙৰ সময়ছোৱাত অত্যাধিক মাত্ৰাত সুৰাপানৰ চেলেঞ্জ স্বীকাৰ কৰে

আৰু সেই চেলেঞ্জ সম্পূৰ্ণ কৰিবলৈ ১.৫ লিটাৰ Vodka পান কৰে।

লাইভ ষ্ট্ৰীমিঙত তেওঁক সুৰাপান কৰি থকা প্ৰত্যক্ষ কৰি থকা দৰ্শকে তেওঁৰ মৃত্যুত হতচকিত হৈ উঠে।

দ্যা ইণ্ডিপেণ্ডেণ্টৰ এটা ৰিপৰ্ট অনুসৰি, ‘দাদাজী’ নামৰ পৰিচিত ৰুছৰ লোকজনক এজন ইউটিউবাৰ দ্বাৰা চেলেঞ্চ কৰোৱলৈ টকা দিয়া হৈছিল।

এই প্ৰত্যাহ্বানক ‘Thrash Stream’বা ‘Trash Stream’ৰ হিচাপত জনা যায়।

বৰ্তমান দিনত ছচিয়েল মিডিয়াত এয়া যথেষ্ট ট্ৰেণ্ডিং হৈ আছে।

এই চেলেঞ্জত কোনো লোকক টকাৰ পৰিৱৰ্তে অপমানজনক কাৰ্য বা ষ্টাণ্ট কৰিবলৈ দিয়া হয়।

ইয়াৰ লাইভ ষ্ট্ৰীম কৰা হয় আৰু ইয়াক বৃহৎ সংখ্যক লোকে অনলাইনত প্ৰত্যক্ষ কৰে।

দ্যা ইণ্ডিপেণ্ডেণ্টৰ এটা ৰিপৰ্ট অনুসৰি, ৰুছৰ লোকজনৰ নাম য়ুৰী দুছোকিন হয় আৰু লোকজনৰ বয়স ৬০ বছৰ।

লোকজনক এজন YouTuberয়ে টকাৰ সলনি সুৰা বা গৰম ছছ খোৱাৰ চেলেঞ্জ দিছিল।

ৰুছৰ মিডিয়া ৰিপৰ্ট অনুসৰি, ১.৫ লিটাৰ সুৰাপান কৰাৰ পিছত লোকজন বাগৰি পৰে আৰু ঘটনাস্থলীতে কৰুণ মৃত্যুক সাৱটি লয়।

লোকজনৰ মৃতদেহটো লাইভ ষ্ট্ৰীমত দেখা পোৱা গৈছিল আৰু দৰ্শকে তেওঁক মৃত্যু হোৱা প্ৰত্যক্ষ কৰিছিল।

ৰুছৰ আৰক্ষী বিষয়াসকলে বিগত সপ্তাহত এই ঘটনাটোৰ তদন্ত আৰম্ভ কৰি দিছিল।

Photo: Google

Tags: DeathDrinks challangeRussiaমৃত্যুৰুছসুৰাপানৰ চেলেঞ্জ
Previous Post

AJP+ৰাইজৰ দল; আনুষ্ঠানিক মিত্ৰতাক বিয়নীমেল আখ্যা বিধায়িকা আঙুৰলতাৰ

Next Post

কৰুণ! নিজ গৃহতে আত্মহত্যা দম্পতীৰ; কিন্তু কিয়?

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
Next Post
কৰুণ! নিজ গৃহতে আত্মহত্যা দম্পতীৰ; কিন্তু কিয়?

কৰুণ! নিজ গৃহতে আত্মহত্যা দম্পতীৰ; কিন্তু কিয়?

অজাপৰ উপ সভাপতি দুলু আহমেদৰ ব্যক্তিগত প্ৰচেষ্টাৰে এম্বুলেন্স সেৱা মুকলি

অজাপৰ উপ সভাপতি দুলু আহমেদৰ ব্যক্তিগত প্ৰচেষ্টাৰে এম্বুলেন্স সেৱা মুকলি

Suicide

'আৰু সহ্য কৰিব নোৱাৰো'- এই শাৰী কথা লিখি চিকিৎসক পিতৃ-পুত্ৰই কৰিলে আত্মহত্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8