• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আপোনাৰ পাকঘৰৰ এবিধ সাধাৰণ পাচলিয়ে বঢ়াব পাৰে আপোনাৰ সৌন্দৰ্য !

Manoranjan Majumder by Manoranjan Majumder
February 9, 2021
in জীৱনশৈলী, বিবিধ
1 min read
0
আপোনাৰ পাকঘৰৰ এবিধ সাধাৰণ পাচলিয়ে বঢ়াব পাৰে আপোনাৰ সৌন্দৰ্য !
Share on FacebookShare on Twitter

পাচলিৰ ভিতৰত আলু সকলোৰে প্ৰিয় ৷

আমাৰ দৈনন্দিন জীৱনত আলু প্ৰতিটো সাঁজত খোৱা হয় ৷

আলু এনে এবিধ পাচলি যি আমাৰ সকলো ব্যঞ্জনতে মিলি যায় ৷

আপুনি জানেনে আপুনি ভালপোৱা এইবিধ পাচলিৰ সৌন্দৰ্যচৰ্চাৰ বিষয়ে …?

১. আপুনি খাবলৈ অনা আলুৰ আপোনাৰ প্ৰয়োজন অনুসৰি ১-২টাৰ বাকলি গুচাই সিজাই ল’ব ৷

২. আপুনি সিজাই কৰি লোৱা আলুটো ভালদৰে এখন পাত্ৰত পিটিকি ল’ব ৷

৩. আপুনি পিটিকি লোৱা আলুখিনিত চন্দন কাঠৰ পাউডাৰ বা মুলতানী মাটি, গোলাপ জল আৰু গ্লিচাৰীণ মিহলাই ল’ব ৷

৪. ৩০-৪৫ মিনিট সময় এই মিশ্ৰণটোক থৈ দিব , যাতে মিশ্ৰণটো ভালদৰে মিহলি হৈ যায় ৷

ফ্ৰীজতো ৰাখিব পাৰে এই মিশ্ৰণটো ৷

৫. আপুনি বনোৱা মিশ্ৰণটো গা ধোৱাৰ আগত ব্যবহাৰ কৰিব ৷ এই মিশ্ৰণটো আপোনাৰ সমগ্ৰ ছালতে ব্যৱহাৰ কৰিব পাৰে বা কেৱল ৰ’দে পোৰা অংশতো লগাব পাৰে ৷

৬. এই মিশ্ৰণটো আপুনি ব্যৱহাৰ কৰিলে প্ৰায় ৩০ মিনিট সময় ৰাখিব পাৰে বা ইয়াৰ দ্বাৰা স্ক্ৰাৱো কৰিব পাৰে ৷

৭. মিশ্ৰণটো শৰীৰত স্ক্ৰাৱ নকৰে যদি আপোনাৰ ছালত শুকাবলৈ দিব ৷

৮. মিশ্ৰণটো আপোনাৰ ছালত শুকোৱাৰ পিছত পানী লগাই স্ক্ৰাৱ  কৰিব ৷

৯. এনেদৰে দৈনিক কৰিলে আপোনাৰ ছানবাৰ্ণ নিঃশেষ হোৱাৰ লগতে আপোনাৰ ছালখনো বগা হৈ পৰিব ৷

১০. লগতে আপোনাৰ ছালখনে হেৰুওৱা আৰ্দ্ৰতা পুনৰ ঘূৰাই পাব ৷

Previous Post

গুহ্যদ্বাৰত লুকুৱাই সোণ সৰবৰাহ কৰে সৰবৰাহকাৰীয়ে

Next Post

ভুৱা বাতৰি প্ৰচাৰ কৰা বহু কেইটা পোষ্ট আঁতৰালে ফেচবুকে

Related Posts

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ
News

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ

December 14, 2022
‘লেটচ গেট ইনক্ল’ড 1.0’
News

‘লেটচ গেট ইনক্ল’ড 1.0’

October 26, 2022
ভয়াবহ ৰূপত ছিট্ৰাং
News

ভয়াবহ ৰূপত ছিট্ৰাং

October 25, 2022
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সতৰ্কবাণী ক’ভিড এতিয়াও শেষ হোৱা নাই
News

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সতৰ্কবাণী ক’ভিড এতিয়াও শেষ হোৱা নাই

October 25, 2022
চাকিৰ জুইত অগ্নিদগ্ধ এখন বাছ
Exclusive

চাকিৰ জুইত অগ্নিদগ্ধ এখন বাছ

October 25, 2022
ভাৰতীয় মূলৰ ঋষি চুনাক ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী !
News

ভাৰতীয় মূলৰ ঋষি চুনাক ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী !

October 25, 2022
Next Post
facebook

ভুৱা বাতৰি প্ৰচাৰ কৰা বহু কেইটা পোষ্ট আঁতৰালে ফেচবুকে

Donald Trump

ট্ৰাম্পৰ সৈতে কটোৱা ৯০ ছেকেণ্ড জীৱনৰ আটাইতকৈ বেয়া ঘটনা- পৰ্ণ অভিনেত্ৰীৰ ভাষ্য

ধৰ্ষিতা মহিলাই নাজানে সন্তান কাৰ? হৈছিল কি?

ধৰ্ষিতা মহিলাই নাজানে সন্তান কাৰ? হৈছিল কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8