ছচিয়েল মিডিয়াত এটা ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হ’ব ধৰিছে। য’ত এজন লোকে এগৰাকী পেছাদাৰী নৃত্যশিল্পীৰ সৈতে অশ্লীল কাণ্ড কৰা দেখা পোৱা গৈছে।
এই ভিডিঅ’টো এগৰাকী বিজেপি নেতাৰ।
দৰাচলতে এই ভিডিঅ’টো চিত্তোৰগড় জিলাৰ মাংৰোল অঞ্চলত অনুষ্ঠিত হোৱা এক বিবাহ অনুষ্ঠানৰ হয়।
য’ত কৈলাশ গুৰ্জৰে এগৰাকী মহিলাৰ সৈতে অশ্লীল নৃত্য প্ৰদৰ্শন কৰা দেখা পোৱা গৈছে।
এই ভিডিঅ’টো ২৩ জানুৱাৰীৰ। কিন্তু ছচিয়েল মিডিয়াত এই ভিডিঅ’টো দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।
बीजेपी नेता के डांस का वीडियो वायरल, सफ़ाई में कही यह बात #ATVideo #Chittorgarh pic.twitter.com/MvuBHeLIwh
— AajTak (@aajtak) January 27, 2021
এই ঘটনা সন্দৰ্ভত কৈলাশ গুৰ্জৰে স্পষ্টীকৰণ দি ক’লে যে, তেওঁ পৰিয়ালৰ বিবাহ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈছিল কিন্তু কোনো ৰাজনৈতিক বিৰোধীয়ে ভিডিঅ’টোৰ দৃশ্য সলনি কৰি ভাইৰেল কৰি দিছে।
কৈলাশ গুৰ্জৰ প্ৰতাপগড় জিলাৰ ছোটীসাদৰী অঞ্চলৰ বিজেপি গ্ৰামীণ মণ্ডল অধ্যক্ষ।
Photo: Google