• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আপুনিও হ’ব পাৰে একোচা ঘন উজ্জ্বল চুলিৰ গৰাকী , কিন্তু কেনেকৈ ?

Manoranjan Majumder by Manoranjan Majumder
February 2, 2021
in জীৱনশৈলী, ফেশ্বন, বিবিধ
1 min read
0
আপুনিও হ’ব পাৰে একোচা ঘন উজ্জ্বল চুলিৰ গৰাকী , কিন্তু কেনেকৈ ?
Share on FacebookShare on Twitter

নিউজ ডেস্কঃ একোচা ঘন উজ্জ্বল চুলিৰ গৰাকী হ’ব কোনেনো নিবিচাৰে ৷ কিন্তু ঘৰতে কম খৰচতে ই কেনেকৈ সম্ভৱ ?কেতিয়াবা আমি বজাৰৰ পৰা কিনি অনা দৈখিনি পনীয়া আৰু টেঙা হ’লে পেলাই দিও নহয়নে? অপব্যয় নকৰি ইয়াৰ পুনৰ ব্যৱহাৰ কৰো আহক ৷

  • আপুনি ঘৰত খাবলৈ অনা দৈখিনি খোৱাৰ পাছত ৰৈ যোৱা পনীয়া দৈখিনি চেকনি এখনেৰে চেকি ল’ব৷
  • এখন ফণীৰে চুলিখিনি ভালদৰে ফণীয়াই ল’ব ৷
  • দৈৰ পানীখিনিত কপাহ এটুকুৰা তিয়াই লৈ চুলিখিনিত অলপ অলপকৈ লৈ চালত লগাকে দৈৰ পানীখিনি লগাব ৷
  • এনেদৰে গোটেই মুৰটোত লগোৱা হোৱাৰ পিছত আঙুলিৰে লাহে লাহে গোটেই মুৰটো মালিচ কৰিব৷ এনেদৰে মালিচ কৰিলে গোটেই চুলিখিনিত দৈখিনি লাগি যোৱাৰ লগতে তেজ চলাচলত সহায় হ’ব৷
  • প্ৰায় ৩০-৪৫ মিনিট ৰখাৰ পিছত চুলিখিনি ভালদৰে চেম্পু কৰি ধুই দিব৷
  • চুলিখিনি শুকোৱাৰ পাছত আঙুলি বুলাই চালে নিজেই অনুভৱ কৰিব পাৰিব আপোনাৰ চুলিখিনি চুই কিমান কোমল লাগিছে ৷
  • টেঙা দৈ পানীৰে উফি যোৱাৰ লগতে চুলিখিনিত কণ্ডিচনাৰৰ কাম কৰিব ৷ চুলিখিনি কোমল হৈ পৰাৰ লগতে আপুনি একোচা সুন্দৰ চিকচিকীয়া চুলিৰ অধিকাৰী হৈ পৰিব৷
Previous Post

অসম প্ৰকাশন পৰিষদৰ সংবাদ মেল

Next Post

অসমৰ ১১গৰাকী ৰোগীক নৱজীৱন প্ৰদান কৰিলে নাৰায়ণা হেল্থ লিমিটেডে

Related Posts

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ
News

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ

December 14, 2022
‘লেটচ গেট ইনক্ল’ড 1.0’
News

‘লেটচ গেট ইনক্ল’ড 1.0’

October 26, 2022
ভয়াবহ ৰূপত ছিট্ৰাং
News

ভয়াবহ ৰূপত ছিট্ৰাং

October 25, 2022
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সতৰ্কবাণী ক’ভিড এতিয়াও শেষ হোৱা নাই
News

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সতৰ্কবাণী ক’ভিড এতিয়াও শেষ হোৱা নাই

October 25, 2022
চাকিৰ জুইত অগ্নিদগ্ধ এখন বাছ
Exclusive

চাকিৰ জুইত অগ্নিদগ্ধ এখন বাছ

October 25, 2022
ভাৰতীয় মূলৰ ঋষি চুনাক ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী !
News

ভাৰতীয় মূলৰ ঋষি চুনাক ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী !

October 25, 2022
Next Post
অসমৰ ১১গৰাকী ৰোগীক নৱজীৱন প্ৰদান কৰিলে নাৰায়ণা হেল্থ লিমিটেডে

অসমৰ ১১গৰাকী ৰোগীক নৱজীৱন প্ৰদান কৰিলে নাৰায়ণা হেল্থ লিমিটেডে

আৰম্ভ হ’ল  অসম বিধানসভাৰ শীতকালীন অধিবেশন

আৰম্ভ হ'ল  অসম বিধানসভাৰ শীতকালীন অধিবেশন

গৰৈমাৰীত নাৰী সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

গৰৈমাৰীত নাৰী সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8