• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ISBTত ০.৫ কিলোগ্ৰাম হেৰোইন জব্দ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 3, 2022
in সংবাদ, অসম, ক্ৰাইম, গুৱাহাটী
0
ISBTত ০.৫ কিলোগ্ৰাম হেৰোইন জব্দ
Share on FacebookShare on Twitter

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযানত আন এটা গুৰুত্বপূৰ্ণ সাফল্য। আজি যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত চলা অভিযানত গুৱাহাটীৰ আইএছবিটিত ০.৫ কিলোগ্ৰাম হেৰোইন জব্দ কৰে। এই নেটৱৰ্কৰ সৈতে জড়িত এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। মণিপুৰৰ পৰা বাছেৰে সৰবৰাহ কৰা অৱস্থাত জব্দ কৰা হয় এই হেৰোইনখিনি ৷ জব্দ কৰা হেৰোইনখিনিৰ বজাৰ মূল্য প্ৰায় ৪ কোটি টকা। গোপন সূত্ৰৰ পম খেদি এখন বাছৰ পৰা জব্দ কৰা হয় ড্ৰাগছখিনি।
আনহাতে টুইটযোগে মহানগৰ আৰক্ষীক প্ৰশংসা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Previous Post

‘এফ ফৰ ফৰেষ্ট, এফ ফৰ ফিটনেছ’ বাৰ্তা লৈ চিলা ৰিজাৰ্ভ ফৰেষ্টত ‘ট্ৰেক’ ফ্লেগ অফ

Next Post

আজাৰা-কামাখ্যা সংযোগী ৰেলপথৰ দীপৰ বিলত ৰেলৰ খুন্দাৰ পৰা কথমপি ৰক্ষা পৰিল বনৰীয়া হাতীৰ জাক

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আজাৰা-কামাখ্যা সংযোগী ৰেলপথৰ দীপৰ বিলত ৰেলৰ খুন্দাৰ পৰা কথমপি ৰক্ষা পৰিল বনৰীয়া হাতীৰ জাক

আজাৰা-কামাখ্যা সংযোগী ৰেলপথৰ দীপৰ বিলত ৰেলৰ খুন্দাৰ পৰা কথমপি ৰক্ষা পৰিল বনৰীয়া হাতীৰ জাক

ইণ্টাৰনেটত উপলব্ধ হ’ল অসমীয়া ভাষাত ‘ভাগৱত’

ইণ্টাৰনেটত উপলব্ধ হ’ল অসমীয়া ভাষাত 'ভাগৱত'

ক’ৰোনাৰ ভয়ংকৰ সংক্ৰমণ! ক’ভিড পজিটিভ মুখ্যমন্ত্ৰী কেজৰিৱাল

ক'ৰোনাৰ ভয়ংকৰ সংক্ৰমণ! ক'ভিড পজিটিভ মুখ্যমন্ত্ৰী কেজৰিৱাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8