• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বৰঝাৰ বিমানবন্দৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ ১৩২ সংখ্যক জন্মবাৰ্ষিকী পালন

নিউজ ডেস্ক by নিউজ ডেস্ক
June 6, 2022
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
বৰঝাৰ বিমানবন্দৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ ১৩২ সংখ্যক জন্মবাৰ্ষিকী পালন
Share on FacebookShare on Twitter

অসম আৰু অসমীয়াৰ ত্ৰাণকর্তা হিচাপে পৰিচিত ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ১৩২ সংখ্যক জন্মবাৰ্ষিকী ৬ জুনত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদত পালন কৰা হয়। দিনৰ ১২.৩০ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত মহান পুণ্যত্মাগৰাকীৰ কনিষ্ঠ পুত্ৰ বলীন বৰদলৈ, বোৱাৰী লনী বৰদলৈ প্ৰমুখ্যে ভাগিন, নাতী-নাতিনীসহ পৰিয়ালৰ কেবাজনো সদস্য উপস্থিত থাকে। লগতে উপস্থিত থাকে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক ৰবি কান্ত, বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা, বিমানবন্দৰৰ নিৰাপত্তাৰ দায়িত্বত থকা কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ কমাণ্ডেন্ট লালমোহন ঠাকুৰকে ধৰি কেবাজনো বিষয়া, বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

মহিমামান গোপীনাথ বৰদলৈ দেৱক সুঁৱৰি তেখেতৰপুত্ৰ বলীন বৰদলৈয়ে নিজ পিতৃৰ জীৱন দৰ্শনৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত তেখেতৰ অবদানৰ কথা অবগত কৰে। তদুপৰি বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক ৰবি কান্ত দেৱ প্ৰমূখ্যে উদ্যোগিক নিৰাপত্তা বাহিনীৰ কমাণ্ডেন্ট লালমোহন ঠাকুৰ দেৱকে ধৰি বিভিন্ন জন বিষয় ববীয়াই নিজ নিজ অনুভৱ ব্যক্ত কৰে। ভাষৰণত মুখ্য বিমান কোঠ বিষয়া উৎপল বৰুৱাই বৰদলৈদেৱৰ গুনানুকীৰ্ত্তন কৰাৰ লগতে লোকপ্ৰিয় উপাধীৰে বিভূষিত স্বানামধন্য প্ৰৱল সংগ্ৰামী সত্তা গোপীনাথ বৰদলৈ দেৱৰ নামেৰে নামাকৰণ হোৱা বিমানকোঠটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবলৈ সকলো ফালৰ পৰা সক্ষম হবলৈ প্ৰতিশ্ৰতিবদ্ধ বুলিও মন্তব্য কৰে।

Previous Post

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান হ’ব গ্ৰেপ্তাৰ!

Next Post

বিশেষ বিমানৰে ১৪৯ জন হজযাত্ৰী লৈ উত্তৰ-পূৱৰ প্ৰথমটো দল মক্কালৈ ৰাওনা

Related Posts

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
Next Post
বিশেষ বিমানৰে ১৪৯ জন হজযাত্ৰী লৈ উত্তৰ-পূৱৰ প্ৰথমটো দল মক্কালৈ ৰাওনা

বিশেষ বিমানৰে ১৪৯ জন হজযাত্ৰী লৈ উত্তৰ-পূৱৰ প্ৰথমটো দল মক্কালৈ ৰাওনা

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

৭ জুনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল! মুহুৰ্ততে ফলাফল পাবলৈ পঢ়ক..

ছচিয়েল মিডিয়াত আগতীয়াকৈ মেট্ৰিকৰ ৰিজাল্ট ভাইৰেল নকৰিব! SEBAৰ সকিয়নি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8