- মহানগৰীৰ ভূমিস্খলনপ্ৰৱণ এলেকাৰ বাসিন্দালৈ সতৰ্কতা জাৰি
- ভূমিস্খলনপ্ৰৱণ এলেকাৰ পৰা ৰাইজক আঁতৰি থকাৰ নিৰ্দেশনা
- কামৰূপ দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা
- গুৱাহাটীৰ ১৫ টা স্থানক ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিহ্নিত।
- এই তালিকাত আছে চানমাৰি, কাহিলিপাৰা, খানাপাৰা, বোন্দা ইত্যাদি।