• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মাজুলী, কামাখ্যালৈ ১,৩৭৫ কোটি অনুমোদন পঞ্চদশ বিত্ত আয়োগৰ

Manoranjan Majumder by Manoranjan Majumder
February 3, 2021
in অসম, সংবাদ
0
মাজুলী, কামাখ্যালৈ ১,৩৭৫ কোটি অনুমোদন পঞ্চদশ বিত্ত আয়োগৰ
Share on FacebookShare on Twitter

পঞ্চদশ বিত্ত আয়োগে অসমৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী আৰু শক্তি উপাসনাৰ কেন্দ্ৰস্থল মা কামাখ্যা মন্দিৰলৈ আগবঢ়ালে ১,৩৭৫ কোটি টকা ৷

আয়োগে দাখিল কৰা নিজৰ প্ৰতিবেদনত মাজুলী নদীদ্বীপক চাৰিওফালৰ পৰা আৱৰি লোৱাকৈ এক নতুন পথ তথা মাথাউৰি নিৰ্মাণৰ বাবে ১,০৭৫ কোটি টকাৰ অনুমোদন জনায় ৷

লগতে মা কামাখ্যাৰ ঐতিহ্য সংৰক্ষণ তথা মন্দিৰৰ চৌহদৰ সৰ্বাত্মক বিকাশৰ কাৰণে আয়োগে ৩০০ কোটি টকা ধাৰ্য কৰিছে৷

উল্লেখ্য, মাজুলী নদীদ্বীপৰ চাৰিওফালে মথাউৰি আৰু পথৰ কাম কৰিব পৰাকৈ এক নতুন গোলকীয় বেষ্টনী গঢ় দিয়াৰ উপৰি মা কামাখ্যা মন্দিৰৰ চৌহদৰ উন্নয়নৰ বাবে অসম চৰকাৰে পঞ্চদশ বিত্ত আয়োগৰ পৰা পুঁজি বিচাৰিছিল ৷

ৰাজ্য চৰকাৰৰ এই অনুৰোধ সঁহাৰি জনাই এন কে সিঙৰ অধ্যক্ষতাত গঠিত পঞ্চদশ বিত্ত আয়োগে উক্ত পুঁজি আগবঢ়োৱাৰ অনুমোদন দিয়ে।

Tags: Kamakhya TempleMajuli
Previous Post

জুলাইলৈকে কাৰ্যকৰী নহয় নাগৰিকত্ব সংশোধনী আইনৰ বিধি

Next Post

প্ৰকাশ পালে চিবিএছই ব’ৰ্ডৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সময় সূচী; এতিয়াই ক্লীক কৰক ডাউনলোড কৰিবলৈ…

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
প্ৰকাশ পালে চিবিএছই ব’ৰ্ডৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সময় সূচী; এতিয়াই ক্লীক কৰক ডাউনলোড কৰিবলৈ…

প্ৰকাশ পালে চিবিএছই ব’ৰ্ডৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সময় সূচী; এতিয়াই ক্লীক কৰক ডাউনলোড কৰিবলৈ…

himanta biswa sharma

২৯,৭০১ গৰাকী শিক্ষকে নিযুক্তি পাব ৫ ফেব্ৰুৱাৰীত

কৃষি আইনৰ আন্দোনকাৰীসকল কৃষক নহয়, তেওঁলোক সন্ত্ৰাসবাদী; কংগনা ৰানাৱটৰ পুনৰ বিতৰ্কিত মন্তব্য

কৃষি আইনৰ আন্দোনকাৰীসকল কৃষক নহয়, তেওঁলোক সন্ত্ৰাসবাদী; কংগনা ৰানাৱটৰ পুনৰ বিতৰ্কিত মন্তব্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8