ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ হাৰ।
দৈনিক মৃত্যু হৈছে কেইবাজনো লোকৰ।
আজি ক’ৰোনা আক্ৰান্ত হৈ মৃত্যু হ’ল অসমৰ প্ৰথম গৰাকী মহিলা IAS পাৰুল দাসৰ।
ক’ৰোনা আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি হাস্পতালত চিকিৎসাধীন হৈ আছিল পাৰুল দাস।
অৱশেষত আজি হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে।
জানিব পৰা অনুসৰি পাৰুল দাস ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব আছিল।
Photo Credit: Google