• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

২৪ ঘণ্টাত দেশত ২.৫৮ লাখ কভিডত আক্ৰান্ত, আমিক্ৰণ সংক্ৰমণৰ ঘটনা ৮,২০৯টা লৈ বৃদ্ধি

নিউজ ডেস্ক by নিউজ ডেস্ক
January 17, 2022
in সংবাদ, ৰাষ্ট্ৰীয়
1 min read
0
২৪ ঘণ্টাত দেশত ২.৫৮ লাখ কভিডত আক্ৰান্ত, আমিক্ৰণ সংক্ৰমণৰ ঘটনা ৮,২০৯টা লৈ বৃদ্ধি
Share on FacebookShare on Twitter

দেশত দৈনিক বৃহৎ সংখ্যক ক’ৰোনা সংক্ৰমিত হৈছে। সোমবাৰে প্ৰকাশিত তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ক’ৰোনা সংক্ৰমণৰ ২,৫৮,০৮৯ টা নতুন ঘটনা প্ৰৰিলক্ষিত হৈছে। একে সময়তে, কোভিড ১৯-ৰ ফলত ৩৮৫ জন লোকৰ মৃত্যু হৈছে।
দেশত সংক্ৰমণৰ হাৰ ১৯.৬৫%। সোমবাৰে ভাৰতত ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ সক্ৰিয় ঘটনাৰ সংখ্যা ১৬,৫৬,৩৪১ লৈ বৃদ্ধি পাইছে। সক্ৰিয় ঘটনাবোৰ হৈছে ৪.৪৩ শতাংশ। আৰেগ্যৰ হাৰ ৯৪.২৭ শতাংশ। যোৱা ২৪ ঘণ্টাত, দেশৰ ১,৫১,৭৪০ জন লোক ক’ৰোনাৰ পৰা আৰোগ্য হৈছে। দৈনিক সংক্ৰমণৰ হাৰ ১৯.৬৫ শতাংশ। আনহাতে সাপ্তাহিক সংক্ৰমণৰ হাৰ ১৪.৪১ শতাংশ। ভাৰতত অমিক্ৰণৰ ঘটনা ৮,০০০ অতিক্ৰম কৰিছে।
স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত ক’ৰোনা ভাইৰাছৰ নতুন প্ৰকাৰ অমিক্ৰণৰ মুঠ ঘটনাৰ সংখ্যা ৮,২০৯ লৈ বৃদ্ধি হৈছে। দেওবাৰে ৬.০২ শতাংশ বৃদ্ধি পাইছে। এতিয়ালৈকে আমিক্ৰণ ২৯ খন ৰাজ্যলৈ বিয়পি পৰিছে। মহাৰাষ্ট্ৰত সৰ্বাধিক ১৭৩৮ টা, ৰাজস্থানত১২৭৬ টা, আনহাতে পশ্চিম বংগত ১৬৭২ টা বুলি গম পোৱা গৈছে।

Previous Post

প্ৰধানমন্ত্ৰীৰ বিশেষ উপদেষ্টা হ’ব গুৱাহাটীৰ ধাৰাপুৰৰ কুমাৰ ইঞ্জিনিয়াৰিঙৰ অধ্যক্ষ

Next Post

এতিয়াৰে পৰা ঘৰতে কৰিব পাৰিব ক’ভিড টেষ্ট

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
এতিয়াৰে পৰা ঘৰতে কৰিব পাৰিব ক’ভিড টেষ্ট

এতিয়াৰে পৰা ঘৰতে কৰিব পাৰিব ক'ভিড টেষ্ট

আইন ভংগকাৰী বাহনৰ বিৰুদ্ধে কঠোৰ কামৰূপ মহানগৰ; ৯ মাহত জৰিমনাৰ বাবদ সংগ্ৰহ ১৪ কোটি

আইন ভংগকাৰী বাহনৰ বিৰুদ্ধে কঠোৰ কামৰূপ মহানগৰ; ৯ মাহত জৰিমনাৰ বাবদ সংগ্ৰহ ১৪ কোটি

লতা মংগেশকাৰৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি

লতা মংগেশকাৰৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8