• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটীত দুখন ফুটব্ৰীজৰ উদ্বোধন; দিব্যাংগসকলৰ বাবে আছে বিশেষ সুবিধা

Manoranjan Majumder by Manoranjan Majumder
February 1, 2021
in অসম, গুৱাহাটী, সংবাদ
1 min read
0
Foot Bridge
Share on FacebookShare on Twitter

বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে উদ্বোধন কৰিলে গুৱাহাটীৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পথৰ ২খনকৈ ফুটব্ৰীজ।

ফুটব্ৰীজ দুখনত আছে দিব্যাংগসকলৰ বাবে বিশেষ সুবিধা।

পুৱাই মন্ত্ৰীগৰাকীয়ে প্ৰথমে খ্ৰীষ্টানবস্তিৰ মিজোৰাম হাউছৰ সমীপত নিৰ্মাণ কৰা ফুটব্ৰীজখন উদ্বোধন কৰাৰ পিছত,

গণেশগুৰিৰ ৱালফৰ্ডৰ মহেন্দ্ৰ গৃহৰ সমীপৰ ফুট অভাৰব্ৰীজখনৰ উদ্বোধন কৰে।

উল্লেখ্য যে, ছুইজাৰলেণ্ডৰ টেকন’লজীৰে নিৰ্মাণ হোৱা দিব্যাংগসকলৰ বাবে বিশেষ সুবিধাসম্পন্ন মিজোৰাম হাউছৰ সমীপৰ ফুটব্ৰীজখন নিৰ্মাণৰ বাবে ১০ কোটি ৬ লাখ ৭১ হাজাৰ টকা ব্যয় কৰা হৈছে।

লগতে গণেশগুৰিৰ ৱালফৰ্ডৰ মহেন্দ্ৰ গৃহৰ সমীপৰ ফুট অভাৰব্ৰীজখনত ৯ কোটি ৮৮ লাখ টকা ব্যয় কৰা হৈছে।

Photo: Headline8

Tags: Foot BriidgeGuwahatiগুৱাহাটীফুটব্ৰীজ
Previous Post

কাইলৈৰ পৰা সলনি হ’ব বহু নিয়ম! প্ৰভাৱ পৰিব আপোনাৰ পকেটটো

Next Post

‘আত্মনিৰ্ভৰ ভাৰত’ ৰ অধীনত উত্তৰ-পূবত অইলৰ অভিযান

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
oil india limited

'আত্মনিৰ্ভৰ ভাৰত' ৰ অধীনত উত্তৰ-পূবত অইলৰ অভিযান

২০২১-২২ বৰ্ষৰ বাজেটত কি কি আছে পলকতে চকু ফুৰাও আহক…

২০২১-২২ বৰ্ষৰ বাজেটত কি কি আছে পলকতে চকু ফুৰাও আহক…

Budget

২০২১-২২ কেন্দ্ৰীয় বাজেটঃ কি কি আছে অসমৰ বাবে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8